VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আমেৰিকাৰ ফ্ল’ৰিডাত বাস কৰা এগৰাকী স্তনহীন যুৱতী

কিয় নিজৰ দুয়োটা স্তন কাটি আঁতৰাই পেলালে ২৮বছৰীয়া ষ্টেফানী জেৰমিনোৱে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 12, 2022
in জীৱন
আমেৰিকাৰ ফ্ল’ৰিডাত বাস কৰা এগৰাকী স্তনহীন যুৱতী
0
SHARES
35
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ফ্ল’ৰিডাত বাস কৰা ২৮ বছৰীয়া যুৱতী ষ্টেফানী জেৰমিনো, যাৰ নাই স্তনযুগল।  কেন্সাৰ নাইবা  আন কোনো ৰোগ নথকা স্বত্বেও তেওঁ  কাটি আঁতৰাই পেলালে নিজৰ স্তনযুগল ।কৰ্কট ৰোগৰ ভয়ত ষ্টেফানীয়ে এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে ।কিয়নো ষ্টেফানীৰ পৰিয়ালত স্তন কেন্সাৰৰ এক ইতিহাস আছে। ১৫ বছৰ বয়সৰ পৰাই ষ্টেফানীয়ে জানিছিল যে তেওঁৰ স্তন কেন্সাৰ হ’ব পাৰে। যুৱতীগৰাকীৰ ২৭ বছৰ হোৱাৰ পিছত  দেখা গ’ল যে তেওঁৰ  বি.আৰ.চি.এ১(BRCA1) জিনত মিউটেচন হৈছে। উল্লেখনীয় যে ষ্টেফানীৰ আইতাক  আৰু মাকৰো বি.আৰ.চি.এ১( BRCA1) জিনত মিউটেচন হৈছিল।

স্তন কেন্সাৰৰ সৈতে জড়িত জিন হ’ল বি.আৰ.চি.এ১ (BRCA1) আৰু বি.আৰ.চি.এ২ (BRCA2)

সকলো মহিলাৰ শৰীৰতে  জিন থাকে কিন্তু  এই জিনত মিউটেচন হোৱা মহিলাসকলৰ স্তন কেন্সাৰ হোৱাৰ আশংকা থাকে। ২৮ বছৰীয়া ষ্টেফানীয়ে যেতিয়া নিজৰ জিন মিউটেচনৰ বিষয়ে জানিব পাৰিছিল, তেতিয়ালৈকে তেওঁ  ইতিমধ্যে এজন পুত্ৰৰ মাতৃ হৈ পৰিছিল। কেন্সাৰৰ ভয়ত সেয়েহে ষ্টেফানীয়ে অস্ত্ৰোপচাৰৰ সহায়ত দুয়োটা স্তন আঁতৰাই পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অৱশ্যে স্তন অস্ত্ৰোপচাৰৰ পিছত বহু মহিলাই স্তন ইমপ্লাণ্ট কৰে যাতে তেওঁক আগৰ দৰেই দেখা যায়। কিন্তু ষ্টেফানীয়ে তেনে কৰা নাছিল। স্তন নোহোৱাকৈ জীয়াই থকাৰ সিদ্ধান্ত ল’লে ফ্ল’ৰিডাত বাস কৰা এই যুৱতী গৰাকীয়ে । এই সন্দৰ্ভত ষ্টেফানীয়ে কয় যে পুত্ৰক অমৃত সুধা পান কৰাই তেওঁৰ শৰীৰৰ এই অংগই  নিজৰ উদ্দেশ্য পূৰণ কৰিছিল সেয়েহে এতিয়া তেওঁৰ  বুকুখন চেপেটা হ’লেও আপত্তি নাই।

উল্লেখযোগ্য যে পুৰুষ আৰু মহিলা উভয়ৰে স্তন কেন্সাৰ হ’ব পাৰে যদিও মহিলাৰ ক্ষেত্ৰত ই বেছিকৈ হোৱা দেখা যায়। কাৰণ মহিলাৰ ক্ষেত্ৰত  স্তনৰ কোষবোৰ অনিয়ন্ত্ৰিতভাৱে  বৃদ্ধি পায়।  মানৱ শৰীৰৰ  বিশেষকৈ নাৰীৰ শৰীৰৰ এটি গুৰুত্বপূৰ্ণ অংগ স্তন মূল তিনিটা অংশৰে গঠিত: লোবুল, নলী আৰু সংযোগী কলা। এইবোৰৰ যিকোনো এটা অংশতে কৰ্কট কোষ গঠন হ’ব পাৰে। অৱশ্যে স্তন কেন্সাৰ ৰোগীৰ জীয়াই থকাৰ হাৰ অন্যান্য কেন্সাৰৰ তুলনাত বৃদ্ধি পাইছে আৰু এই ৰোগৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে।

Previous Post

বাইকেৰে খুন্দিয়াই বৃদ্ধাক হত্যা কৰি পার্টী উদণ্ড বাইকার্ছৰ, ৰাজ্যৰ ক’ত ঘটিল এই ঘটনা ?

Next Post

একাধিকবাৰ এলাৰ্ম বন্ধ কৰি শুই থকাৰ অভ্যাস আছে নেকি? তেনেহ’লে আজিয়েই ত্যাগ কৰক এই অভ্যাস, নহ’লে শৰীৰত পৰিব পাৰে মাৰাত্মক প্ৰভাৱ

Related Posts

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
Next Post
একাধিকবাৰ এলাৰ্ম বন্ধ কৰি শুই থকাৰ অভ্যাস আছে নেকি? তেনেহ’লে আজিয়েই ত্যাগ কৰক এই অভ্যাস, নহ’লে শৰীৰত পৰিব পাৰে মাৰাত্মক প্ৰভাৱ

একাধিকবাৰ এলাৰ্ম বন্ধ কৰি শুই থকাৰ অভ্যাস আছে নেকি? তেনেহ’লে আজিয়েই ত্যাগ কৰক এই অভ্যাস, নহ’লে শৰীৰত পৰিব পাৰে মাৰাত্মক প্ৰভাৱ

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7