VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

একাধিকবাৰ এলাৰ্ম বন্ধ কৰি শুই থকাৰ অভ্যাস আছে নেকি? তেনেহ’লে আজিয়েই ত্যাগ কৰক এই অভ্যাস, নহ’লে শৰীৰত পৰিব পাৰে মাৰাত্মক প্ৰভাৱ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 12, 2022
in জীৱন
একাধিকবাৰ এলাৰ্ম বন্ধ কৰি শুই থকাৰ অভ্যাস আছে নেকি? তেনেহ’লে আজিয়েই ত্যাগ কৰক এই অভ্যাস, নহ’লে শৰীৰত পৰিব পাৰে মাৰাত্মক প্ৰভাৱ
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

একাধিকবাৰ এলার্মৰ শব্দত পুৱা সাৰ পোৱাৰ অভ্যাস আছে নেকি ? বাৰে বাৰে এলার্ম বন্ধ কৰি শোৱাৰ অভ্যাস আপোনাৰ গঢ় লৈ উঠিছে নেকি ? যদি আপোআৰ এনে অভ্যাস আছে তেনেহ’লে এই অভ্যাস আজিয়েই পৰিত্যাগ কৰক ৷ কিয়নো এনে অভ্যাসৰ বাবেই আপোনাৰ শৰীৰত একাধিক গুৰুতৰ ৰোগে বাহ ল’ব পাৰে ৷ চাও আহকচোন এনে অভ্যাসে কি কি সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

বহুতৰে ৰাতি ইটোৰ পিছত সিটো এলাৰ্ম দি শুই থকাৰ অভ্যাস আছে ! ফলত সাৰ পোৱাৰ লগে লগে ইটোৰ পিছত সিটো এলাৰ্ম অফ কৰিব লগা হয়। চিকিৎসকে কয় যে কোনোবাই যদি জোৰকৈ সাৰ পাবলৈ চেষ্টা কৰে তেন্তে ইয়াৰ প্ৰভাৱ ‘চাৰ্কেডিয়ান ঘড়ী’ অৰ্থাৎ শাৰীৰিক ঘড়ীত পৰে। টোপনিৰ এটা নিৰ্দিষ্ট চক্ৰ থাকে। এজন প্ৰাপ্তবয়স্ক ব্যক্তিক ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন। বহুতে ৰাতি শুই পুৱা সাৰ পায়। টোপনিৰ চক্ৰ অসম্পূৰ্ণ হৈয়েই থাকে। ই শৰীৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰে।  এটাতকৈ বেছি এলাৰ্ম দিব নালাগে ৷

বহু লোকে শুই উঠি  বিচনা পৰিস্কাৰ নকৰাকৈয়ে  আন কাম আৰম্ভ কৰে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে পুৱা সাৰ পোৱাৰ পাছত নিজে বিচনা চাফা কৰিলে গোটেই দিনটো মনটো শান্ত  হৈ থাকে ৷ কর্মদক্ষতাও বৃদ্ধি পায়। নহলে দিনটোলৈ   এলাহ লাগি থাকে ৷

বহুতে সাৰ পোৱাৰ পিছত  কফি নোখোৱাকৈ দিনটো আৰম্ভ নকৰে। সাৰ পোৱাৰ পিছত শৰীৰত কৰ্টিছল হৰম’নৰ উৎপাদনৰ হাৰ বৃদ্ধি পায়। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে খালী পেটত সামান্য পৰিমাণৰ কফি খালে কৰ্টিছলৰ নিঃসৰণ বৃদ্ধি পায়। এই হৰম’নটোৱেই হৈছে মানসিক চাপৰ প্ৰধান কাৰণ। ফলত সাৰ পোৱাৰ লগে লগে দুই-তিনিকাপ কফি খালে ভাল হোৱাৰ পৰিৱৰ্তে মানসিক চাপ বাঢ়িব পাৰে । শৰীৰত কৰ্টিছলৰ স্বাভাৱিক নিঃসৰণে বিপাকীয় ক্ৰিয়া, ৰক্তচাপ আৰু ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। কিন্তু অত্যধিক নিঃসৰণে হাড়ৰ ক্ষতি কৰিব পাৰে, উচ্চ ৰক্তচাপ, টাইপ ২ ডায়েবেটিছ, আনকি হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে।

Previous Post

আমেৰিকাৰ ফ্ল’ৰিডাত বাস কৰা এগৰাকী স্তনহীন যুৱতী

Next Post

মূল সূতিলৈ বৰাকৰ দুই উগ্ৰবাদী সংগঠন, ১১৭৯ সদস্যৰ আত্মসমর্পণ

Related Posts

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
Next Post
মূল সূতিলৈ বৰাকৰ দুই উগ্ৰবাদী সংগঠন, ১১৭৯ সদস্যৰ আত্মসমর্পণ

মূল সূতিলৈ বৰাকৰ দুই উগ্ৰবাদী সংগঠন, ১১৭৯ সদস্যৰ আত্মসমর্পণ

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

যোৰাহাটত শোকাৱহ ঘটনা , পুত্ৰ-কন্যাৰ অৱহেলাত বন্ধ কুঠৰীত তিলতিলকৈ মৃত্যুক আঁকোৱালি ল’লে বৃদ্ধাই

যোৰাহাটত শোকাৱহ ঘটনা , পুত্ৰ-কন্যাৰ অৱহেলাত বন্ধ কুঠৰীত তিলতিলকৈ মৃত্যুক আঁকোৱালি ল’লে বৃদ্ধাই

October 2, 2023
কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী আৰম্ভ, প্ৰতি সন্ধিয়া ১৪ লোকনৃত্যৰ প্ৰদর্শনৰে মন মুহিব দেশী-বিদেশী পর্যটকৰ

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী আৰম্ভ, প্ৰতি সন্ধিয়া ১৪ লোকনৃত্যৰ প্ৰদর্শনৰে মন মুহিব দেশী-বিদেশী পর্যটকৰ

October 2, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7