VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উঠিব মন নগ’লেও বিচনাৰ পৰা পুৱা উঠি আহে নেকি ? শৰীৰৰ ওপৰত ইয়াৰ প্ৰভাৱ কি?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 3, 2023
in জীৱন
উঠিব মন নগ’লেও  বিচনাৰ পৰা পুৱা উঠি আহে নেকি ?  শৰীৰৰ ওপৰত ইয়াৰ প্ৰভাৱ কি?
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

কার্যালয়ৰ কামৰ বাবে আপুনি অতি সোনকালে বিচনা এৰিব লগীয়া হয় নেকি ? মন নগ’লেও কর্তব্যৰ খাতিৰত আপুনি বিচনা এৰি আহে নেকি ? ইয়াৰ ফলত আপোনাৰ শৰীৰত প্ৰভাৱ পৰিব পাৰে ৷

১) পৰ্যাপ্ত টোপনিয়ে গোটেই দিনটো কামত মনোনিৱেশ কৰি থকাত সহায় কৰে। যদি টোপনি ভাল হয়, তেন্তে কেৱল শৰীৰেই নহয়, মনটোও ভালে থাকে। যদি কেঁচা টোপনি ভাঙি যায়, তেন্তে তেনে ক্ষেত্ৰত  শৰীৰে কোনো কামকে সমৰ্থন নকৰে। কম কামত ভাগৰুৱা অনুভৱ হয়। কেইবাদিনো এনেকৈ থাকিলে স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে।

 

২) চিকিৎসকে কয় যে কোনোবাই জোৰকৈ সাৰ পাবলৈ চেষ্টা কৰিলে শৰীৰৰ ঘড়ীত প্ৰভাৱ পৰে। টোপনিৰ এটা নিৰ্দিষ্ট চক্ৰ থাকে। এজন প্ৰাপ্তবয়স্ক ব্যক্তিক ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন। বহুতে ৰাতি শুই ৰাতিপুৱা সাৰ পায়। টোপনিৰ চক্ৰ অসম্পূৰ্ণ হৈয়েই থাকে। ই শৰীৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰে।

 

৩) জোৰকৈ সাৰ পোৱাৰ বাবে অত্যধিক হাৰত ওজন কমি যায়। ফলত বিভিন্ন ধৰণৰ ৰোগে শৰীৰত বাহ সাজিব পাৰে। ৰাতিপুৱা সাৰ পোৱাটো যিমানেই উৎপাদনশীল, সিমানেই সোনকালে সাৰ পোৱাটো অস্বাস্থ্যকৰ। ৰাতিপুৱা সোনকালে সাৰ পাব খুজিলে ৰাতি সোনকালে শোৱা উচিত ৷ টোপনিৰ অভাৱত বহুতো শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।

Previous Post

নিৰ্বাসিত মেছি! বিশ্বকাপ বিজয়ীৰ ওপৰত একাধিক নিষেধাজ্ঞা, অপৰাধ কি?

Next Post

প্ৰথমখন ছবি বিফল হ’লেও শ্বেহনাজে পূৰণ কৰিলে নিজৰ সপোন! অভিনেত্ৰীগৰাকীয়ে নিজেই দিলে ভাল খবৰ !

Related Posts

কভিড ভেকচিন লোৱাৰ পিছত যুৱক-যুৱতীসকলৰ হাৰ্ট এটেকৰ আশংকা বাঢ়িছে নেকি? আইচিএমআৰৰগৱেষণাত কি তথ্য পোহৰলৈ আহিছে !!
জীৱন

কভিড ভেকচিন লোৱাৰ পিছত যুৱক-যুৱতীসকলৰ হাৰ্ট এটেকৰ আশংকা বাঢ়িছে নেকি? আইচিএমআৰৰগৱেষণাত কি তথ্য পোহৰলৈ আহিছে !!

November 1, 2023
স্বাস্থ্য নহয়, মনো বেয়া হ’ব পাৰে আপোনাৰ পোহনীয়া কুকুৰটোৰ? কি  কামৰ পৰা বিৰত থাকি আপোনাৰ পোহনীয়া জন্তুটোৰ মন ভালে ৰাখিব পাৰি জানেনে ?
জীৱন

স্বাস্থ্য নহয়, মনো বেয়া হ’ব পাৰে আপোনাৰ পোহনীয়া কুকুৰটোৰ? কি কামৰ পৰা বিৰত থাকি আপোনাৰ পোহনীয়া জন্তুটোৰ মন ভালে ৰাখিব পাৰি জানেনে ?

October 11, 2023
ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
Next Post
প্ৰথমখন ছবি বিফল হ’লেও শ্বেহনাজে পূৰণ কৰিলে নিজৰ সপোন! অভিনেত্ৰীগৰাকীয়ে নিজেই দিলে ভাল খবৰ !

প্ৰথমখন ছবি বিফল হ’লেও শ্বেহনাজে পূৰণ কৰিলে নিজৰ সপোন! অভিনেত্ৰীগৰাকীয়ে নিজেই দিলে ভাল খবৰ !

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7