VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 29, 2023
in জীৱন
চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?
0
SHARES
36
VIEWS
Share on FacebookShare on Twitter

দিনটোৰ বেছিভাগেই চকু পেছাদাৰী প্ৰয়োজনীয়তাৰ বাবে লেপটপৰ পৰ্দাত থাকে। চকু শৰীৰৰ সংবেদনশীল অংগ। ফলত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগে। চকুত পানী ওলোৱা বা চকু ৰঙা হোৱাৰ সমস্যা  বহুতৰে হয়। বহুতে সেইবোৰক আওকাণ কৰি এৰাই চলি থাকে। ফলত সমস্যাটো আৰু অধিক ভয়াৱহ হৈ পৰে। বহু লোকে মাজে মাজে চকুৰ তলত বিষত ভোগে। সেই বিষ কেতিয়াবা ক্ৰেনিয়াল নাৰ্ভৰ বাহিৰলৈ মূৰলৈ বিয়পি পৰে। এই ধৰণৰ বিষৰ আঁৰত কেইবাটাও কাৰণ আছে। চিকিৎসা বিজ্ঞানৰ ভাষাত যাক ‘ক্লাষ্টাৰ মূৰৰ বিষ’ বুলি কোৱা হয়। এই বিষৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে। এই বিষ প্ৰতিদিনে একে সময়তে আৰম্ভ হয় ৷  ৰাতিপুৱা নহ’লে গধূলি এই বিষ হ’ব পাৰে । এই ধৰণৰ বিষৰ লগতে চকুত পানী ওলোৱা, চকু ৰঙা পৰা আদি লক্ষণে দেখা দিয়ে। ইয়াৰ বাহিৰেও যিকোনো অতিৰিক্ত শব্দ, যিকোনো ডাঙৰ শব্দ অসহ্যকৰ অনুভৱ হ’বলৈ আৰম্ভ কৰে। এই সমস্যাৰ পৰা মুক্তি পাবলৈ কি কৰিব?

 

১) প্ৰতি ৩-৪ ছেকেণ্ডৰ মূৰে মূৰে চকুৰ টিপ মাৰি থাকিলে চকুৰ বহু সমস্যা দূৰ হয়। বিশেষকৈ যদি আপুনি কম্পিউটাৰটো এটা দিশত চাই আছে তেন্তে মাজে মাজে এই চকুৰ ব্যায়াম কৰাটো ভাল। এটা সময়ত ১ মিনিটৰ বাবে সঘনাই চকুৰ টিপ মাৰি থকাটো অতি উপকাৰী ব্যায়াম। চকুৰ দৃষ্টিশক্তি ভাল হয় ।

 

২) চকুৰ মণি ঘূৰণীয়া কৰাটোও চকু সুস্থ কৰি ৰখাৰ বাবে অতি ফলপ্ৰসূ ব্যায়াম। চকুৰ মণি  ঘড়ীৰ কাঁটাৰ দিশত আৰু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ৪ বাৰ ঘূৰাব। ইয়াৰ পিছত ২-৩ ছেকেণ্ডৰ বাবে চকু মুদি ৰাখক। এই ব্যায়াম দিনটোত দুবাৰকৈ কৰক। চকুৰ পেশীবোৰ ঠিকেই থাকিব। চকুৰ দৃষ্টিশক্তিৰ কোনো ক্ষতি নহ’ব।

 

৩) পোনপটীয়াকৈ ২০ মিনিট কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণলৈ চাই থকাৰ পিছত কমেও ২০ ছেকেণ্ডৰ বাবে ২০ ফুট দূৰৰ বস্তু এটালৈ চাব লাগে। এই পদ্ধতি অনুসৰণ কৰিলে চকুত কোনো অতিৰিক্ত চাপ নাথাকিব।

Previous Post

অমিত শ্বাহৰ ভ্ৰমণৰ কেইঘণ্টামান পূৰ্বে পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ, সংঘৰ্ষত নিহত আৰক্ষী জোৱানসহ পাঁচজন লোক

Next Post

গুৱাহাটীৰ পৰা আৰম্ভ হ’ল বন্দে ভাৰত ৰেল সেৱা, উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

Related Posts

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
Next Post
গুৱাহাটীৰ পৰা আৰম্ভ হ’ল বন্দে ভাৰত ৰেল সেৱা, উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

গুৱাহাটীৰ পৰা আৰম্ভ হ’ল বন্দে ভাৰত ৰেল সেৱা, উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7