VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটীৰ পৰা আৰম্ভ হ’ল বন্দে ভাৰত ৰেল সেৱা, উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 29, 2023
in মুখ্য সংবাদ
গুৱাহাটীৰ পৰা আৰম্ভ হ’ল বন্দে ভাৰত ৰেল সেৱা, উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

 

ৰাজ্যৰ পৰা আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ সেৱাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে গুৱাহাটী-নিউ জলপাইগুৰি বন্দে ভাৰত এক্সপ্ৰেছ। ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে  অংশ লোৱা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে গুৱাহাটী ষ্টেচনত উপস্থিত থাকে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা , কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱাল, ৰেল ৰাজ্য মন্ত্ৰী নিশিথ প্ৰামাণিক ৷ ।

ৰে’লখন পুৱা ৬.১০ বজাত নিউ জলপাইগুৰি ষ্টেচনৰ পৰা যাত্ৰা কৰিব। সন্ধিয়া ৭:৫০ বজাত নিউ আলিপুৰদুৱাৰত উপস্থিত হ’ব। আৰু ১১:৪০ বজাত গুৱাহাটী পাব । বিয়লি ৪:৩০ বজাত গুৱাহাটীৰ পৰা ভাৰতৰ পৰা যাত্ৰা কৰিব ৰেলখনে। নিশা ১০ বজাত উপস্থিত হ’ব  নতুন জলপাইগুৰিত।

 

বন্দে ভাৰতে  ৫.৩০ ঘণ্টাত ৪১১ কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰিব। আগতে নতুন জলপাইগুৰিৰ পৰা দ্ৰুততম ৰেলযোগে গুৱাহাটীলৈ যাবলৈ  ৬.৩০ ঘণ্টা সময় লাগিব। বন্দে ভাৰতে সপ্তাহত ৬ দিন গুৱাহাটী-নতুন জলপাইগুৰি পথত চলাচল কৰিব ৷মঙলবাৰেহে বন্ধ থাকিব এই  সেৱা। ৰে’লৱেৰ সহযোগী কোম্পানী আই আৰ চি টি চিয়ে কয় যে এ চি চেয়াৰ গাড়ীৰ যাত্ৰীসকলে ১২২৫ টকা আৰু বিশেষ চেয়াৰ গাড়ীৰ যাত্ৰীসকলে ২২০৫ টকা  ব্যয় কৰিব লাগিব ৷

এই নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে দেশত বন্দে ভাৰত ৰে’লৰ সংখ্যা হ’ল ৩৪খন। এই পৰ্যন্ত বন্দে ভাৰতে ২১খন ৰাজ্যক সেৱা আগবঢ়াই আছে। অদূৰ ভৱিষ্যতে ভাৰতীয় ৰেলৱেৰ সংখ্যা বৃদ্ধি পাবলৈ গৈ আছে বুলি ৰেলৱেই জনাইছে।

Previous Post

চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?

Next Post

বিষপান কৰোৱাই হত্যাৰ চেষ্টা! পুটিনক সাক্ষাৎ কৰাৰ পাছতে অসুস্থ বেলাৰুছৰ ৰাষ্ট্ৰপতি

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
বিষপান কৰোৱাই হত্যাৰ চেষ্টা! পুটিনক সাক্ষাৎ কৰাৰ পাছতে অসুস্থ বেলাৰুছৰ ৰাষ্ট্ৰপতি

বিষপান কৰোৱাই হত্যাৰ চেষ্টা! পুটিনক সাক্ষাৎ কৰাৰ পাছতে অসুস্থ বেলাৰুছৰ ৰাষ্ট্ৰপতি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7