VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তিঁয়হ বাকলিৰ সৈতে খায় নেকি ? এনে ধৰণে খালে কি হয় জানেনে বাৰু ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 24, 2023
in জীৱন
তিঁয়হ বাকলিৰ সৈতে খায় নেকি ? এনে ধৰণে খালে কি হয় জানেনে বাৰু ?
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

গ্ৰীষ্মকালীন পাচলিৰ ভিতৰত বিশেষকৈ তিঁয়হ চালাড হিচাপে খোৱা হয়। তিঁয়হত পানীৰ পৰিমাণ বেছি থাকে বাবে ডি-হাইড্ৰেসনৰ সম্ভাৱনা কম হয়। কিন্তু আমি প্ৰায়েই তিঁয়হৰ বাকলি এৰুৱাই খাওঁ । ফল আৰু পাচলিৰ বাকলিত প্ৰচুৰ পৰিমাণে পুষ্টিগুণ থাকে আৰু যেতিয়াই আমি বাকলি এৰুৱাই দিওঁ তেতিয়াই তাত থকা পুষ্টিগুণৰ পৰা বঞ্চিত হওঁ। সেউজীয়া পাচলিত এণ্টি অকিডেণ্ট থকাৰ বাবে স্বাস্থ্যৰ বাবে বহুত উপকাৰী। তিঁয়হ বাকলিৰ সৈতে খালে কি কি উপকাৰ পোৱা যায় জানো আহক—-

১) ছালৰ বাবে উপকাৰী :- তিঁয়হ স্বাস্থ্যৰ লগতে ছালৰ বাবেও উপকাৰী এই কথা সকলোৱে জানে। কিন্তু বাকলিৰ সৈতে তিঁয়হ খালে তাৰ উপকাৰ দুগুণ হয়। বাকলিৰ সৈতে তিঁয়হ খালে মুখৰ উজ্বলতা বাঢ়ে। তিঁয়হৰ বাকলিত এস্যকৰবিক এচিদ থকা বাবে ছালৰ বিভিন্ন দিশত উপকাৰী হয়। বাকলিৰ সৈতে তিঁয়হ খালে ছালৰ বাৰ্ধক্য ৰোধ হয় আৰু ভিটামিন অক্সিডেটিভে ছালৰ ক্ষতি প্ৰতিৰোধ কৰিব পাৰে।

২) দৃষ্টি শক্তি বৃদ্ধি হয় :- যি সকলৰ দৃষ্টি-শক্তি দুৰ্বল তেওঁলোকে নিয়মিত বাকলিৰ সৈতে তিঁয়হ খোৱা উচিত। তিঁয়হত ভিটামিন এ’ পোৱা যায়। সেইবাবে বাকলিৰ সৈতে তিঁয়হ খালে দৃষ্টি শক্তি বৃদ্ধি হোৱাৰ লগতে কুকুৰীকণা ৰোগৰ বাবেও উপকাৰী।

৩) মুখৰ উজ্বলতা বাঢ়ে :- তিঁয়হৰ বাকলি ছালৰ কাৰণে খুবেই উপকাৰী কাৰণ ইয়াত এস্যকৰবিক এচিদ পোৱা যায় , ঠিক তেনেকৈ ভিটামিন অক্সিডেটিভ থকাৰ বাবে ক্ষতি হোৱা ছাল প্ৰতিৰোধ কৰিব পাৰে। যাৰ ফলত মুখৰ সৌন্দৰ্য আশ্চৰ্যজনক ভাৱে উজ্বলতাৰে ভৰি পৰে।

৪) ওজন কমায় :- বাকলিৰ সৈতে তিঁয়হ খালে ওজন কমোৱাত সহায়ক হয়। তিঁয়হত কেলৰি খুওব কম থাকে। হজম ক্ষমতা বঢ়াই তোলে আৰু তাৰ লগতে ভোক লগাৰ পৰিমাণ কমায়। যাৰ ফলত ওজন কমোৱাত সুবিধা হয়।

৫) হাৰ্টৰ বাবে উপকাৰী :- বাকলিৰ সৈতে তিঁয়হ খালে হৃদৰোগৰ সম্ভাৱনা বহুত পৰিমাণে কমি যায়। তিঁয়হত ভিটামিন কে’ থকাৰ বাবে তেজ গোট মৰাত বাধা দিয়ে যাৰ ফলত হাৰ্ট এটাকৰ সম্ভাৱনা কমায় আৰু তাৰ লগতে তেজ পৰিবাহী নলী বিলাকক সুস্থ ৰখাত সহায় কৰে।

৬) লোভ নিয়ন্ত্ৰণ কৰে :- ওজন কমোৱাৰ বাবে পাচলি হিচাপে তিঁয়হ খোৱা হয়। তিঁয়হে পিয়াহ গুচোৱাৰ লগতে মেটাবলিজম বঢ়ায়।বাকলিৰ সৈতে তিঁয়হ খালে পাকস্থলীৰ কাৰণে ফাইবাৰৰ কাম কৰে আৰু পেট ভৰি থকাৰ অনুভৱ কৰায়। যাৰ ফলত ঘনাই খোৱাৰ পৰা বিৰত থাকিব পাৰি।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম

Related Posts

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?
জীৱন

দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?

May 31, 2023
জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?
জীৱন

জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?

May 30, 2023
চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?
জীৱন

চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?

May 29, 2023
চকুৰ তলৰ অংশ  ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?
জীৱন

চকুৰ তলৰ অংশ ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?

May 26, 2023
যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক  এই তিনিধৰণৰ বাদাম  হ’ব?
জীৱন

যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক এই তিনিধৰণৰ বাদাম হ’ব?

May 25, 2023
Next Post
ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম

ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7