VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম

এই চাৰি পৰিস্থিতিত নিষিদ্ধ হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ডখন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 24, 2023
in অৰ্থনীতি
ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

ৰেচন কাৰ্ডধাৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ লাখ লাখ ৰেচন কাৰ্ডধাৰীক এই ৰেচনকাৰ্ডৰ যোগে কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া ৰেচনৰ সুবিধা প্ৰদান কৰি আহিছে আৰু চৰকাৰে ইতিমধ্যে এইকথা ঘোষণাও কৰিছে যে এই বছৰো অৰ্থাৎ ২০২৩ চনতো ৰেচন কাৰ্ডধাৰীয়ে বিনামূলীয়া ৰেচনৰ সুবিধা নিশ্চিতভাৱে লাভ কৰি থাকিব৷ কিন্তু দেখা গৈছে যে বহু সময়ত বহু অযোগ্য লোকে বিনামূলীয়া ৰেচনৰ সুবিধা লৈ থকাৰ বিপৰীতে  বহু দৰিদ্ৰ লোক এই সেৱাৰ পৰা বঞ্চিত হৈ আছে ৷ যাৰ বাবে এইবাৰ এইসকল লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ।

এনে লোকক নিজাববীয়াকৈ ৰেচন কাৰ্ড বাতিল কৰিবলৈ চৰকাৰৰ আহ্বান

ইয়াৰ বাবে চৰকাৰৰ ৰাইজলৈ আহ্বান যে এনে লোকে নিজাববীয়াকৈ নিজৰ ৰেচন কাৰ্ড বাতিল কৰক।তেওঁলোকে নিজেই নিজৰ ৰেচন কাৰ্ড বাতিল নকৰিলে খাদ্য বিভাগৰ দলে পৰীক্ষণৰ পিছত  তেনে লোকৰ ৰাচন কাৰ্ড বাতিল কৰিব। আনহাতে তেওঁলোকৰ বিৰুদ্ধে  যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

 ৰেচন কাৰ্ড সন্দৰ্ভত কি নতুন নিয়ম চৰকাৰৰ ?

যদি কোনো ৰেচন কাৰ্ডধাৰীৰ নিজ উপাৰ্জনেৰে লোৱা ১০০ বৰ্গমিটাৰৰ প্লট/ফ্লেট বা ঘৰ, চাৰিচকীয়া বাহন/ট্ৰেক্টৰ, অস্ত্ৰৰ অনুজ্ঞাপত্ৰ আছে , যদি তেওঁৰ পৰিয়ালৰ বাৰ্ষিক  আয় গাঁৱত দুই লাখতকৈ অধিক আৰু চহৰত তিনি লাখতকৈ অধিক তেন্তে এনে লোকে  তেওঁলোকৰ ৰেচন কাৰ্ড বাতিল কৰিবলৈ তহচিল আৰু ডি এছ অ’ৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰিব লাগিব।

আইনী ব্যৱস্থা ল’ব চৰকাৰে-

চৰকাৰৰ নিয়ম অনুসৰি যদি ৰেচন কাৰ্ডধাৰীয়ে কাৰ্ড জমা নিদিয়ে তেন্তে তেনে লোকৰ কাৰ্ড তদন্তৰ অন্তত শীঘ্ৰেই বাতিল কৰা হ’ব। ইয়াৰ লগতে সেই পৰিয়ালটোৰ বিৰুদ্ধেও গ্ৰহণ কৰিব আইনী ব্যৱস্থা । কেৱল এয়াই নহয়, এনে লোকে যেতিয়াৰ  পৰা ৰেচন কাৰ্ডৰ যোগেদি বিনামূলীয়া ৰেচনৰ সেৱা গ্ৰহণ কৰি আছে  সেই পৰিমাণৰ ৰেচনৰ মূল্যও তেওঁৰ পৰা  সম্পূৰ্ণৰূপে আদায় লোৱা  হ’ব।

Previous Post

তিঁয়হ বাকলিৰ সৈতে খায় নেকি ? এনে ধৰণে খালে কি হয় জানেনে বাৰু ?

Next Post

‘পৰিণীতা’ৰ পৰিচালক প্ৰদীপ চৰকাৰৰ দেহাৱসান

Related Posts

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?
অৰ্থনীতি

কিয় হঠাতে ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট বন্ধ কৰি দিলে? কি নীতি গ্ৰহণ কৰিছে ৰিজার্ভ বেংকে ?

May 26, 2023
আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?
অৰ্থনীতি

আপোনাৰ লগতো আছে নেকি দুহাজাৰ টকীয়া নোট? কেতিয়া, ক’ত, কেনেকৈ জমা কৰিব?

May 20, 2023
এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ
অৰ্থনীতি

এবছৰতে শ্বেয়াৰ বজাৰত এল আই চিৰ মূলধন ৪০ শতাংশ হ্ৰাস, আদানিক আকৌ টাৰ্গেট কংগ্ৰেছৰ

May 18, 2023
বিশ্ববেংকৰ শীর্ষ পদবীত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত  ভাৰতীয় মূলৰ  ব্যক্তি ,অধ্যক্ষ হিচাপে নির্বাচিত অজয় বাংগা
অৰ্থনীতি

বিশ্ববেংকৰ শীর্ষ পদবীত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত ভাৰতীয় মূলৰ ব্যক্তি ,অধ্যক্ষ হিচাপে নির্বাচিত অজয় বাংগা

May 4, 2023
দেউলীয়া হোৱাৰ দিশে  স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান
অৰ্থনীতি

দেউলীয়া হোৱাৰ দিশে স্পাইচজেট! কেন্দ্ৰৰ জৰুৰীকালীন পুঁজিৰ ওপৰত নির্ভৰ কৰি চলিব বিমান

May 3, 2023
কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি
অৰ্থনীতি

কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি

May 3, 2023
Next Post
‘পৰিণীতা’ৰ পৰিচালক প্ৰদীপ চৰকাৰৰ দেহাৱসান

'পৰিণীতা'ৰ পৰিচালক প্ৰদীপ চৰকাৰৰ দেহাৱসান

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7