VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপুনি বাৰু কণী খাই ভাল পাই নেকি ?

মানসিক স্বাস্থ্যৰ বাবে উপকাৰী 'সিজোৱা কণী'

voicedesk by voicedesk
December 3, 2022
in জীৱন
আপুনি বাৰু কণী খাই ভাল পাই নেকি ?
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বহু প্ৰকাৰৰ পুষ্টিকৰ উপাদান  আৰু খনিজ পদাৰ্থৰ প্ৰয়োজন হয় আৰু আমি বিভিন্ন খাদ্যৰ যোগেদি ইয়াক পূৰণ কৰোঁ। কণী এনেকুৱা এক খাদ্য যিয়ে আমাৰ শৰীৰৰ বহুতো পুষ্টিকৰ উপাদানৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে ।সেয়েহে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে কণী খোৱা উচিত ৷

কণীয়ে শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলাই ৷ এক প্ৰতিবেদন অনুসৰি প্ৰটিনৰ বাবে কণী হ’ল  সৰ্বোত্তম উৎস ৷আনহাতে  ইয়াৰ বাহিৰেও ইয়াত ভিটামিন বি, ভিটামিন বি ১২, বায়’টিন, ৰাইব’ফ্লেভিন, থাইয়ামিন, এন্টিঅক্সিডেন্ট আৰু চেলেনিয়াম পোৱা যায়। এই সকলোবোৰ উপাদানে শৰীৰক বহুতো গুৰুতৰ ৰোগৰ পৰা ৰক্ষা কৰে। মানুহে কণী বিভিন্ন ধৰণে খাব  পাৰে ৷  কিছুমানে কণীৰ কুহুম গাখীৰৰ লগত সেৱন কৰে আৰু কোনোবাই উতলাই খায়, কিন্তু প্ৰকৃতাৰ্থত সিজোৱা কণীৰ উপকাৰিতা সকলোতকৈ বেছি ৷

উল্লেখযোগ্য যে সিজোৱা কণীত জিংকৰ লগতে যথেষ্ট  পৰিমাণৰ ভিটামিন বি ৬ আৰু ভিটামিন বি ১২ থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। অৱশ্যে এটা কণীত  চৰ্বিও যথেষ্ট  পৰিমাণে থাকে ৷ আনহাতে  ই শৰীৰক গৰম কৰি ৰখাত সহায় কৰে, গতিকে শীতকালত কণী সিজাই খালে ভাল ফল পোৱা যায় ।

কণীত প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে হাড়ক মজবুত কৰি ৰাখে লগতে ই   প্ৰটিনৰ লগতে এমিনো এচিডৰ  উৎস, আৰু কেলৰি কম হোৱাৰ বাবে ই ওজন হ্ৰাস কৰাতো সহায় কৰে। জানিব পৰা মতে সিজোৱা কণী  মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো   উপকাৰী।ইয়াত ওমেগা-৩ ফেটি এচিড আৰু কলিন থাকে, যিয়ে কোষৰ আৱৰণ গঠন কৰে। কণীৰ কুহুম বা সিজোৱা কণীৰ হালধীয়া অংশত লুটিন আৰু জিএক্সান্থিন প্ৰচুৰ পৰিমাণে থাকে। আমাৰ চকুৰ বাবেও  ই অতি উপকাৰী। ইয়াৰ ফলত চকুৰ ছানি পৰাৰ সম্ভাৱনাও কমি যায়।

Previous Post

প্ৰাচীন ভাৰতেই  হয়তো একমাত্ৰ এনে দেশ য’ত সকলো ঋতু একেলগে উপভোগ কৰিব পাৰি

Next Post

এইবাৰ ভাৰতত নহয় আমেৰিকাৰ এখন ঘৰত লক্ষ্মীৰ ৰূপত জন্ম হ’ল কন্যা সন্তানৰ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
এইবাৰ ভাৰতত নহয় আমেৰিকাৰ এখন  ঘৰত লক্ষ্মীৰ ৰূপত জন্ম হ’ল কন্যা সন্তানৰ

এইবাৰ ভাৰতত নহয় আমেৰিকাৰ এখন ঘৰত লক্ষ্মীৰ ৰূপত জন্ম হ’ল কন্যা সন্তানৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7