VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মছলা হিচাপে আদা ব্যৱহাৰ কৰে নিশ্চয়। আদা খালে কি হয় জানেনে বাৰু

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 17, 2022
in জীৱন
আদা অকল মছলাই নহয় , আদাৰো আছে বহুতো ঔষধি গুণ
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

ইংৰাজী নাম ঃ Ginger
বেৈজ্ঞানিক নাম ঃ Zingiber officinale
আদা মছলা জাতীয় উদ্ভিদ। আদাক আমি মছলা হিচাপে ব্যৱহাৰ কৰোঁ। পাকঘৰত আদা নাথাকিলে ৰান্ধনীৰ ৰান্ধা যেন আধৰুৱা হৈ ৰয়। ৰন্ধন কাৰ্যৰ উপৰিও আদাৰ আছে বহুতো ঔষধি গুণ। জানো আহক-
১) আদা আহিৰ খোৱাৰ পূৰ্বে চোবাই খালে ভোক লগায়।
২) আদাই কণ্ঠ আৰু জিভা পৰিষ্কাৰ কৰে।
৩) কফৰ কাৰণে আদাৰ ৰস খুবেই উপকাৰী।
৪) মাত ভঙা ভাল কৰিবৰ কাৰণে আদাৰ ৰস দুই চামুচত এচামুচ মৌ মিহলি কৰি দিনে দুবাৰকৈ ৪/৫ দিন খালে মাত ভঙা ভাল হয়।
৫) আদাই বায়ু, ৰক্তপিত্ত, কাহ আদি ৰোগ ভাল কৰিব পাৰে।
৬) আদাৰ ৰসৰ লগত মৌ আৰু তুলসী ৰস সমপৰিমাণৰ লৈ তাত তিনিটা জালুকৰ গুড়া দি খালে কাহ আৰু পানী লগা ভাল হয়।
৭) বদহজম বা পেট কামোৰণি নাইবা পেটৰ বিভিন্ন ৰোগত আদাৰ ৰস খালে যথেষ্ট উপকাৰ হয়।
৮) মুখৰ দুৰ্গন্ধ বন্ধ কৰিবলৈ , দাঁতৰ বিষ নোহোৱা কৰিবলৈ আদা চোবাই খোৱা উচিত।
৯) কাণৰ গুৰি ফুলা ৰোগত আদা খুন্দি প্ৰলেপ দিলে ভাল হয়।
১০) আদাই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে। শৰীৰৰ উত্তাপ ঠিক ভাৱে ৰখাত আদাই সহায় কৰে।
১১) আদাই হজম শক্তি বৃদ্ধি কৰে।
১২) আদাই তেজ গোট মৰা ক্ষমতা অটুট ৰাখে।
১৩) আদা নিমখৰ সৈতে চোবাই খালে টনচিল ভাল হয়।
১৪) আদাৰ ৰস নেমুৰ ৰসৰ সৈতে খালে খাদ্যনলী পৰিষ্কাৰ হয় আৰু জিভা চাফা হয়।
১৫) আদা মুখশুদ্ধি হিচাপে ব্যৱহাৰ কৰিব পাৰি।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

এতিয়া আমৰ বতৰ। গাওঁ -চহৰত উভৈনদী হৈ আছে ধুনীয়া ধুনীয়া আম। আম খোৱাৰ আগতে জানি লওঁক আমৰ বিষয়ে
জীৱন

এতিয়া আমৰ বতৰ। গাওঁ -চহৰত উভৈনদী হৈ আছে ধুনীয়া ধুনীয়া আম। আম খোৱাৰ আগতে জানি লওঁক আমৰ বিষয়ে

June 24, 2022
১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!
জীৱন

১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!

June 23, 2022
ঋতু অনুসৰি শিলিখা বিভিন্ন দ্ৰব্যৰ লগত ব্যৱহাৰ হয় । কোন ঋতুত শিলিখা কেনেকৈ খালে অধিক উপকাৰ হয় জানো আহক
জীৱন

ঋতু অনুসৰি শিলিখা বিভিন্ন দ্ৰব্যৰ লগত ব্যৱহাৰ হয় । কোন ঋতুত শিলিখা কেনেকৈ খালে অধিক উপকাৰ হয় জানো আহক

June 23, 2022
যি কোনো বয়সতে এই ৰোগ হ’ব পাৰে যদিও শিশু সকলক সাধাৰণতে এই ৰোগে বেছিকৈ আক্ৰমণ কৰে। জানো আহকচোন ৰোগৰ বিষয়ে আৰু প্ৰতিকাৰৰ উপায়
জীৱন

যি কোনো বয়সতে এই ৰোগ হ’ব পাৰে যদিও শিশু সকলক সাধাৰণতে এই ৰোগে বেছিকৈ আক্ৰমণ কৰে। জানো আহকচোন ৰোগৰ বিষয়ে আৰু প্ৰতিকাৰৰ উপায়

June 22, 2022
সৌন্দৰ্যৰ ৰাণী বগা গোলাপ সুগন্ধিদায়ক হোৱাৰ উপৰিও আছে ঔষধি গুণ – জানো আহকচোন
জীৱন

প্ৰেমৰ প্ৰতীক গোলাপক ফুলৰ ৰাণী বুলি কোৱা হয়। সৌন্দৰ্যময়ী গোলাপৰো আছে আৰু বহুত নজনা কথা

June 21, 2022
আপোনাৰ বাৰু কলেষ্টেৰল হৈছে নেকি?
জীৱন

আপোনাৰ বাৰু কলেষ্টেৰল হৈছে নেকি?

June 20, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7