VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চুলি সৰা সমস্যা আৰু যত্নৰ কিছু উপায়

চুলি সৰা ৰোধ কৰিবলৈ কি কৰিব লাগে,কি কৰিব নালাগে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 24, 2021
in জীৱন
চুলি সৰা  সমস্যা আৰু  যত্নৰ কিছু উপায়
0
SHARES
93
VIEWS
Share on FacebookShare on Twitter

চুলি সৰা আমাৰ সকলোৰে  এক গতানুগতিক সমস্যা ৷  আজিকালি জলবায়ু নাইবা প্ৰদূষনৰ বাবে পুৰুষ মহিলা উভয়েই এই সমস্যাৰ সন্মূখীন হয়৷ পানী,বতৰ ,ঔষধ নাইবা বেমাৰ আজাৰ  আদি বিভিন্ন কাৰণত চুলিৰ এই সমস্যাই দেখা দিয়ে ৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰা উচিত আজি আমি তাৰ বিষয়ে আলোচনা কৰিম৷

চুলি নসৰিবলৈ কি খাব লাগে:-

  • নীলা পদুম,ভোমোৰা,জেষ্ঠমধু,সুগন্ধি ক’লা পিঁয়াজ,নহৰু,অপৰাজিতা ফুলৰ ৰস খালে চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি
  • বৰ মানিমুনি গৰু গাখীৰৰ সৈতে খালে চুলিসৰা বন্ধ হয়
  • আইৰণযুক্ত খাদ্য যেনে কেঁহৰাজ,আমলখি আদি খালে চুলি সৰা বন্ধ হয়৷

চুলিত কি লগালে চুলি সৰা বন্ধ হয়:-

  • কেঁহৰাজ বা ৰঙা জবাফুলৰ ৫/৬টা পাত খুন্দি মূৰত প্ৰায় আধা ঘণ্টা সময় প্ৰলেপ দি ৰাখিব লাগে
  • মহাভৃংগৰাজৰ পাত সানিব লাগে
  • ২০০ গ্ৰাম কেৰেলাৰ শিপা খুন্দি মূৰত প্ৰায় আধা ঘণ্টা সময় প্ৰলেপ দি ৰাখিলে চুলি সৰা বন্ধ হয়

চুলি সৰিলে কি ব্যৱহাৰ কৰিব নালাগে:-

  • পৰাপক্ষত মূৰ  ধোঁওতে চাবোন ব্যৱহাৰ কৰিব নালাগে
  • বজাৰত সহজতে পোৱা যিকোনো উগ্ৰ গোন্ধ যুক্ত তেল ব্যৱহাৰ কৰিব নালাগে

চুলি নসৰিবলৈ কি কি যতন লোৱা প্ৰয়োজন:-

  • চুলিৰ গুৰি সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে
  • অধিক চিন্তাৰ পৰা বিৰত থাকিব লাগে
  • টোপনি খতি কৰিব নালাগে
  • পৰাপক্ষত কৃত্ৰিম সামগ্ৰীৰ ব্যৱহাৰ কৰিব নালাগে

এই সকলোখিনি কথাত গুৰুত্ব আৰোপ কৰি আমি নিজৰ চুলিকোছাৰ যত্ন ল’লে ,আমি সুন্দৰ চুলি আৰু সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হ’ব পাৰোঁ৷

Previous Post

আফগানিস্তানত মহিলাৰ প্ৰতি তালিবানৰ নতুন নিয়ম

Next Post

চাইবাৰ অপৰাধ কিদৰে ৰোধ কৰিব ? অসম আৰক্ষীয়ে উন্মোচন কৰিলে  বিশেষ পুস্তিকা

Related Posts

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
Next Post
চাইবাৰ অপৰাধ কিদৰে ৰোধ কৰিব ? অসম আৰক্ষীয়ে উন্মোচন কৰিলে  বিশেষ পুস্তিকা

চাইবাৰ অপৰাধ কিদৰে ৰোধ কৰিব ? অসম আৰক্ষীয়ে উন্মোচন কৰিলে  বিশেষ পুস্তিকা

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7