VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আফগানিস্তানত মহিলাৰ প্ৰতি তালিবানৰ নতুন নিয়ম

শিৱানী বৰা by শিৱানী বৰা
November 24, 2021
in অভিমত
আফগানিস্তানত মহিলাৰ প্ৰতি তালিবানৰ নতুন নিয়ম
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

তালিবান শাসনাধিষ্ঠিত আফগানিস্তানত মহিলাৰ ওপৰত পুনৰ কঠোৰ নিৰ্দেশনা জাৰি কৰা হয়। এইবাৰ আফগানিস্তানৰ টেলিভিচন চেনেলসমূহলৈ তালিবানে এক জাননী প্ৰেৰণ কৰিছে। মহিলা শিল্পীৰ অনুষ্ঠান সম্প্ৰচাৰৰ ক্ষেত্ৰত নিষেধজ্ঞা জাৰি কৰা হৈছে।

তালিবানৰ মতে হিজাব পৰিধান নকৰাকৈ পৰিবেশন কৰা মহিলাৰ অনুষ্ঠানসমূহ সম্পূৰ্ণ ইছলাম বিৰোধী। হিজাবৰ সলনি অত্যাধুনিক সাজপাৰ পৰিধান কৰি মহিলাসকলে ইছলামৰ নীতি আদৰ্শ ভংগ কৰিছে। গতিকে মহিলা শিল্পীৰ দ্বাৰা অনুষ্ঠান পৰিৱেশনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

অলপতে আফগানিস্তানৰ মহিলা খেলুৱৈৰ ওপৰতো কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল। মহিলাৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰটো কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰিছিল।

তালিবানৰ দ্বাৰা নিত্য নতুন আইনে অতীষ্ঠ কৰি তুলিছে আফগানিস্তানৰ বাসিন্দাক। কেৱল মহিলাৰে নহয় পুৰুষসকলৰ প্ৰতিও কঠোৰ আইন বলবৎ হৈছে। আফগানিস্তানত কোনো পুৰুষে দাঢ়ি খুৰাব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰাৰ লগতে নাপিতৰ দোকানসমূহ উচ্ছেদ কৰা হৈছে। ফলত কৰ্মহীন হৈ পৰিছে বহু নাগৰিক। জীৱিকা হেৰুৱাইছে। চুলিৰ আগত জীউ লৈ জীয়াই আছে আফগানিস্তানৰ নাগৰিক।

ফলত তালিবানৰ বৰ্বৰতাৰ পৰা ৰক্ষা কৰিবলৈ, কিছু সংখ্যক লোকে নিজৰ পেট পুহিবলৈ আফগানিস্তানৰ বৰ্ডাৰত নিজৰ সন্তানক বিক্ৰী কৰি কৰিবলৈ ধৰিছে। এই ক্ষেত্ৰত অৱশ্যে আফগানিস্তানৰ তালিবানেও সহায় কৰিছে।

অমানৱীয়, বৰ্বৰতাৰে ভৰা তালিবান শাসিত অঞ্চলত প্ৰতিপল মানৱ অধিকাৰ খৰ্ব হৈছে। তথাপি নিমাত আছে ৰাষ্ট্ৰসংঘ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ। আফগানিস্তানৰ দৰে সৰু দেশ এখনত তালিবানৰ দৰে সৰু শক্তিক উফৰাই পেলোৱাটো ৰাষ্ট্ৰসংঘৰ দৰে সংস্থাৰ বাবে এটা সৰু পদক্ষেপ। অন্য দেশৰ আভ্যন্তৰীণ ক্ষেত্ৰত চকু ৰখা উন্নত দেশসমূহৰ স্থিতিও অতি উদ্বেগজনক। আফগানিস্তানৰ সৰ্ব সাধাৰণ ৰাইজৰ দুৰ্দশাক আওকাণ কৰা স্থিতিয়ে মানুহৰ মনত বিৰূপ প্ৰভাৱ পেলাইছে। ৰাষ্ট্ৰসংঘৰ অভিভাৱকত্বত দেশসমূহ বা দুখীয়া দেশৰ নাগৰিক এতিয়া সুৰক্ষিত হয় নে নহয় এই লৈ প্ৰশ্ন উত্থাপিত হৈছে।

Previous Post

চৰকাৰৰ কিছু গুৰুত্বপূৰ্ণ ঘোষণা

Next Post

চুলি সৰা সমস্যা আৰু যত্নৰ কিছু উপায়

Related Posts

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!
অভিমত

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

March 30, 2023
বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি
অভিমত

বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি

March 30, 2023
তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ ,  শোক আৰু প্ৰশ্ন
অভিমত

তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ , শোক আৰু প্ৰশ্ন

February 11, 2023
আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?
সংবাদ গুঞ্জন

আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?

February 7, 2023
ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?
অভিমত

ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?

February 6, 2023
Next Post
চুলি সৰা  সমস্যা আৰু  যত্নৰ কিছু উপায়

চুলি সৰা সমস্যা আৰু যত্নৰ কিছু উপায়

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7