VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

আলমনড, কাজু , আখৰুট আদিয়েও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে। কেনেকৈ? জানো আহক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 27, 2022
in জীৱন
আলমনড, কাজু , আখৰুট আদিয়েও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে। কেনেকৈ? জানো আহক
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

শৰীৰৰ এক নীৰৱ ঘাটক হৈছে উচ্চ ৰক্তচাপ। কেৱল বয়সস্থ লোকৰেই নহয় যিকোনো বয়সৰ লোকৰ ক্ষেত্ৰত দেখা দিব পাৰে এই ৰোগে। অত্যাধিক ওজন , অনিয়ন্ত্ৰিত জীৱন-যাপন, অস্বাস্থ্যকৰ খাদ্যৰ বাবেই দেখা দিব পাৰে এই ধৰণৰ সমস্যাই। উচ্চ ৰক্তচাপত ঔষধ খোৱাৰ উপৰিও দৈনন্দিন খাদ্যৰ ওপৰতো গুৰুত্ব দিয়া উচিত। জানো আহকচোন এই খাদ্য সমূহৰ বিষয়ে-
১) প্ৰতিদিনে সতেজ ফল নেমু , আমলখী , আপেল , কমলা , কল , নাচপতি আদি খোৱাৰ অভ্যাস কৰিব লাগে।
২) প্ৰচুৰ পৰিমাণে শাক-পাচলি – পালেং শাক , কলমৌ শাক , বন্ধাকবি , ফুলকবি , বিলাহী , লাও , কোমোৰা , তিঁয়হ আদি খাব লাগে।
৩) ডাব নাৰিকলৰ পানী , কল , বিলাহী আদিত পটাচিয়াম প্ৰচুৰ পৰিমাণে থাকে। পটাচিয়াম থকা খাদ্যৰ পৰিমাণ খাদ্য তালিকাত বঢ়াব লাগে।
৪) পানীত তিয়াই থোৱা বাদাম যেনে – আলমনড , আখৰুট , কাজু আদি ৰাতিপুৱা খালি পেটত খালেও যথেষ্ট আৰাম পোৱা যায়।
৫) উচ্চ ৰক্তচাপ হ’লে প্ৰচুৰ পৰিমাণে মাছ খোৱা উচিত। কিন্তু তেলযুক্ত মাছ পৰিহাৰ কৰিব লাগে।

Previous Post

আই পি এল ২০২২ ত ভাইৰেল হৈ পৰিছে মিচেল চেণ্টনাৰক আউট কৰাৰ পিছত আৰ্শদীপ সিঙৰ উদযাপন

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক
জীৱন

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
গৰমৰ দিনত কুঁজী থেকেৰাৰে মাছ ৰান্ধি খায় নিশ্চয়। খালে কি হয় জানো আহক
জীৱন

গৰমৰ দিনত কুঁজী থেকেৰাৰে মাছ ৰান্ধি খায় নিশ্চয়। খালে কি হয় জানো আহক

May 18, 2022
আদা অকল মছলাই নহয় , আদাৰো আছে বহুতো ঔষধি গুণ
জীৱন

মছলা হিচাপে আদা ব্যৱহাৰ কৰে নিশ্চয়। আদা খালে কি হয় জানেনে বাৰু

May 17, 2022
কথা কোৱাৰ কৌশলতাই আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে
জীৱন

কথা কোৱাৰ কৌশলতাই আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে

May 16, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক
জীৱন

আপোনাৰ চকুযুৰি নিস্তেজ হৈ পৰিছে নেকি ? চকুযুৰিৰ উজ্জ্বলতা ঘুৰাই আনিব বিচাৰিছে যদি কৰিব পাৰে এই উপায়

May 14, 2022
বাৰীত এজোপা কাঁজিনেমু নিশ্চয় আছে । যদি নাই আজিয়ে লগাওঁক। কাঁজি নেমুৱে নিৰোগী কৰাৰ লগতে সৌন্দৰ্যও বৃদ্ধি কৰে
জীৱন

বাৰীত এজোপা কাঁজিনেমু নিশ্চয় আছে । যদি নাই আজিয়ে লগাওঁক। কাঁজি নেমুৱে নিৰোগী কৰাৰ লগতে সৌন্দৰ্যও বৃদ্ধি কৰে

May 13, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7