VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তিতাকেৰেলা খাবলৈ তিতা যদিও ইয়াৰ ঔষধি গুণ জানিলে আপোনাৰ মন মিঠা হৈ পৰিব

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 1, 2022
in জীৱন
তিতাকেৰেলা খাবলৈ তিতা যদিও ইয়াৰ ঔষধি গুণ জানিলে আপোনাৰ মন মিঠা হৈ পৰিব
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

তিতাকেৰেলা এবিধ আৰোহী লতা। ইয়াৰ পাত সৰল আৰু দীঘল।ফুলৰ ৰং হালধীয়া। ফল দীঘলীয়া আৰু ফলৰ ওপৰত জোঙা -জোঙা কাঁইট থাকে। তিতাকেৰেলা কেঁচাতে সেউজীয়া বৰণৰ কিন্তু পকিলে হালধীয়া বা কমলা ৰঙৰ হয়। গোটেই বছৰ ফল আৰু ফুল হয়।
ইংৰাজী নাম – Bitter Gourd.
বৈজ্ঞানিক নাম – Momordica Charantia Linn তিতাকেৰেলা খাবলৈ তিতা যদিও ইয়াৰো আছে বহুত ঔষধি গুণ-
১) তিতাকেৰেলাই তেজ পৰিষ্কাৰ কৰে
২) তিতাকেৰেলা কৃমিনাশক , উত্তেজক , বহুমূত্ৰ নাশক , ফোহা নাশক আৰু প্লীহা নাশক।
৩) বৃক্ক বা মূত্ৰস্থলীত পাথৰ হ’লে তিতাকেৰেলাৰ ৰস পাঁচ চামুচ গৰুৰ দৈৰ সৈতে ভাত খোৱাৰ পাছত খাব লাগে।
৪) তিতাকেৰেলাৰ ৰস খালে গাৰ বিষ ভাল হয়।
৫) মেলেৰীয়া জ্বৰত তিতাকেৰেলাৰ পাতৰ ৰস আৰু কেঁচা হালধিৰ ৰস উপকাৰী।
৬) তিতা কেৰেলাৰ পাতৰ ৰস মৌৰ লগত খালে যকৃতৰ ৰোগ ভাল হয়।
৭) তিতাকেৰেলাৰ ৰস বাতবিষ আৰু গাঁঠিৰ বিষৰ বাবে উপকাৰী।
৮) তিতাকেৰেলাৰ ৰসে কুকুৰীকণা দূৰ কৰে।
৯) তিতাকেৰেলাৰ ৰস খালে মহিলাৰ মাহেকীয়া বিষ ভাল হয়।
১০) কলেৰা আৰু ডায়েৰিয়া ৰোগত তিতাকেৰেলাৰ ৰস তিলৰ লগত মিহলি কৰি খালে ৰোগ ভাল হয়।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ফণী শৰ্মাৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি

Related Posts

আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক
জীৱন

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
পাকঘৰত বিচাৰি পোৱা ৰান্ধনি মচলাৰেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। জানো আহক
জীৱন

পাকঘৰত বিচাৰি পোৱা ৰান্ধনি মচলাৰেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। জানো আহক

August 9, 2022
কেতিয়াবা নাক সোপা মাৰি ধৰে। এনেকুৱা অৱস্থাত আপুনি কি কৰে বাৰু ?
জীৱন

কেতিয়াবা নাক সোপা মাৰি ধৰে। এনেকুৱা অৱস্থাত আপুনি কি কৰে বাৰু ?

August 8, 2022
চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক
জীৱন

চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক

August 6, 2022
স্বাস্থ্যৰ ক্ষেত্ৰত নেমুৰ উপকাৰিতা
জীৱন

গোল নেমু বহুত বেমাৰৰ মহৌষধ স্বৰূপ হোৱাৰ উপৰিও গোল নেমুৰ আছে আৰু কিছু বিশেষ কথা।জানো আহক

August 5, 2022
তুলসীৰ ১০ টা বিস্ময়কৰ ঔষধি গুণ
জীৱন

তুলসী গছক কিয় তীৰ্থৰ দৰে পৱিত্ৰ গছ বুলি কোৱা হয় জানেনে বাৰু ? আপোনাৰ চোতালত থকা তুলসী জোপায় কিহৰ সংকেত দিয়ে , জানো আহক

August 4, 2022
Next Post
তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ফণী শৰ্মাৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ফণী শৰ্মাৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7