VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 18, 2023
in জীৱন
নাৰিকল তেল দাঁতৰ বিষত ব্যৱহাৰ কৰেনে ? জাঁনো আহকচোন নাৰিকল তেলৰ বিষয়ে
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

চুলি আৰু ছালৰ কাৰণে নাৰিকল তেল অতি উপকাৰী হোৱাৰ উপৰিও দাঁতৰ যত্নৰ কাৰণেও নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰি। নাৰিকল তেল অকল প্ৰসাধন সামগ্ৰীয়ে নহয় এই তেলেৰে দাঁতৰ যত্নও ল’ব পাৰি যাৰ ফলত দাঁতৰ সুস্থতা আৰু সুন্দৰ হাঁহিৰ অধিকাৰী হোৱাৰ লগতে দাঁত চিকচিকাই থাকিব। কিন্তু কেনেদৰে—

১) নাৰিকলত প্ৰচুৰ পৰিমাণে স্যাচুৰেটেড ফেট থাকে আৰু ইয়াৰ তেলত থাকে প্ৰচুৰ পৰিমাণে কেলৰি। নাৰিকল তেলত প্ৰচুৰ পৰিমাণে ট্ৰাইগ্লিছাৰাইড থাকে আৰু শৰীৰত নাৰিকল তেল প্ৰৱেশ কৰাৰ লগে লগেই ইয়াত থকা লৰিক এচিদ ভাঙি মনোলৰিনত পৰিণত হয়। এই লৰিক এচিড আৰু মনোলৰিন উভয় ক্ষতিকাৰক বেকটেৰিয়া আৰু ভাইৰাছৰ লগত যুদ্ধ কৰিবলৈ সক্ষম হয়। গৱেষণাত দেখা গৈছে যে নাৰিকল তেলত থকা এণ্টি বেকটেৰিয়াল উপাদানে মুখৰ ভিতৰত থকা জীবানু আৰু বেকটেৰিয়াৰ সংক্ৰমণ ঘটোৱাত বাধা জন্মায়। তাৰোপৰি দাঁত আৰু দাঁতৰ আলুৰ কাৰণেও উপকাৰী।

২) অনিয়মিত খাদ্যাভাসৰ বাবে বহুত সময়ত দাঁত আৰু দাঁতৰ আলুৰ সমস্যাই দেখা দিয়ে। দাঁতৰ আলু ফুলি যায় , বিষৰ সৃষ্টি হয় আৰু হজম প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। নাৰিকল তেলত থকা স্ত্ৰেপটোক্কাছ আৰু লেক্টোব্যসিলাছ বেকটেৰিয়াই দাঁতৰ ক্ষয় ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।।
অৱশ্যে দাঁতৰ সমস্যা ঘৰুৱা উপায়েৰে সমাধান হ’লেও সমস্যা বেছি হ’লে ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।

Previous Post

কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাজ্যপালৰ পৰ্যালোচনা বৈঠক

Next Post

গ্ৰেপ্তাৰ হ’ব নেকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি , পুটিনৰ বিৰুদ্ধে কোনে দাখিল কৰিলে গ্ৰেপ্তাৰী পৰোৱানা ?

Related Posts

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?
জীৱন

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?

March 20, 2023
ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা,  গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?
জীৱন

ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা, গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?

March 17, 2023
সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া
জীৱন

সমাজ সংস্কাৰক বিদুষী নাৰী চন্দ্ৰপ্ৰভা শইকীয়া

March 16, 2023
গৰমৰ দিনত সঘনাই  পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?
জীৱন

গৰমৰ দিনত সঘনাই পেট বেয়া হয় নেকি? খাদ্য নকমোৱাকৈ শৰীৰটো কেনেকৈ সবল কৰি ৰাখিব পাৰি?

March 16, 2023
ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা
জীৱন

ৰ’দত পোৰা ভৰি আৰু ছালখনক লৈ সমস্যাত ভুগিছে নেকি ? ঘৰতে প্ৰস্তুত কৰা সামগ্ৰীৰে দূৰ কৰক সমস্যা

March 15, 2023
সুস্বাদু চৰবতেও আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰে , দৈনন্দিন খাদ্যত কি চৰবত খাব আপুনি ?
জীৱন

সুস্বাদু চৰবতেও আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰে , দৈনন্দিন খাদ্যত কি চৰবত খাব আপুনি ?

March 15, 2023
Next Post
গ্ৰেপ্তাৰ হ’ব নেকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি , পুটিনৰ বিৰুদ্ধে কোনে দাখিল কৰিলে গ্ৰেপ্তাৰী পৰোৱানা ?

গ্ৰেপ্তাৰ হ’ব নেকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি , পুটিনৰ বিৰুদ্ধে কোনে দাখিল কৰিলে গ্ৰেপ্তাৰী পৰোৱানা ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7