VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ক’লা পদাৰ্থবিধ কি?

সাগৰৰ "নীলা দেৱদূত" বুলি কাক কোৱা হয় জানেনে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 26, 2022
in জীৱন
বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ক’লা পদাৰ্থবিধ কি?
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

এইখন পৃথিৱীত এনে কিছুমান আশ্চৰ্য্যকৰ বস্তু  আছে  যিবোৰৰ অস্তিত্বৰ বিষয়ে আমাৰ হয়তো কোনো ধাৰণাই নাই  ।তেনেধৰণৰ কিছুমান বস্তুৰ ভিতৰত এবিধ আচৰিত বস্তু হ’ল ‘ভেণ্টাব্লেক’ ৷

‘ভেণ্টাব্লেক’ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ক’লা পদাৰ্থ। যাক  নিৰ্মাণ কৰিছিল ছাৰে নেনোচিষ্টেমছে ৷ ব্ৰিটেইনত ২০১৫ চনত ছাৰে নেন’চিষ্টেমছে ইয়াক তৈয়াৰ  কৰিছিল যি   প্ৰকৃততে এটা ছাবষ্ট্ৰেটত “বৃদ্ধি” কৰা উলম্ব কাৰ্বন টিউবৰ সংকলন।

 

ইউকেলিপ্টাছ ডেগ্লুপ্টা–   এই ইউকেলিপ্টাছ গছৰ বাকলি ৰামধেনুৰ দৰে।ইউকেলিপ্টাছ ডেগ্লুপ্টা নামৰ এই গছজোপা  ইণ্ডোনেছিয়া, পাপুয়া নিউ গিনি আৰু ফিলিপাইনছত পোৱা যায় । উজ্জ্বল নীলা, কমলা, বেঙুনীয়া, সেউজীয়া আৰু মেৰুণ ৰঙৰ ৰেখাৰে অতি আকৰ্ষণীয়  এই  গছজোপাৰ বহুৰঙী বাকলি।মিছৌৰী বোটানিকেল গাৰ্ডেনৰ মতে, গছজোপাৰ অস্বাভাৱিক ৰংবোৰ গছজোপাৰ বাকলি এৰাই যোৱাৰ পাৰ্শ্বক্ৰিয়া ।

 

ইণ্ডোনেছিয়াৰ কাৱাহ ইজেন নামৰ এই আগ্নেয়গিৰিটো  নীলা আৰু বেঙুনীয়া ৰঙৰ লাভা নিৰ্গত কৰাৰ  বাবে বিখ্যাত।অৱশ্যে কাৰিকৰীভাৱে এই লাভা নিজেই নীলা নহয়। স্মিথছ’নিয়ান আলোচনীৰ মতে, লাভাৰ সৈতে ওলোৱা বৃহৎ পৰিমাণৰ চালফিউৰিক গেছৰ পৰাই এই আকৰ্ষণীয় ৰং উৎপন্ন হয় । যেতিয়া এই গেছত জুই লাগে তেতিয়া ই উজ্জ্বল ৰঙৰ সৈতে জ্বলি উঠে যাৰ ফলত লাভাৰ ৰং   নীলা যেন লাগে।

 

এই নীলা এঞ্জেল ছি স্লাগ দেখাত এলিয়েনৰ দৰে ।আনহাতে নীলা এঞ্জেল ছি স্লাগ মাংসভোজী। গ্ল’কাছ আটলাণ্টিকাছ হৈছে “নীলা দেৱদূত” হিচাপে বিখ্যাত  এবিধ সাগৰীয় স্লাগ। কেৱল দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ উপকূলতহে পোৱা যায় এই  বিৰল  সুন্দৰ  জীৱটো ।যাৰ খাদ্য  অন্যান্য বিষাক্ত সাগৰীয় জীৱ  । ই নিজৰ চিকাৰৰ পৰা  বিশেষ মোনাত বিষ সংগ্ৰহ কৰি  ভৱিষ্যতৰ চিকাৰত এই  বিষ  ব্যৱহাৰ কৰে।

 

 

 

Previous Post

ছিৰাম ইনষ্টিটিউটৰ মালিকৰ ভেশ ধৰি লুটিলে ১ কোটি টকা, আৰক্ষীৰ জালত পৰিল ৭ অভিযুক্ত

Next Post

আপুনি আপোনাৰ ৰচনাখন লিখিছেনে?

Related Posts

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?
জীৱন

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?

January 28, 2023
সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন
জীৱন

সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন

January 28, 2023
অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক
জীৱন

অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক

January 27, 2023
নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে  নিসংগতাৰ অনুভূতি
জীৱন

নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে নিসংগতাৰ অনুভূতি

January 26, 2023
ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো
জীৱন

ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো

January 26, 2023
ওজন কমোৱাত সহায় কৰা বন্ধাকবিৰ পাঁচটা খাদ্য সম্ভাৰ
জীৱন

শৰীৰৰ মেদ কমাব বিচাৰিছে নেকি ? প্ৰতিদিনৰ আহাৰত ৰাখক বন্ধাকবি

January 26, 2023
Next Post
আপুনি  আপোনাৰ ৰচনাখন লিখিছেনে?

আপুনি আপোনাৰ ৰচনাখন লিখিছেনে?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7