VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফল-মূলত থকা সাৰ বা কীটনাশকৰ কেনেদৰে আতৰাব পৰা যাব ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 14, 2023
in জীৱন
ফল-মূলত থকা সাৰ বা কীটনাশকৰ কেনেদৰে আতৰাব পৰা যাব ?
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

শৰীৰ সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে কমেও ৫ বিধ ফলমূল আৰু শাক-পাচলি খাব লাগে বুলি পুষ্টিবিদসকলে কয়। বিভিন্ন প্ৰকাৰৰ শাক-পাচলি আৰু ফল-মূলত  থকা শৰীৰৰ প্ৰয়োজনীয় যৌগ আন কোনো খাদ্যতে পোৱা নাযায় ৷  কিন্তু এইটোও সত্য যে বেছিভাগ বীজাণু বজাৰৰ পৰা কিনা ফল-মূল বা শাক-পাচলিৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে। খেতিপথাৰৰ পৰা ছিঙি অনা শাক-পাচলিত সাৰ বা কীটনাশক থকাটো অস্বাভাৱিক নহয়। লগতে ফল-মূল বা শাক-পাচলিবোৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ সময়ত বিভিন্ন ধৰণে সংক্ৰমিত হ’ব পাৰে। গতিকে ফল-মূল আৰু শাক-পাচলিৰ  সংক্ৰমণৰ আশংকাৰ পৰা কেনেকৈ হাত সাৰিব পাৰিব আপুনি জানেনে ?

 

ফল-মূল বা শাক-পাচলিৰ পৰা সংক্ৰমণ কেনেদৰে হয়?

 

সাধাৰণতে ৰাস্তাৰ ধূলিময়, মুকলি ঠাইত ফলমূল বা শাক-পাচলি বিক্ৰী কৰা হয়। কিন্তু বিক্ৰেতাই এই সকলোবোৰ শাক-পাচলি বা ফল-মূল ধুই বিক্ৰী নকৰে। গতিকে বজাৰৰ পৰা কিনি ঘৰলৈ অনাৰ লগে লগে ভালকৈ ধুই লোৱা ভাল। বহুতে নোধোৱাকৈয়ে ফ্ৰীজত থৈ দিয়ে। তেনে ক্ষেত্ৰত ফ্ৰীজত থকা আন খাদ্যলৈ সংক্ৰমণ বিয়পি পৰাৰ ভয় ৰৈ যায়।

 

ফল-মূল বা শাক-পাচলি কিনাৰ পিছত খোৱাৰ আগতে কি কি কথা মনত ৰাখিব লাগে?

১) বজাৰৰ পৰা ক্ৰয় কৰা ফল-মূল বা শাক-পাচলি খোৱাৰ আগতে ধুব লাগে। হাতৰ যত্নও ল’ব লাগে। হাত নোধোৱাকৈ খাব নালাগে ৷

২) শাক-পাচলি বা ফল-মূলৰ বাকলি পেলোৱাৰ আগতে ভালদৰে ধুব লাগে। কাটি লোৱাৰ পিছত পুনৰ ধুব লাগে ৷

৩) বজাৰৰ পৰা কিনা সেউজীয়া বা শাক-পাচলি কিছু সময় ঠাণ্ডা পানীত তিয়াই ৰাখিব লাগে। ইয়াৰ পিছত পানীৰ পৰা উলিয়াই শুকুৱাই লওক, তেতিয়াহে ফ্ৰীজত ৰাখিব লাগে ৷

৪) ফলমূল আৰু শাক-পাচলি ধুই শুকুৱাই লোৱাৰ পিছত হাত আৰু  শাক-পাচলি ৰখা স্থান ভালদৰে বীজাণুমুক্ত কৰিব লাগে।

৫)কোমল ফল-মূল বা শাক-পাচলি ধোৱাৰ সময়ত অলপ বেছি সাৱধান হওক।

৬) যিহেতু শিপা বা কন্দযুক্ত শাক-পাচলিবোৰৰ বেছিভাগেই মাটিৰ তলত হয় গতিকে নলৰ পানীত ভালদৰে ধুব লাগে। যাতে  কোনো ধৰণে মাটি লাগি নাথাকে।

Previous Post

পিঁয়াজ খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে অলেখ গুণ

Next Post

ৰেলযাত্ৰাৰ সময়ত অনবৰতে আপুনি শুব বিচাৰে নেকি ? ৰেলত শোৱাৰ ক্ষেত্ৰতো আছে কেতবোৰ নিয়ম ?কি কি নিয়ম জানেনে ?

Related Posts

এছপিএফ ৩০, ৪০, ৫০, ইমানবোৰ ধৰণৰ ছানস্ক্ৰীণ! কোনটো আপোনাৰ ছালৰ লগত খাপ খুৱাই কেনেধৰণৰ ছাণস্ক্ৰীণ ব্যৱহাৰ কৰিলে সুফল পাব ?
জীৱন

এছপিএফ ৩০, ৪০, ৫০, ইমানবোৰ ধৰণৰ ছানস্ক্ৰীণ! কোনটো আপোনাৰ ছালৰ লগত খাপ খুৱাই কেনেধৰণৰ ছাণস্ক্ৰীণ ব্যৱহাৰ কৰিলে সুফল পাব ?

March 31, 2023
পুৰুষতকৈ মহিলাৰ গড় আয়ুস কিয় বেছি? নতুন গৱেষণাই উদ্ভাৱন কৰিছে ৰহস্য
জীৱন

পুৰুষতকৈ মহিলাৰ গড় আয়ুস কিয় বেছি? নতুন গৱেষণাই উদ্ভাৱন কৰিছে ৰহস্য

March 30, 2023
আঠুৰ বিষত কষ্ট পাই আছে নেকি ? কি কাৰণত আঠুৰ বিষ হয় জানেনে বাৰু ?
জীৱন

আঠুৰ বিষত খোজ কাঢ়িব পৰা নাই নেকি ? কেনেকৈ সকাহ পাব জানো আহকচোন

March 30, 2023
বিৰাট- ৰণবীৰৰ দৰে দাড়ি ৰাখিব বিচাৰে নেকি ? গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?
জীৱন

বিৰাট- ৰণবীৰৰ দৰে দাড়ি ৰাখিব বিচাৰে নেকি ? গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?

March 28, 2023
শয়ন কক্ষ কোন দিশত হ’লে সুখ সমৃদ্ধি বাঢ়ে , জানো আহক
জীৱন

টোপনিৰ পৰা উঠি ভুলতেও এই বস্তুবোৰ নাচাব। নহ’লে জীৱনত দুৰ্দশাই এৰি নিদিব

March 28, 2023
সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন আছে নেকি ? যদি আছে কি হয় জানেনে বাৰু ?
জীৱন

সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন আছে নেকি ? যদি আছে কি হয় জানেনে বাৰু ?

March 25, 2023
Next Post
ৰেলযাত্ৰাৰ সময়ত অনবৰতে আপুনি শুব বিচাৰে নেকি ? ৰেলত শোৱাৰ ক্ষেত্ৰতো আছে কেতবোৰ নিয়ম ?কি কি নিয়ম জানেনে ?

ৰেলযাত্ৰাৰ সময়ত অনবৰতে আপুনি শুব বিচাৰে নেকি ? ৰেলত শোৱাৰ ক্ষেত্ৰতো আছে কেতবোৰ নিয়ম ?কি কি নিয়ম জানেনে ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7