VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইউৰিক এচিডৰ বাবে গাঁঠিৰ বিষ বাঢ়িছে নেকি ? কোনটো পানীয়ত চুমুক দিলে বিষৰ পৰা পাব উপশম ?

voicedesk by voicedesk
April 7, 2023
in জীৱন
ইউৰিক এচিডৰ বাবে গাঁঠিৰ বিষ বাঢ়িছে নেকি ? কোনটো পানীয়ত চুমুক দিলে বিষৰ পৰা পাব উপশম ?
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

ব্যস্ত জীৱন আৰু অনিয়মিত খাদ্যাভ্যাসৰ ফলত হোৱা অন্যতম ৰোগ হ’ল তেজত ইউৰিক এচিডৰ পৰিমান  বৃদ্ধি পোৱাৰ সমস্যা ৷  খাদ্যৰ পৰা উৎপন্ন হোৱা ইউৰিক এচিড তেজত প্ৰৱেশ কৰি বৃক্কলৈ যায়। বৃক্কে এই প্ৰদূষকবোৰ ফিল্টাৰ কৰি প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে। কিন্তু যদি যকৃতে নিৰ্গত কৰাতকৈ অধিক ইউৰিক এচিড উৎপন্ন কৰে তেন্তে বৃক্কই অতিৰিক্ত ইউৰিক এচিড শৰীৰৰ পৰা উলিয়াই নিব নোৱাৰে। ফলত তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি যায়। অনিয়ন্ত্ৰিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস ইয়াৰ মূল কাৰণ।

 

যেতিয়া ইউৰিক এচিড শৰীৰত থিতাপি লয় তেতিয়া বহুতৰে খাদ্য খোৱা-বোৱাত বাধা থাকে। বিলাহী, মচুৰ দাইলৰ দৰে বহু খাদ্য এই ৰোগত নিষিদ্ধ। কিন্তু শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বাঢ়িলে দৈনিক খাদ্যত দুই এটা পানীয় ৰাখিলে এই ৰোগৰ পৰা উপশম পাব পাৰে । ইউৰিক এচিডৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক খাদ্যত কি কি পানীয় ৰাখিব পাৰে ৷

 

১) তিয়হ- ধনিয়াৰ ৰস: তিয়হ  আৰু ধনিয়া সৰু সৰুকৈ কাটি মিক্সাৰত গুঢ়ি কৰি লওক ৷ মিশ্ৰণটোত আদা আৰু নেমুৰ ৰস দিব। এই মিশ্ৰণ নিয়মিতভাৱে দিনটোত দুবাৰকৈ সেৱন কৰিলে ভাল ফলাফল পোৱা যায়।

 

২) আদা দিয়া চাহ: চাহ খাবলৈ আপুনি  ভাল পায় নেকি । ইউৰিক এচিডৰ সমস্যা হ’লে নিয়মিতভাৱে আদা দি বনোৱা চাহত চুমুক দিবপাৰে। আদাই শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে। লগতে গাঁঠিৰ বিষ দূৰ কৰাত সহায় কৰে।

 

৩) গাজৰৰ ৰস: ইউৰিক এচিডৰ বাবে গাঁঠিৰ বিষ বাঢ়িলে আপুনি দৈনন্দিন খাদ্যত গাজৰৰ ৰস ৰাখিব পাৰে। গাজৰৰ ৰস বনাই তাত অলপ নিমখ আৰু নেমুৰ ৰস মিহলাই দিব পাৰে। গাজৰত থকা বিটা কেৰটিন, ভিটামিন এ আৰু এন্টিঅক্সিডেন্টে শৰীৰত ইউৰিক এচিডৰ ফলত হোৱা ক্ষতি ৰোধ কৰে।

Previous Post

নাবালকসহ ১০ জনক উদ্ধাৰ অসম আৰক্ষীৰঃ অসমৰ পৰা অৰুণাচললৈ কৰা হৈছিল সৰবৰাহ

Next Post

পুনৰ টুইটাৰৰ ল’গ’ সলনি কৰিলে ইলন মাস্কে

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
পুনৰ টুইটাৰৰ ল’গ’ সলনি কৰিলে ইলন মাস্কে

পুনৰ টুইটাৰৰ ল’গ’ সলনি কৰিলে ইলন মাস্কে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7