VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 25, 2021
in জীৱন
লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক
0
SHARES
226
VIEWS
Share on FacebookShare on Twitter

মানুহৰ শৰীৰৰ কেন্দ্ৰীয় নিয়ন্ত্ৰক হৈছে লিভাৰ বা যকৃৎ ।আমাৰ শৰীৰৰ প্ৰায় ৫০০ তকৈও অধিক কাম সম্পন্ন কৰে এই লিভাৰে।যিহেতু লিভাৰ হৈছে মানুহৰ শৰীৰৰ দ্বিতীয় বৃ্হৎ অংগ।ইয়াৰ কিবা অসুবিধা হলে আমাৰ শৰীৰৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে।

বিশেষকৈ ই মানুহৰ শৰীৰত অপ্ৰয়োজনীয় পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।সেইয়েহে লিভাৰৰ যিকোনো সমস্যাক আওকাণ কৰাটো নিজৰ বাবেই ক্ষতিকাৰক।লিভাৰ বেয়া হলে দেখা দিয়া কেইটামান উপসৰ্গ হৈছে

মানুহৰ পেটৰ বিষ যিকোনো কাৰণত হ’ব পাৰে যদিও লিভাৰ বেয়া হলে সঘনাই মানুহৰ পেটৰ ওপৰৰ অংশ বা কামিহাড়ৰ তলৰ সোঁ অংশ বিষ হ’ব পাৰে।আপুনি জনা উচিত যে এই বিষ আপোনাৰ লিভাৰৰ কিবা সমস্যা হোৱা বাবেহে হৈছে। তেনেক্ষেত্ৰত আপুনি চিকিৎসকৰ ওচৰলৈ গৈ চিকিৎসা গ্ৰহণ কৰক।

দ্বিতীয় উপসৰ্গ হৈছে যদি জণ্ডিছ ৰোগ। লিভাৰৰ কিবা গুৰুত্বৰ সমস্যা হলেহে মানুহৰ জণ্ডিছ ৰোগ হ’য়। চকু হালধীয়া আৰু ছালৰ ৰং বগা হৈ পৰিলে আপুনি জানিব লাগিব যে আপোনাৰ জণ্ডিছ ৰোগ হৈছে। এনে পৰিস্থিতিত আপোনাৰ শৰীৰৰ পৰা অপ্ৰয়োজনীয় পদাৰ্থবোৰ ওলাই অহাটো সম্ভৱ নহ’য়। গতিকে সময় নষ্ট নকৰি চিকিৎসকৰ ওচৰত গৈ চিকিৎসা গ্ৰহণ কৰক।

কোনো কাৰণ নোহোৱাকৈ ওজন হ্ৰাস পোৱাটো একপ্ৰকাৰ লিভাৰ বেয়া হোৱাৰ লক্ষণ হ’ব পাৰে।যিহেতু লিভাৰৰ কোনো সমস্যা হলে মানুহৰ ভোক কমে। খাবলৈ অনীহা আহে।আৰু ওজন হ্ৰাস পায়।

সাধাৰণতে জ্বৰ হলে মানুহে খাদ্যৰ সোৱাদ নোপোৱা হ’য়। কিন্তু কোনো ধৰণৰ বেমাৰ নোহোৱাকৈ খাদ্যৰ সোৱাদ নোপোৱাটো একপ্ৰকাৰ লিভাৰ বেয়া হোৱাৰ অন্যতম লক্ষণ হ’ব পাৰে।ইয়াৰলগতে মানুহৰ লিভাৰ বেয়া হলে মুখৰ পৰা দুৰ্গন্ধ বাহিৰ হ’ব পাৰে।

যদিহে মানুহৰ অনবৰতে ভাগৰ লাগি থাকে বা মূৰ ঘূৰোৱা আৰু পেশী দুৰ্বল অনুভৱ কৰিছে তেন্তে ইয়ো লিভাৰ বেয়া হোৱাৰ লক্ষণ হ’ব পাৰে। গতিকে উপৰোক্ত সমস্যাত যদি আপুনি ভুগিছে তেন্তে আপুনি সময় নষ্ট নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।অন্যথা আপুনি গুৰুত্বৰ অসুখত পৰিব পাৰে।

বিঃদ্ৰঃএই তথ্যসমূহ গৱেষণাৰ ওপৰত আধাৰিত। এনে তথ্য গ্ৰহণ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো নিতান্তই আৱশ্যক।

Previous Post

ভাৰতৰ ১০০ বছৰ পুৰণি চাৰিখন ৰেষ্টোৰাঁ

Next Post

৪৫ দিনৰ ভিতৰত গোৱালপাৰাৰ মাটিয়াত নিৰ্মীয়মান ডিটেনচন চেণ্টাৰ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Related Posts

ক’লা সোণ খ্যাত জালুক উৎকৃষ্ট মছলা হোৱাৰ উপৰিও সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ হোৱা দেখা যায় কিন্তু কেনেকৈ ? জানো আহক
জীৱন

ক’লা সোণ খ্যাত জালুক উৎকৃষ্ট মছলা হোৱাৰ উপৰিও সৌন্দৰ্যচৰ্চাত ব্যৱহাৰ হোৱা দেখা যায় কিন্তু কেনেকৈ ? জানো আহক

June 29, 2022
গৰমৰ দিনত আপুনি কুঁহিয়াৰৰ ৰস খায় নেকি ? কুঁহিয়াৰৰ ৰস খালে কি হয় , জানো আহক
জীৱন

গৰমৰ দিনত আপুনি কুঁহিয়াৰৰ ৰস খায় নেকি ? কুঁহিয়াৰৰ ৰস খালে কি হয় , জানো আহক

June 28, 2022
আপেল সকলোৰে এবিধ প্ৰিয় ফল হোৱাৰ লগতে আপেলেৰে কেনেকৈ সৌন্দৰ্য চৰ্চা কৰিব পাৰি জানো আহক
জীৱন

আপেল সকলোৰে এবিধ প্ৰিয় ফল হোৱাৰ লগতে আপেলেৰে কেনেকৈ সৌন্দৰ্য চৰ্চা কৰিব পাৰি জানো আহক

June 27, 2022
অমিতাই বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে , ইয়াৰ উপৰিও অমিতাৰ আছে আৰু বহুত নজনা কথা । জানো আহকচোন অমিতাৰ আচৰিত কথাবোৰ
জীৱন

অমিতাই বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে , ইয়াৰ উপৰিও অমিতাৰ আছে আৰু বহুত নজনা কথা । জানো আহকচোন অমিতাৰ আচৰিত কথাবোৰ

June 25, 2022
এতিয়া আমৰ বতৰ। গাওঁ -চহৰত উভৈনদী হৈ আছে ধুনীয়া ধুনীয়া আম। আম খোৱাৰ আগতে জানি লওঁক আমৰ বিষয়ে
জীৱন

এতিয়া আমৰ বতৰ। গাওঁ -চহৰত উভৈনদী হৈ আছে ধুনীয়া ধুনীয়া আম। আম খোৱাৰ আগতে জানি লওঁক আমৰ বিষয়ে

June 24, 2022
১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!
জীৱন

১০ ছেকেণ্ডলৈকে এখন ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰা ব্যক্তিৰ মৃত্যুৰ আশংকা অধিক , কি কি তথ্য পোহৰলৈ আহিছে নতুন গৱেষণাত !!

June 23, 2022
Next Post
৪৫ দিনৰ  ভিতৰত গোৱালপাৰাৰ মাটিয়াত নিৰ্মীয়মান ডিটেনচন চেণ্টাৰ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

৪৫ দিনৰ ভিতৰত গোৱালপাৰাৰ মাটিয়াত নিৰ্মীয়মান ডিটেনচন চেণ্টাৰ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7