VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শীতৰ ফল কমলা আপোনাৰো প্ৰিয় নেকি ? স্বাস্থসন্মত হ’ল বুলিয়েই বেছিকৈ নাখাব কমলা, শৰীৰৰত হ’ব পাৰে ক্ষতি !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 20, 2022
in জীৱন
শীতৰ ফল কমলা আপোনাৰো প্ৰিয় নেকি ?  স্বাস্থসন্মত হ’ল বুলিয়েই বেছিকৈ নাখাব কমলা, শৰীৰৰত হ’ব পাৰে ক্ষতি !!
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

 

শীতকাল মানে বৰদিন, পিকনিককে ধৰি উৎসৱৰ সময় ৷  শীতকালৰ বিভিন্ন শাক-পাচলিৰ লগতে উভৈনদী হৈ পৰে কমলা টেঙা ৷ সোৱাদ আৰু স্বাস্থ্যসন্মত হোৱাৰ বাবে সকলোৰে প্ৰিয় হৈছে কমলা টেঙা ৷  ৰ’দত বহি  কমলা খোৱাৰ মজাই সুকীয়া। শীতকাল অহাৰ লগে লগে বজাৰ ভৰি পৰে কমলাৰে ৷ গাৰো পাহাৰ, ভুটান আদিকে ধৰি বিভিন্ন স্থানৰ পৰা সুস্বাদু কমলাৰে ৰাজ্যৰ বজাৰ ভৰি পৰে ৷ যাৰ বাবে বজাৰৰ পৰা ঘুৰি আহোতে কমলা কিনি অনাটো সকলোৰে নিয়মৰ দৰে হৈ পৰে ৷

কমলা অতি স্বাস্থ্যকৰ। কমলাই শৰীৰত পর্যাপ্ত পানী যোগান ধৰে। ইয়াৰ জৰিয়তে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি লাভ কৰে। ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। কিন্তু স্বাস্থ্যকৰ হোৱাৰ অৰ্থ এইটো নহয় যে আপুনি বেছিকৈ খাব পাৰে। কমলা বেছিকৈ খালেও সমস্যা হ’ব পাৰে। কমলা জোখতকৈ বেছিকৈ খালে কি কি  সমস্যা হ’ব পাৰে আপুনি জানেনে ?

কমলাত স্বাস্থ্যকৰ উপাদানৰ অভাৱ নাই। এই ফলত ৮৭ গ্ৰাম পানী, ৪৭ গ্ৰাম কেলৰি, ০.৯ গ্ৰাম প্ৰটিন, ১১.৮ গ্ৰাম কাৰ্বহাইড্ৰেট, ৯.৪ গ্ৰাম চেনি, ২.৪ গ্ৰাম আঁহ আৰু প্ৰায় ৭৬ শতাংশ ভিটামিন চি থাকে। ইমানবোৰ উপযোগী উপাদান থাকিলেও পুষ্টিবিদসকলে প্ৰতিদিনে কমলা খাবলৈ বাধা দিয়ে ৷  তেওঁলোকৰ মতে এদিনতে বহু বেছি পৰিমাণৰ কমলা খালে কোষ্ঠকাঠিন্য হ’ব পাৰে। ডায়েৰিয়া, গেছ-হাৰ্টবাৰ্ণ আদি সমস্যাও হ’ব পাৰে। আঁহৰ উপৰিও কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। এই ভিটামিন অতিমাত্ৰা সেৱন কৰিলে বমি, অনিদ্ৰা আৰু হৃদৰোগ হ’ব পাৰে। যিসকল লোকৰ শৰীৰত পটাছিয়ামৰ পৰিমাণ বেছি থাকে তেওঁলোকক কমলা নাখাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত কমলা খালে ভাল।  কমলা শৰীৰৰ বাবে যিমানেই স্বাস্থ্যকৰ নহওক কিয়, দিনটোত ১-২ টাতকৈ বেছি কমলা খোৱাটো বাঞ্ছনীয় নহয়।

Previous Post

ঘৰুৱা মাটিতে লজ্জিত হ’বলগীয়া হ’ল পাকিস্তান, ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত ৩-০ ব্যৱধানত পৰাস্ত

Next Post

৩০ বছৰ সম্পূৰ্ণ হোৱাৰ আগতে অনুষ্কাই বিৰাটৰ লগত কিয় বিয়া হৈছিল?নিজেই প্ৰকাশ কৰিলে কাৰণ

Related Posts

ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য
জীৱন

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?
জীৱন

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?

January 28, 2023
সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন
জীৱন

সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন

January 28, 2023
অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক
জীৱন

অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক

January 27, 2023
নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে  নিসংগতাৰ অনুভূতি
জীৱন

নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে নিসংগতাৰ অনুভূতি

January 26, 2023
ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো
জীৱন

ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো

January 26, 2023
Next Post
৩০ বছৰ সম্পূৰ্ণ হোৱাৰ আগতে অনুষ্কাই বিৰাটৰ লগত কিয় বিয়া হৈছিল?নিজেই প্ৰকাশ কৰিলে কাৰণ

৩০ বছৰ সম্পূৰ্ণ হোৱাৰ আগতে অনুষ্কাই বিৰাটৰ লগত কিয় বিয়া হৈছিল?নিজেই প্ৰকাশ কৰিলে কাৰণ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7