VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 7, 2023
in জীৱন
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
0
SHARES
107
VIEWS
Share on FacebookShare on Twitter

 

বহুলোকে  চাহৰ লগত বিস্কুট খাবলৈ পছন্দ কৰে। কিন্তু চিকিৎসকে প্ৰকাশ কৰা অনুসৰি চাহ আৰু বিস্কুটৰ সংমিশ্ৰণ একেবাৰেই স্বাস্থ্যকৰ নহয়। ময়দাৰ পৰা বিস্কুট তৈয়াৰ কৰা হয়। আৰু পেটৰ স্বাস্থ্যৰ বাবে ময়দা একেবাৰেই ভাল নহয়। বিশেষকৈ ময়দাৰে তৈয়াৰী বিস্কুট খালী পেটত খালে বিভিন্ন সমস্যাৰ আশংকা থাকে। গতিকে ৰাতিপুৱা খালী পেটত বিস্কুট নোখোৱাই ভাল। ইয়াৰ বাহিৰেও বিস্কুটবোৰ বহু সময়লৈকে পেকেটত মজুত কৰি ৰখা হয়।  বাহিৰৰ পৰা স্পষ্ট নহ’লেও বিস্কুটৰ মানদণ্ডৰ অৱনতি ঘটাৰ আশংকা প্ৰায়ে দেখা যায়।

 

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে চাহৰ লগত বিস্কুট খোৱাৰ পৰা বিৰত থকা ভাল। কাৰণ বিস্কুটত চেনিৰ পৰিমাণ যথেষ্ট বেছি। নিমখ একেবাৰে নাই।  ওজন বৃদ্ধিৰ বাবে চেনি আৰু নিমখ যথেষ্ট। চাহৰ লগত বিস্কুট খোৱাৰ অভ্যাসে গেছ-বাৰ্নৰ আশংকা থাকে। আনকি উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে দীৰ্ঘদিনীয়া সমস্যাই আপোনাক বিপদত পেলাব পাৰে।

 

গতিকে চাহৰ লগত বিস্কুট খাবলৈ মন নাযাব, হ’ব নোৱাৰে। বিস্কুট কিনাৰ সময়ত তাত ফাইবাৰ আছে নে নাই পৰীক্ষা কৰক। ফাইবাৰযুক্ত বিস্কুট খালে এনে সমস্যা নহয় ৷ বিস্কুটৰ বাহিৰেও চাহৰ লগত মাখানা, কাঠবাদাম খাব পাৰি। আপুনি লাভৱান হ’ব। অৱশ্যে চাহৰ লগত বিস্কুট খাব বিচাৰিলে, ইয়াক সীমিত কৰিব লাগিব ৷

Previous Post

মোকাৰ পাছত এইবাৰ আহিব ঘূর্ণী বতাহ ‘বিপৰ্যয়’! দেশৰ কোনখন ৰাজ্যত পৰিব প্ৰভাৱ ?

Next Post

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

Related Posts

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?
জীৱন

শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?

June 2, 2023
Next Post
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7