VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 7, 2023
in জীৱন
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
0
SHARES
92
VIEWS
Share on FacebookShare on Twitter

চেহেৰা ক্ৰমান্বয়ে শেঁতা হৈ পৰিছে নেকি ? খাদ্য দেখিলে খাবলৈ মন নাযায় নেকি ? অফিচলৈ অহা-যোৱা কৰাৰ মানসিক চাপ ল’ব নোৱাৰা হৈছে নেকি !শৰীৰৰ এনে  লক্ষণবোৰক কেৱল গৰমৰ ক্লান্তি বুলি উলাই কৰি নিদিব । তেজত হিম’গ্লবিনৰ মাত্ৰা কমিলেও এনে সমস্যা হ’ব পাৰে ৷

 

তেজত হিম’গ্লবিনৰ মাত্ৰা কমি গ’লে চুলি সৰা সমস্যা বাঢ়ি যায়। ইয়াৰ মূল কাৰণ হৈছে আইৰণৰ অভাৱ। ৰক্তহীনতাৰ ফলত প্ৰায়ে ভাগৰুৱা হৈ পৰে। বহুতৰে হৃদস্পন্দনও বৃদ্ধি পায়। বহু মহিলাই গৰ্ভাৱস্থাত ৰক্তহীনতাত ভুগি থাকে। কিন্তু পুষ্টিৰ অভাৱত যিকোনো ব্যক্তিৰ এই সমস্যা হ’ব পাৰে। পুষ্টিবিদসকলৰ মতে খাদ্যাভ্যাসৰ সৰু সৰু পৰিৱৰ্তন কৰি এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া সম্ভৱ।

 

তেজত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰিবলৈ কি খাব লাগে?

 

১) কচু, ব্ৰকলি, বুট, পনিৰ, কণী, আপেল, তৰমুজ, আলমণ্ড, বুট, ভেণ্ডি আৰু কিচমিচ দৈনন্দিন খাদ্যত ৰাখিব পাৰে যাতে তেজত আইৰণৰ অভাৱ পূৰণ কৰিব পাৰে।

 

২) ভিটামিন চি শৰীৰে আইৰণ শোষণ কৰাত সহায় কৰে। শৰীৰত আইৰণৰ অভাৱ দূৰ কৰিবলৈ ভিটামিন চি যুক্ত খাদ্য  বেছিকৈ ৰাখিব লাগে। ভিটামিন চি প্ৰচুৰ পৰিমাণে কমলা, ষ্ট্ৰবেৰী, অমিতা, কেপচিকাম, ব্ৰকলি, আঙুৰ আৰু টমেটো আদিত পোৱা যায়।

 

৩) ফলিক এচিড হৈছে এক প্ৰকাৰৰ ভিটামিন বি কমপ্লেক্স, যিয়ে ৰক্তকণিকা গঠনত সহায় কৰে। সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে ফলিক এচিড থাকে। গতিকে খাদ্যত অধিক সেউজীয়া আৰু শাক-পাচলি ৰাখক।

Previous Post

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

Next Post

কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী, মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে

Related Posts

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?
জীৱন

শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?

June 2, 2023
Next Post
কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী,  মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে

কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী, মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7