VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন আছে নেকি ? যদি আছে কি হয় জানেনে বাৰু ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 25, 2023
in জীৱন
সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন আছে নেকি ? যদি আছে কি হয় জানেনে বাৰু ?
0
SHARES
152
VIEWS
Share on FacebookShare on Twitter

জ্যোতিষ শাস্ত্ৰ অনুসৰি হাতৰ তলুৱাৰ ৰেখাই মানুহৰ বিভিন্ন কথাৰ বিষয়ে ক’ব পাৰে। হাতৰ তলুৱাত হৃদয়ৰেখা , আয়ুৰেখা , শীৰ্ষৰেখা আদি কৰি বিভিন্ন ৰেখা থাকে আৰু এই ৰেখাবোৰে আমাৰ ভাগ্য নিৰ্ণয় কৰে বুলি জ্যোতিষ শাস্ত্ৰই ক’ব বিচাৰে। সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন থাকিলে কি হয় জানো আহক—-

জ্যোতিষ শাস্ত্ৰ অনুসৰি সোঁহাতৰ তলুৱাত ‘ M ‘ চিহ্ন থকা ব্যক্তি অসাধাৰণ আৰু বহুত বেছি ভাগ্যবান হয়। এই ‘M’ চিহ্নটি হৃদয় ৰেখা , মস্তিষ্ক ৰেখা আৰু জীৱন ৰেখাৰ লগত জড়িত হৈ থাকে। সকলোৰে হাতত এই ৰেখা দেখিবলৈ পোৱা নাযায় বা থাকিলেও স্পষ্ট নহয়। ‘M’ চিহ্ন থকা ব্যক্তি তীক্ষ্ণ বুদ্ধিসম্পন্ন আৰু বিবেকবান হয়। যদি কোনো পুৰুষৰ হাতত এই চিহ্ন থাকে তেনেহ’লে সেই পুৰুষ জীৱনত বহুত সন্মান আৰু যশস্যাৰ অধিকাৰী হয়। ধনী আৰু প্ৰভাৱশালী ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। জীৱন সংগীক সন্মান দিয়াৰ দৰে জীৱন সংগীৰ পৰাও বহুত ভালপোৱাৰ অধিকাৰী হ’বলৈ সক্ষম হয়। মুঠতে যি ব্যক্তিৰ হাতত ‘M ‘ চিহ্ন থাকে তেওঁ বহুত বেছি ভাগ্যবান হৈ থাকে।

যদি কোনো মহিলাৰ সোঁ হাতৰ তলুৱাত ‘M’ চিহ্ন থাকে তেনেহ’লে তেওঁ পুৰুষৰ তুলনাত আৰু বহুত বেছি ভাগ্যবতী হৈ থাকে। এনে হাতৰ মহিলা খুবেই চালাক , সৰল মনৰ আৰু কৰ্মত পাৰ্গত হৈ থাকে। এওঁলোক আদৰ্শ মাতৃ হিচাপে বিবেচিত হ’ব পাৰে।

Previous Post

নগাঁৱৰ কৃষি মাণ্ডলিক গৱেষণা কেন্দ্র,চিলঙণীত “বিশ্ব বতৰ দিৱস” উদযাপন

Next Post

গ্ল’বেল ৱাৰ্মিং সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ আতংকজনক সতৰ্কবাণী

Related Posts

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?
জীৱন

দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?

May 31, 2023
জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?
জীৱন

জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?

May 30, 2023
চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?
জীৱন

চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?

May 29, 2023
চকুৰ তলৰ অংশ  ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?
জীৱন

চকুৰ তলৰ অংশ ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?

May 26, 2023
যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক  এই তিনিধৰণৰ বাদাম  হ’ব?
জীৱন

যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক এই তিনিধৰণৰ বাদাম হ’ব?

May 25, 2023
Next Post
গ্ল’বেল ৱাৰ্মিং সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ আতংকজনক সতৰ্কবাণী

গ্ল’বেল ৱাৰ্মিং সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ আতংকজনক সতৰ্কবাণী

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7