VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ কৃষি মাণ্ডলিক গৱেষণা কেন্দ্র,চিলঙণীত “বিশ্ব বতৰ দিৱস” উদযাপন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 24, 2023
in মুখ্য সংবাদ
নগাঁৱৰ কৃষি মাণ্ডলিক গৱেষণা কেন্দ্র,চিলঙণীত “বিশ্ব বতৰ দিৱস” উদযাপন
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৩মাৰ্চ:– ভাৰত বতৰ বিজ্ঞান বিভাগৰ গ্রামীণ কৃষি মৌচম সেৱাৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাণ্ডলিক গৱেষণা কেন্দ্র,চিলঙণীৰ নগাঁও কেন্দ্রৰ সৌজন্যত বৃহস্পতিবাৰে “বিশ্ব বতৰ দিৱস” উদযাপন কৰাৰ লগতে “কৃষি বতৰ পৰামর্শাৱলী” র্শীষক এখনি সজাগতা সভা অনুষ্ঠিত হয় । কেন্দ্ৰটিৰ ভাৰপ্রাপ্ত মূখ্য বিজ্ঞানী ড° কল্যাণ কুমাৰ শর্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত গৱেষণা কেন্দ্রটোৰ প্রধান বিজ্ঞানী ড° দিনেশ হাজৰিকা,ড° পংকজ কুমাৰ দেৱ চৌধুৰী,ড° পবিত্র কুমাৰ বৰদলৈ,জ্যেষ্ঠ বিজ্ঞানী ড° হিৰণ্য কুমাৰ দেৱ নাথ,বতৰ বিজ্ঞানী নৱজ্যোতি ডেকা,ড° গৌতমী কটকী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান গৱেষণা কেন্দ্রৰ প্রধান বিজ্ঞানী ড° প্রমোদ চন্দ্র ডেকা,নাজিফ হাজৰিকা আদি উপস্থিত থাকে ।

গৱেষণা কেন্দ্রৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটিত প্রধান বিজ্ঞানী ড° দিনেশ হাজৰিকাই বতৰ,জলবায়ু আৰু পানীৰ লগত সংগতি ৰাখি “বিশ্ব বতৰ দিৱস”ৰ দিনটোৰ তাৎপৰ্য বিশদভাৱে ব্যাখ্যা কৰে । বতৰ বিজ্ঞানী নৱজ্যোতি ডেকাই গ্রামীণ কৃষি মৌচম সেৱাৰ দ্বাৰা প্রচাৰিত কৃষি বতৰ পৰামর্শাৱলী সেৱা সমূহৰ জৰিয়তে কৃষকসকল কিদৰে উপকৃত হ’ব তাৰ ওপৰত বিৱৰণ আগবঢ়ায়। লগতে নৱজ্যোতি ডেকাই ম’বাইল সেৱাৰ জৰিয়তে বতৰৰ পূৰ্বানুমানসমূহ লাভ কৰিবলৈ গ্রামীণ কৃষি মৌচম সেৱাত নিজৰ নিজৰ নাম পঞ্জীয়ণ কৰিবলৈ আহ্বান জনায় । সভাত
নগাওঁ জিলাৰ ৫ টা কৃষক উৎপাদক সংস্থাৰ প্রায় ৬০ গৰাকী সদস্য-সদস্যা উপস্থিত থাকে।

Previous Post

২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ বিশেষ অনুষ্ঠান

Next Post

সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন আছে নেকি ? যদি আছে কি হয় জানেনে বাৰু ?

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন আছে নেকি ? যদি আছে কি হয় জানেনে বাৰু ?

সোঁ হাতৰ তলুৱাত ' M ' চিহ্ন আছে নেকি ? যদি আছে কি হয় জানেনে বাৰু ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7