VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এতিয়া শাকৰ বতৰ। সৰিয়হ শাক খায় নিশ্চয় আপুনিও। এই শাক খালে কি হয় জানেনে বাৰু ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 10, 2022
in জীৱন
এতিয়া শাকৰ বতৰ। সৰিয়হ শাক খায় নিশ্চয় আপুনিও। এই শাক খালে কি হয় জানেনে বাৰু ?
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

সৰিয়হ শাক স্বাস্থ্যৰ বাবে বহুত উপকাৰী। এই শাকত থকা ঔষধি গুণে হাড় মজবুত কৰাৰ উপৰিও কলেষ্টেৰল আৰু কৰ্কট ৰোগক নিয়ন্ত্ৰণত ৰাখিব পাৰে। শীত কালত উপলব্ধ সৰিয়হৰ শাক খাবলৈ সোৱাদময় হোৱাৰ উপৰিও ইয়াত আছে বহুতো ঔষধি গুণ। জানো আহকচোন–
১) সৰিয়হ শাকত থকা ভিটামিন ‘K’ আমাৰ শৰীৰৰ হাড়বোৰ শক্তিশালী কৰাৰ উপৰিও হাৰ্টক সুস্থ ৰখাত সহায় কৰে। ইয়াৰ বাহিৰেও আঘাতপ্ৰাপ্ত হৈ অতিৰিক্ত ৰক্তক্ষৰণ হৈ থাকিলে ভিটামিন ‘K’ ৰক্ত বন্ধ কৰাত সহায় কৰে।
২) সৰিয়হ শাকত এণ্টিঅক্সিডেণ্টৰ উপৰিও এণ্টি-কাৰ্ছিনজেনিক থকাৰ বাবে এই শাক খালে দুৰাৰোগ্য ৰোগত কিছু উপশম ঘটাব পাৰে। সৰিয়হ শাকত গ্লুকোছিনলেটচ নামৰ উপকাৰী উদ্ভিদ যৌগৰ পৰিমাণ বেছি থকা বাবে কৰ্কট ৰোগৰ কোষ বৃদ্ধিত বাধা দিব পাৰে।
৩) সৰিয়হ শাকত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থকাৰ উপৰিও ফ্লাভোনয়েড আৰু বিটা কেৰোটিনে হৃদৰোগক প্ৰতিৰোধ কৰিব পাৰে। শাকত থকা এই উপাদান সমূহে পাকস্থলীত পিত্ত এচিড তৈয়াৰ কৰাৰ লগতে কলেষ্টেৰলৰ পৰিমাণ কমোৱাত সহায় কৰে।
৪) সৰিয়হ শাক চকুৰ কাৰণেও উপকাৰী। ইয়াত থকা এণ্টিঅক্সিডেণ্ট ৰ বাবে চকু সুস্থ হৈ থকাৰ উপৰিও বয়স সম্পৰ্কিত দৃষ্টিশক্তি অটুত ৰখাত সহায় কৰে।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য
জীৱন

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?
জীৱন

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?

January 28, 2023
সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন
জীৱন

সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন

January 28, 2023
অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক
জীৱন

অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক

January 27, 2023
নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে  নিসংগতাৰ অনুভূতি
জীৱন

নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে নিসংগতাৰ অনুভূতি

January 26, 2023
ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো
জীৱন

ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো

January 26, 2023
Next Post
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7