VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বয়স বৃদ্ধি হোৱাৰ লগে লগে স্মৃতি শক্তি কমি যাব পাৰে

স্মৃতি শক্তি বৃদ্ধি পাবলৈ কৰক এই উপায়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 6, 2022
in জীৱন
বয়স বৃদ্ধি হোৱাৰ লগে লগে স্মৃতি শক্তি কমি যাব পাৰে
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

বুদ্ধিমান মানুহে সকলোতে আদৰ পোৱাৰ উপৰিও সকলোৰে প্ৰিয় পাত্ৰ হ’ব পাৰে। বুদ্ধি আৰু স্মৃতিৰ ওপৰত দখল থকা ব্যক্তি কেতিয়াও অকলশৰীয়া নহয়। স্মৃতি প্ৰখৰ হোৱা মানুহে সহজতে কোনো কথা পাহৰি নাযায়। সেইবাবে তেওঁলোক সকলোতে সন্মান পোৱাৰ যোগ্যতা থাকে। বয়স বৃদ্ধি হোৱাৰ লগে লগে স্মৃতি শক্তি কমি যাব পাৰে। স্মৃতি শক্তি ধৰি ৰাখিবলৈ এই নিয়ম কেইটা মানি চলা অতি প্ৰয়োজন—-
১) স্মৃতি শক্তিৰ লগত টোপনিৰ যথেষ্ট প্ৰভাৱ আছে। আমি যদি সঠিক সময়ত টোপনি যাব পাৰো বা টোপনি যদি ভাল হয় তেনেহ’লে স্মৃতি শক্তি কটকটীয়া হয়। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে এজন প্ৰাপ্ত বয়স্ক লোকে দিনত ৬ ৰ পৰা ৮ ঘণ্টালৈকে টোপনি যাব লাগে। ইয়াৰ ফলত মগজুৱে বিশ্ৰাম ল’ব পাৰে আৰু ৰাতিপুৱা সুস্থ অনুভৱ কৰিব পাৰে।
২) খাদ্যৰ তালিকাত কিছু পুষ্টিগুণ যুক্ত খাদ্য ৰাখিব লাগে। ইয়াৰ ফলত শৰীৰ আৰু মন দুয়োটাই শক্তিশালী হয়। পাচলি আৰু ফল-মূলত প্ৰচুৰ পৰিমাণে এণ্টি-অক্সিডেণ্ট আৰু ওমেগা ৩’ থকাৰ কাৰণে স্মৃতি শক্তি বৃদ্ধিত সহায় কৰে।
৩) নিয়মিত ধ্যান কৰা অতি প্ৰয়োজন। প্ৰাণায়াম কৰিলে অতি সহজে কিছুমান সমস্যাৰ সমাধান কৰিব পৰা যায়। নিয়মিত প্ৰাণায়াম নাইবা ব্যায়াম কৰিলে মন শান্ত হয় , দুশ্চিন্তা আৰু অৱসাদ নোহোৱা হৈ যায়।
৪) নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰিব নালাগে। মদ্যপান বা ধূমপান কৰিলে শৰীৰত বহুতো জটিলতা সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও নিচা আসক্ত লোকৰ মগজুৱে সঠিক কাম কৰিবলৈ সমৰ্থ নহয়। নিচা জাতীয় বস্তুৰ পৰা আঁতৰি থাকিলে শৰীৰৰ প্ৰতি যেনেকৈ ভাল ঠিক তেনেকৈ স্মৃতি শক্তি বৃদ্ধিত সহায় হয়।
৫) ফাষ্ট ফুড খোৱা উচিত নহয়। ফাষ্টফুডে সমস্যা বেছি গভীৰ কৰিব পাৰে। গতিকে এইবোৰৰ পৰা একেবাৰেই আঁতৰি থাকিলে স্মৃতি শক্তি বৃদ্ধি হোৱাত সহায় হ’ব।

Previous Post

প্ৰাতঃস্মৰণীয়

Next Post

দক্ষিণ কোৰিয়াক ৪ গ’লত পৰাস্ত কৰি অসুস্থ পেলেৰ ছবি লৈ ফটোৰ বাবে প’জ দিলে ব্ৰাজিলৰ ফুটবলাৰে, হাস্পতালৰ বিচনাৰ পৰাই পেলেই কিদৰে জনালে শুভেচ্ছা

Related Posts

ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য
জীৱন

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?
জীৱন

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?

January 28, 2023
সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন
জীৱন

সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন

January 28, 2023
অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক
জীৱন

অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক

January 27, 2023
নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে  নিসংগতাৰ অনুভূতি
জীৱন

নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে নিসংগতাৰ অনুভূতি

January 26, 2023
ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো
জীৱন

ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো

January 26, 2023
Next Post
দক্ষিণ কোৰিয়াক ৪ গ’লত পৰাস্ত কৰি অসুস্থ পেলেৰ ছবি লৈ ফটোৰ বাবে প’জ দিলে ব্ৰাজিলৰ ফুটবলাৰে, হাস্পতালৰ বিচনাৰ পৰাই পেলেই কিদৰে জনালে শুভেচ্ছা

দক্ষিণ কোৰিয়াক ৪ গ’লত পৰাস্ত কৰি অসুস্থ পেলেৰ ছবি লৈ ফটোৰ বাবে প’জ দিলে ব্ৰাজিলৰ ফুটবলাৰে, হাস্পতালৰ বিচনাৰ পৰাই পেলেই কিদৰে জনালে শুভেচ্ছা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7