VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দক্ষিণ কোৰিয়াক ৪ গ’লত পৰাস্ত কৰি অসুস্থ পেলেৰ ছবি লৈ ফটোৰ বাবে প’জ দিলে ব্ৰাজিলৰ ফুটবলাৰে, হাস্পতালৰ বিচনাৰ পৰাই পেলেই কিদৰে জনালে শুভেচ্ছা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 6, 2022
in ক্ৰীড়া
দক্ষিণ কোৰিয়াক ৪ গ’লত পৰাস্ত কৰি অসুস্থ পেলেৰ ছবি লৈ ফটোৰ বাবে প’জ দিলে ব্ৰাজিলৰ ফুটবলাৰে, হাস্পতালৰ বিচনাৰ পৰাই পেলেই কিদৰে জনালে শুভেচ্ছা
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ব্ৰাজিল। সোমবাৰে নিশা দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে নেইমাৰে ৪টা গ’ল দি দলটোক কোৱার্টাৰ চফাইনেললৈ আগুৱাই লৈ যায় । ৯৭৪ নং ষ্টেডিয়ামত সেই জয়ৰ পিছত ব্ৰাজিলৰ ফুটবলাৰসকলে  কিংবদন্তী ফুটবলাৰ পেলেৰ ছবি আৰু নাম লিখা বেনাৰ লৈ খেলপথাৰত থিয় হয় ৷

উল্লেখ্য যে ৮২ বছৰীয়া পেলেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কেমোথেৰাপিয়ে কাম কৰা নাই। কেইবাদিনো ধৰি তেওঁৰ শাৰীৰিক অৱস্থাৰ বিভিন্ন খবৰ চৰ্চালৈ আহিছে। যদিও পেলে নিজেই কৈছিল যে তেওঁ হস্পিতালৰ পৰাই খেল চাব। যেনেকৈ পেলেই নেইমাৰক পাহৰা নাছিল। নেইমাৰেও পেলেৰ কথা পাহৰা নাছিল। সোমবাৰে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ৪-১ গ’লত জয়লাভ কৰাৰ সময়ত তেওঁলোকে পেলেৰ ফটো আৰু নাম লিখা বেনাৰ লৈ বিশ্ববিখ্যাত ফুটবলাৰ গৰাকীৰ আশু আৰোগ্য কামণা কৰে ৷ গেলেৰীতো পেলেৰ পোষ্টাৰ আৰু বেনাৰ লগোৱা হৈছিল ৷পেলেৰ মংগল কামনা কৰা এই বেনাৰ লগোৱা হৈছিল ৷

সোমবাৰে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ব্ৰাজিলৰ প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলৰ পূৰ্বে পেলেই টুইট কৰি শুভেচ্ছা জ্ঞাপন কৰে । ১৯৫৮ চনৰ বিশ্বকাপৰ এখন ফটো সংলগ্ন কৰা হৈছে টুইটোত । তেওঁ নিজৰ সতীৰ্থৰ সৈতে ৰাস্তাত খোজ কাঢ়ি থকা এখন ফটো আপলোড কৰিছে টুইটাৰত ৷ ফটোখনৰ তলত পেলেই  লিখিছে, “১৯৫৮ চনত মই ৰাস্তাৰে খোজ কাঢ়ি গৈ আছিলো আৰু মই ভবিছিলো মোৰ দেউতাক   দিয়া প্ৰতিশ্ৰুতি কেনেকৈ পালন কৰিম। মই জানো তোমালোকৰ বহুতেই পিতৃৰ আগত দিয়া প্ৰতিশ্ৰুতি ৰখাৰ কথা ভাবিছা ৷ সেই কথা ৰাখিবলৈ চেষ্টা কৰা ৷মই হস্পিতালত শুই তোমালোকৰ বাবে চিঞৰিম । শুভেচ্ছা.”

ছাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন হাস্পতালত পেলেৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। হাওঁফাওঁৰ সংক্ৰমণৰ চিকিৎসাৰ প্ৰতি সঁহাৰি জনাইছে ৮২ বছৰীয়া ফুটবলাৰগৰাকীয়ে। যোৱা ২৪ ঘন্টাত পেলেৰ শাৰীৰিক অৱস্থাৰ পুনৰ অৱনতি ঘটা নাই।

Previous Post

বয়স বৃদ্ধি হোৱাৰ লগে লগে স্মৃতি শক্তি কমি যাব পাৰে

Next Post

বাহুবলী-আৰ আৰ আৰো হৈ পৰিব নগণ্য, বাজেট-চিত্ৰনাট্যৰে নতুন চমক দিবলৈ সাজু এছ এছ ৰাজামৌলি

Related Posts

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান
ক্ৰীড়া

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান

June 1, 2023
মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি
ক্ৰীড়া

মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি

May 31, 2023
সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা
ক্ৰীড়া

সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

May 31, 2023
ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
ক্ৰীড়া

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

May 30, 2023
যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ
ক্ৰীড়া

যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ

May 30, 2023
মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ
ক্ৰীড়া

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

May 29, 2023
Next Post
বাহুবলী-আৰ আৰ আৰো হৈ পৰিব নগণ্য, বাজেট-চিত্ৰনাট্যৰে নতুন চমক দিবলৈ সাজু এছ এছ ৰাজামৌলি

বাহুবলী-আৰ আৰ আৰো হৈ পৰিব নগণ্য, বাজেট-চিত্ৰনাট্যৰে নতুন চমক দিবলৈ সাজু এছ এছ ৰাজামৌলি

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7