VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফুল সৌন্দৰ্যৰ প্ৰতীক হোৱাৰ লগতে ফুল ঔষধি গুণেৰেও ভৰপুৰ। ফুলৰ ৰাণী গোলাপৰ বিষয়ে জানো আহকচোন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 4, 2022
in জীৱন
সৌন্দৰ্যৰ ৰাণী বগা গোলাপ সুগন্ধিদায়ক হোৱাৰ উপৰিও আছে ঔষধি গুণ – জানো আহকচোন
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

ফুল আমি সকলোৱে ভাল পাওঁ। সকলোৰে ঘৰত এখন সৰুকৈ হলেও ফুলৰ বাগিছা থকা দেখা যায়। মাটিতে হওক বা টাবতে হওঁক কম -বেছি পৰিমাণে সকলোৱে ফুলৰ খেতি কৰে। ফুলবোৰ যেতিয়া ফুলি থাকে সৰুৰ পৰা বৃদ্ধ সকলোৰে মন বিলাক আনন্দৰে ভৰি থাকে। ফুল সৌন্দৰ্যৰ প্ৰতীক হোৱাৰ উপৰিও ফুলৰ বহুতো ঔষধি গুণ আছে । জানো আহকচোন আজি ফুলৰ ৰাণী গোলাপৰ বিষয়ে-
১) গোলাপ ফুল তিনিপাহ পানীত ধুই তাক একাপ পানীত কিছুসময় তিয়াই ৰাখি তাত এক চামুচ হালধিৰ গুড়া মিহলি কৰি ভালদৰে মিশ্ৰণ কৰি ল’ব লাগে। এই মিশ্ৰণ চকু ৰঙা পৰা ৰোগত ২ / ৩ টোপালকৈ দিলে ভাল হয়।
২) পেটত গেছ জমা হৈ শৌচ কঠিন হ’লে গোলাপ ফুলৰ পাহি ৪ / ৫ টা পিহি খাব লাগে।
৩) মূৰৰ বিষ হ’লে গোলাপ ফুলৰ পাহিৰ ৰস উলিয়াই নাকৰ বিন্ধাত ৩ / ৪ টোপাল দিলে মূৰৰ বিষৰ পৰা পৰিত্ৰান পাব পাৰি।
৪) আহাৰ গ্ৰহণ কৰাৰ পিছত গোলাপ ফুলৰ পাহি ৪ / ৫ টা নিয়মিয়াকৈ খালে আহাৰ হজম হোৱাত সহায় কৰে আৰু দেহৰ দুষিত পদাৰ্থবোৰ বাহিৰ ওলোৱাত সহায় কৰে।
৫) প্ৰস্ৰাৱৰ কিবা দোষ থাকিলে কেইটামান গোলাপ ফুলৰ পাহি খালে ভাল হয়।
৬) চকু ৰঙা পৰা আৰু চকুৰ খচখচনিত গোলাপ ফুল ৫ / ৬ পাহ এগিলাচ পানীত এৰাতি তিয়াই ৰাখি পুৱা চকু ধুলে ভাল হয়।
৭) আমাশয়ত গোলাপ ফুলৰ পাহি ২০ টা , চেনি ১ চামুচ , ১ কাপ গাখীৰ , ২ টা ইলাচি আৰু এখন তেজপাত পায়স কৰি খালে ভাল হয়।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

মিছ ইণ্ডিয়াৰ খিতাপ জিনিলে কৰ্ণাটকৰ সুন্দৰীয়ে, কোনে দখল কৰিলে ৰাণার্ছ আপৰ খিতাপ

Related Posts

আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক
জীৱন

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
পাকঘৰত বিচাৰি পোৱা ৰান্ধনি মচলাৰেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। জানো আহক
জীৱন

পাকঘৰত বিচাৰি পোৱা ৰান্ধনি মচলাৰেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। জানো আহক

August 9, 2022
কেতিয়াবা নাক সোপা মাৰি ধৰে। এনেকুৱা অৱস্থাত আপুনি কি কৰে বাৰু ?
জীৱন

কেতিয়াবা নাক সোপা মাৰি ধৰে। এনেকুৱা অৱস্থাত আপুনি কি কৰে বাৰু ?

August 8, 2022
চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক
জীৱন

চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক

August 6, 2022
স্বাস্থ্যৰ ক্ষেত্ৰত নেমুৰ উপকাৰিতা
জীৱন

গোল নেমু বহুত বেমাৰৰ মহৌষধ স্বৰূপ হোৱাৰ উপৰিও গোল নেমুৰ আছে আৰু কিছু বিশেষ কথা।জানো আহক

August 5, 2022
তুলসীৰ ১০ টা বিস্ময়কৰ ঔষধি গুণ
জীৱন

তুলসী গছক কিয় তীৰ্থৰ দৰে পৱিত্ৰ গছ বুলি কোৱা হয় জানেনে বাৰু ? আপোনাৰ চোতালত থকা তুলসী জোপায় কিহৰ সংকেত দিয়ে , জানো আহক

August 4, 2022
Next Post
মিছ ইণ্ডিয়াৰ খিতাপ জিনিলে কৰ্ণাটকৰ সুন্দৰীয়ে, কোনে দখল কৰিলে ৰাণার্ছ আপৰ খিতাপ

মিছ ইণ্ডিয়াৰ খিতাপ জিনিলে কৰ্ণাটকৰ সুন্দৰীয়ে, কোনে দখল কৰিলে ৰাণার্ছ আপৰ খিতাপ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7