VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এক শোকাৱহ দুৰ্ঘটনাত পতিত হৈ অধ্যাপিকা ড০ সঞ্জিতা সিংহৰ বিয়োগ

"বহুবাক" সহ বিভিন্ন দল-সংগঠনৰ শোক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 16, 2022
in জীৱন
এক শোকাৱহ দুৰ্ঘটনাত  পতিত হৈ অধ্যাপিকা ড০ সঞ্জিতা সিংহৰ বিয়োগ
0
SHARES
35
VIEWS
Share on FacebookShare on Twitter

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ সহযোগী অধ্যাপিকা, বিষ্ণুপ্ৰিয়া মণিপুৰী, অসমীয়া ভাষাৰ অগ্ৰণী লেখিকা, “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম)ৰ সদস্যা ড০ সঞ্জিতা সিনহাৰ ক‍ালি সন্ধিয়া নগাঁৱৰ পৰা ৰেলেৰে আহি নাৰেংগী (গুৱাহাটী)ত নামিবলৈ  লওতেই সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাত বিয়াগ ঘটে ।  তেওঁৰ বিয়াগৰ খৱৰ পোৱা মাত্ৰকে শোকত ভাগি পৰে “বহুবাক”(বহুভাষিক সাহিত্য মঞ্চ, অসম)পৰিয়াল ।

বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয় – “আমি হেৰুৱালো এগৰাকী অতি বিদূষি, বিদ্যায়তনিক দিশত অতি আগবঢ়া, ভাষাৰ ক্ষেত্ৰত সদাসচেতন এগৰাকী গৱেষিকা, শিক্ষয়িত্ৰীক ।সংস্কৃত, অসমীয়া, বাংলা, হিন্দী, ইংৰাজীৰ লগতে তেওঁৰ মাতৃভাষা বিষ্ণুপ্ৰিয়া মণিপুৰীত কেইবা শতাধিক ৰচনা, প্ৰবন্ধ লিখা, অসমত সমন্বয়-সংহতিৰ কাৰণে নিৰলস, নিৰবে কাম কৰা ড০ সিনহাই নিৰবে কাম কৰি আছিল ।”

তেখেতৰ বিয়োগত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহ, উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘৰ সভাপতি কুলৰঞ্জন ভূঞা, মিচিং কাব্য  সাহিত্যৰ অগ্ৰণী লেখক জিতেন পায়েং, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, অসম সাহিত্য সভাৰ শিলচৰ আঞ্চলিক কাৰ্যলয়ৰ সম্পাদক মানসী সিনহা,  পূৰ্বাঞ্চলিয় লোক পৰিষদৰ সাধাৰণ সম্পাদক তপন কুমাৰ শৰ্মা,  অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতা, সুৰতীৰ্থৰ উপ-সভাপতি অবনী ৰঞ্জন পাঠক, জ্যেষ্ঠ গীতিকাৰ শচীন দাস, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মা প্ৰভৃতি দল-সংগঠন সমূহে  গভীৰ শোক-প্ৰকাশ কৰি শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে  তেখেতৰ আত্মাৰ সদগতি কামনা কৰে ।

Previous Post

ৰঙা চীনৰ বাবে কিয় বিশেষভাৱে গুৰুত্বপূৰ্ণ টাৱাং? বাৰে বাৰে অৰুণাচল দখল কৰিবলৈ কিয় চেষ্টা কৰে চীনে !!

Next Post

উৎকোচৰ প্ৰাথমিক প্ৰমাণৰ ভিত্তিতে দোষী সাব্যস্ত কৰিব পাৰিব চৰকাৰী কর্মচাৰীক, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়

Related Posts

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?
জীৱন

দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?

May 31, 2023
জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?
জীৱন

জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?

May 30, 2023
চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?
জীৱন

চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?

May 29, 2023
চকুৰ তলৰ অংশ  ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?
জীৱন

চকুৰ তলৰ অংশ ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?

May 26, 2023
যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক  এই তিনিধৰণৰ বাদাম  হ’ব?
জীৱন

যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক এই তিনিধৰণৰ বাদাম হ’ব?

May 25, 2023
Next Post
গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণাৰ প্ৰার্থনাৰে কোনে দাখিল কৰিলে আৱেদন, শুনানি গ্ৰহণ কৰি কিয় টিঙিৰি তুলা হৈ পৰিল উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠ

উৎকোচৰ প্ৰাথমিক প্ৰমাণৰ ভিত্তিতে দোষী সাব্যস্ত কৰিব পাৰিব চৰকাৰী কর্মচাৰীক, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7