VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উৎকোচৰ প্ৰাথমিক প্ৰমাণৰ ভিত্তিতে দোষী সাব্যস্ত কৰিব পাৰিব চৰকাৰী কর্মচাৰীক, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 16, 2022
in আইন
গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণাৰ প্ৰার্থনাৰে কোনে দাখিল কৰিলে আৱেদন, শুনানি গ্ৰহণ কৰি কিয় টিঙিৰি তুলা হৈ পৰিল উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠ
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত অধিক কঠোৰ হৈ পৰিছে দেশৰ সর্বোচ্চ ন্যায়ালয় । চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে উৎকোচ লোৱা বা আন কোনো দুৰ্নীতিৰ লগত জড়িত হোৱাৰ প্ৰাথমিক প্ৰমাণ থাকিলেই চৰকাৰী কর্মচাৰীজনক দোষী সাব্যস্ত কৰিব পৰা যাব! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে  এই ৰায়।

পাঁচজনীয়া সংবিধান বিচাৰপীঠে এই সন্দর্ভত এটা গোচৰৰ শুনানি গ্ৰহণ কৰি কয় যে আদালতে কোনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াক উৎকোচ বিচৰা আৰু গ্ৰহণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰিব পাৰে। অভিযোগকাৰীয়ে উৎকোচৰ অভিযোগ প্ৰত্যাহাৰ কৰিলেও আন সাক্ষীৰ সাক্ষ্যৰ ভিত্তিত চৰকাৰী কর্মচাৰীক দোষী সাব্যস্ত কৰিব পাৰি।

উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিছিল যে, বহু ক্ষেত্ৰত চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হয়, কিন্তু পিছত অভিযোগকাৰীয়ে নিজৰ বক্তব্য সলনি কৰে বা অভিযোগ প্ৰত্যাহাৰ কৰে। বহু ক্ষেত্ৰত গোচৰৰ কালছোৱাত অভিযোগকাৰীৰ মৃত্যু হয়। ফলত প্ৰমাণৰ অভাৱত অভিযুক্ত ৰাজহুৱা সেৱাৰ কর্মচাৰীজনক আদালতে দোষমুক্ত কৰিবলৈ বাধ্য হয়। উৎকোচ প্ৰমাণ কৰাটো কঠিন। সেইবাবেই উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও কয় সাংবিধানিক বিচাৰপীঠে।

ন্যায়াধীশ এছ আব্দুল নাজিৰ, ন্যায়াধীশ বি আৰ গাভাই, ন্যায়াধীশ এ এছ বোপান্না, ন্যায়াধীশ ভি ৰামাসুব্ৰহ্মণ্যম আৰু ন্যায়াধীশ বি ভি নাগাৰথনাৰৰ বিচাৰপীঠে কয় যে প্ৰত্যক্ষ মৌখিক বা তথ্যচিত্ৰ প্ৰমাণ নাথাকিলেও অভিযুক্তক উৎকোচ বিচৰা আৰু গ্ৰহণ কৰাৰ প্ৰাথমিক প্ৰমাণত দোষী সাব্যস্ত কৰিব পৰা যাব  ৷

 

Previous Post

এক শোকাৱহ দুৰ্ঘটনাত পতিত হৈ অধ্যাপিকা ড০ সঞ্জিতা সিংহৰ বিয়োগ

Next Post

“বিচাৰক নিযুক্তিৰ পদ্ধতি সলনি কৰিব লাগে”! সংসদত আইন মন্ত্ৰীৰ মন্তব্যত পুনৰ বিতর্ক

Related Posts

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভৰি স্পৰ্শ কৰিয়েই  কিয় নিলম্বিত হ’ল মহিলা অভিযন্তা ?
আইন

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভৰি স্পৰ্শ কৰিয়েই কিয় নিলম্বিত হ’ল মহিলা অভিযন্তা ?

January 14, 2023
সোণৰ দোকানত চুৰি , পুৱাই আদালতত আত্মসমৰ্পণ কেন্দ্ৰীয় মন্ত্ৰী নিশিথ প্ৰামানিক
আইন

সোণৰ দোকানত চুৰি , পুৱাই আদালতত আত্মসমৰ্পণ কেন্দ্ৰীয় মন্ত্ৰী নিশিথ প্ৰামানিক

January 10, 2023
গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণাৰ প্ৰার্থনাৰে কোনে দাখিল কৰিলে আৱেদন, শুনানি গ্ৰহণ কৰি কিয় টিঙিৰি তুলা হৈ পৰিল উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠ
আইন

বিমুদ্ৰাকৰণৰ বাবে মোদীয়ে লোৱা সিদ্ধান্তক কোন ন্যায়াধীশে ক’লে-এয়া বেআাইনী

January 2, 2023
পেগাছাছ কাণ্ডঃ পশ্চিমবংগ চৰকাৰে নিয়োগ কৰা আয়োগৰ তদন্তত  উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
আইন

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বাচনি কৰা ১০ বিচাৰপতিৰ নাকচ কৰিলে কেন্দ্ৰই

November 29, 2022
অনুমতি অবিহনে কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব অমিতাভ বচ্চনৰ নাম-কণ্ঠ, দিল্লী উচ্চ ন্যায়ালয়ৰ নির্দেশ
আইন

অনুমতি অবিহনে কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব অমিতাভ বচ্চনৰ নাম-কণ্ঠ, দিল্লী উচ্চ ন্যায়ালয়ৰ নির্দেশ

November 25, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

নির্বাচনী আয়ুক্ত হিচাপে বিজুলীৰ গতিত কিয় অৰুণ গোৱেলক নিযুক্তি দিয়া হ’ল? উচ্চতম ন্যায়ালয়ে কিয় প্ৰশ্ন কৰিলে কেন্দ্ৰক

November 24, 2022
Next Post
“বিচাৰক নিযুক্তিৰ পদ্ধতি সলনি কৰিব লাগে”! সংসদত আইন মন্ত্ৰীৰ মন্তব্যত পুনৰ বিতর্ক

"বিচাৰক নিযুক্তিৰ পদ্ধতি সলনি কৰিব লাগে"! সংসদত আইন মন্ত্ৰীৰ মন্তব্যত পুনৰ বিতর্ক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7