VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

26 নবেম্বৰলৈ চৰকাৰক সময়সীমা প্ৰতিবাদী কৃষকৰ

voicedesk by voicedesk
November 1, 2021
in মুখ্য সংবাদ, সংবাদ গুঞ্জন
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

বিতর্কিত কৃষি আইন বাতিলৰ বাবে অহা 26 নৱেম্বৰলৈ সময়সীমা বান্ধি দিছে প্ৰতিবাদী কৃষক সকলে। অন্যথা দিল্লী সীমান্তত প্ৰতিবাদী কাৰ্যসূচী অধিক তীব্রতৰ কৰি তোলা হব বুলি সকীয়নী প্ৰদান কৰিছে কৃষক নেতা ৰাকেশ টিকেইতে। ভাৰতীয় কিষান সংঘৰ মুৰব্বীজনে কৃষক আন্দোলনে এবছৰ সম্পূৰ্ণ কৰাৰ প্ৰাকক্ষণত এই হুংকাৰ প্ৰদান কৰিছে। বিগত দুটা দিনৰ ভিতৰত কৃষক নেতাজনে চৰকাৰক দ্বিতীয় বাৰৰ বাবে সকীয়নী প্ৰদান কৰিছে।

উল্লেখযোগ্য যে বিতর্কিত কৃষি আইন বাতিলৰ দাবীত বিগত বৰ্ষৰ 26 নৱেম্বৰৰ পৰা দিল্লী সীমান্তত কৃষক সকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কৃষক সকলে কেইবাবাৰো দিল্লীত প্ৰৱেশ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ চেষ্টা কৰি আহিছে। যাৰ বাবে দিল্লী -গাজিয়াবাদ সংযোগী পথত বেৰিকেড দিবলগীয়া হৈছিল। কেন্দ্ৰ আৰু প্ৰতিবাদী কৃষকৰ মাজত কেইবালানিও আলোচনা অনুষ্ঠিত হৈছে যদিও সেয়া বিফল হৈছে।

কেন্দ্ৰীয় চৰকাৰে সংশোধনী অনাৰ প্ৰস্তাৱ দিছে আলোচনা কালত। কিন্তু প্ৰতিবাদী কৃষকসকলে এই আইন সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ দাবী উথাপন কৰি আহিছে। কৃষক নেতাজনে কয় যে 26 নৱেম্বৰৰ ভিতৰত ব্যবস্থা গ্ৰহণ নকৰিলে 27 নবেম্বৰৰ পৰা বিভিন্ন গাওঁৰ পৰা ট্রেক্টৰ লৈ কৃষক সকল প্ৰতিবাদস্থলীত উপস্থিত হব আৰু তম্বু নিৰ্মাণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।আনহাতে দিল্লী সীমান্তৰ পৰা প্ৰতিবাদী কৃষকসকলক উচ্ছেদ কৰিবলৈ চেষ্টা কৰিলে ভয়াবহ পৰিনাম ভোগ কৰিব লাগিব বুলিও কৃষক সকলে সকীয়াই দিছে। তেওঁলোকৰ তম্বু ভাঙি পেলালে কৃষক সকলে আৰক্ষী থানা অথবা উপায়ুক্তৰ কাৰ্যালয়ত বাঁহৰ পাতিব বুলিও প্ৰকাশ কৰিছে।

 

Previous Post

আফগানিস্তানৰ কিশোৰীয়ে মোডীলৈ প্ৰেৰণ কৰা কাবুল নদীৰ জলেৰে ৰাম জন্মভূমিৰ অভিষেক যোগীৰ

Next Post

এইবাৰ ৰাজনীতিলৈ বিশ্ব বক্সিং তাৰকা মেৰী কমৰ স্বামী কে অনখ’লে

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
এইবাৰ ৰাজনীতিলৈ বিশ্ব বক্সিং তাৰকা  মেৰী কমৰ স্বামী কে অনখ’লে

এইবাৰ ৰাজনীতিলৈ বিশ্ব বক্সিং তাৰকা মেৰী কমৰ স্বামী কে অনখ’লে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7