VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এইবাৰ ৰাজনীতিলৈ বিশ্ব বক্সিং তাৰকা মেৰী কমৰ স্বামী কে অনখ’লে

নিৰ্দলীয় প্ৰাৰ্থী  হৈ এইবাৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 1, 2021
in মুখ্য সংবাদ, ৰাজনীতি
এইবাৰ ৰাজনীতিলৈ বিশ্ব বক্সিং তাৰকা  মেৰী কমৰ স্বামী কে অনখ’লে
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

ৰাজনীতিলৈ অহাৰ কথা ঘোষণা কৰিছে বক্সিং তাৰকা মেৰীকমৰ স্বামী কে অনখ’লেয়ে৷  ২০২২ চনত অনুষ্ঠিত হ’ব লগীয়া বিধান সভা নিৰ্বাচনত  প্ৰতিদ্বন্দ্বিতা কৰিব মেৰী কমৰ স্বামী কে অনখ’লেয়ে৷    মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ চাইক’ট বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি তেওঁ জনায়৷

বিকাশৰ ক্ষেত্ৰতেই  এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমক অনখ’লেয়ে জানিবলৈ দিয়ে৷  কিন্তু তেওঁ কোনটো দলৰ  হৈ প্ৰতিনিধিত্ব কৰিব সেইকথা এতিয়াও স্পষ্ট হোৱা নাই৷ জানিবলৈ পোৱা মতে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী  হৈ এইবাৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব৷

Previous Post

26 নবেম্বৰলৈ চৰকাৰক সময়সীমা প্ৰতিবাদী কৃষকৰ

Next Post

জাতি ৰক্ষাৰ বিকল্প ৰাজনীতি নেকি?

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী
ৰাজনীতি

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্রী

January 28, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা – ৰাজ্যজুৰি বুথ সভা সম্পন্ন
ৰাজনীতি

অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা – ৰাজ্যজুৰি বুথ সভা সম্পন্ন

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
Next Post
জাতি ৰক্ষাৰ বিকল্প ৰাজনীতি নেকি?

জাতি ৰক্ষাৰ বিকল্প ৰাজনীতি নেকি?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7