VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি অসম লেখিকা সংস্থাৰ অন্তৰ্গত হাতীগাওঁ শাখা লেখিকা সংস্থাৰ ৩য় বৰ্ষপূৰ্তি উদযাপন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 6, 2021
in সংবাদ গুঞ্জন
আজি অসম লেখিকা সংস্থাৰ অন্তৰ্গত হাতীগাওঁ শাখা লেখিকা সংস্থাৰ ৩য় বৰ্ষপূৰ্তি উদযাপন
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

অসম লেখিকা সংস্থাৰ অন্তৰ্গত বৃহত্তৰ হাতীগাওঁ শাখা লেখিকা সংস্থাই আজি অৰ্থাৎ ২০২১ বৰ্ষৰ ৬নৱেম্বৰ‌ তাৰিখে শাখাটোৱে তিনিটা বৰ্ষ সফলতাৰে অতিক্ৰম কৰাৰ আনন্দত তৃত্বীয় বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰে।।সভানেত্ৰী কস্তুৰীনিভা গগৈয়ে সকলো সন্মানীয় লেখিকাৰ উপস্থিতিত কেক কটাৰ লগতে সকলোৱে এই বিশেষ দিনটো আনন্দ উল্লাসেৰে উদযাপন কৰি হাতীগাওঁ শাখা লেখিকা সংস্থাৰ দীৰ্ঘায়ু কামনা কৰে।

এই বিশেষ দিনটোত গীত মাত কবিতাৰে সভাগৃহ উদুলি মুদুলি হৈ পৰে।সম্পাদিকা দীপা বৰা দত্তই শাখাৰ গঠনৰ সময়ৰ পৰা এতিয়ালৈকে সন্মানীয় লেখিকা সকলৰ সহায় সহযোগিতা ৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।শেষত অসম সংগীতেৰে সভা সমাপ্তি হয় ।

Previous Post

নতুন উপন্যাস ” জিপি” ৰ ওপৰত কিছু আলোকপাত

Next Post

মীৰাবাঈ চানুৰ দেৱালী উদ্‌যাপন

Related Posts

উচ্চতম ন্যায়ালয়ে ‘অবৈধ’ বুলি অভিহিত কৰা  সঞ্জয় কুমাৰ মিশ্ৰৰ ইডি মুৰব্বী পদৰ ম্যাদ বৃদ্ধি কৰিব বিচাৰিছে কেন্দ্ৰই, উচ্চতম ন্যায়ালয়ত নতুন আৱেদন দাখিল
মুখ্য সংবাদ

উচ্চতম ন্যায়ালয়ে ‘অবৈধ’ বুলি অভিহিত কৰা সঞ্জয় কুমাৰ মিশ্ৰৰ ইডি মুৰব্বী পদৰ ম্যাদ বৃদ্ধি কৰিব বিচাৰিছে কেন্দ্ৰই, উচ্চতম ন্যায়ালয়ত নতুন আৱেদন দাখিল

July 26, 2023
কেনেদৰে কমাব ভ্ৰমণ ব্যয় ? ভ্ৰমণলৈ গ’লে কি কি নিব লগত, মানি চলক এইকেইটা টিপছ
জীৱন

কেনেদৰে কমাব ভ্ৰমণ ব্যয় ? ভ্ৰমণলৈ গ’লে কি কি নিব লগত, মানি চলক এইকেইটা টিপছ

April 5, 2023
অৰুণাচলত দুর্ঘটনাত পতিত সেনাৰ চিতা হেলিকপ্টাৰ, উদ্ধাৰ অভিযান আৰম্ভ
মুখ্য সংবাদ

অৰুণাচলত দুর্ঘটনাত পতিত সেনাৰ চিতা হেলিকপ্টাৰ, উদ্ধাৰ অভিযান আৰম্ভ

March 16, 2023
নগাঁৱৰ বেবেজীয়াৰ ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত ৩০সংখ্যক দৌল উৎসৱৰ আয়োজন
সংবাদ গুঞ্জন

নগাঁৱৰ বেবেজীয়াৰ ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত ৩০সংখ্যক দৌল উৎসৱৰ আয়োজন

March 4, 2023
প্ৰাতঃস্মৰণীয়
সংবাদ গুঞ্জন

প্ৰাতঃস্মৰণীয়…

February 17, 2023
এখন উদ্যোগপতিৰ পুত্ৰৰ বিবাহত দেখা গ’ল বলীউদৰ নামী-দামী তাৰকাসকলক,আচলতে কোন এই ভাগ্যৱান ?
সংবাদ গুঞ্জন

এখন উদ্যোগপতিৰ পুত্ৰৰ বিবাহত দেখা গ’ল বলীউদৰ নামী-দামী তাৰকাসকলক,আচলতে কোন এই ভাগ্যৱান ?

February 11, 2023
Next Post
মীৰাবাঈ চানুৰ দেৱালী উদ্‌যাপন

মীৰাবাঈ চানুৰ দেৱালী উদ্‌যাপন

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7