VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৭৬ বছৰ সম্পূর্ণ কৰিলে ছোনিয়া গান্ধীয়ে, শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ, ৰাজস্থানৰ ৰিজর্টত উদযাপন কৰিব জন্মদিন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 9, 2022
in মুখ্য সংবাদ, সংবাদ গুঞ্জন
৭৬ বছৰ সম্পূর্ণ কৰিলে ছোনিয়া গান্ধীয়ে, শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ, ৰাজস্থানৰ ৰিজর্টত উদযাপন কৰিব জন্মদিন
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পিছতে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক জন্মদিনৰ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে ছোনিয়াই ৭৬ বছৰ সম্পূৰ্ণ কৰিলে। কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলেও তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

টুইটাৰত ছোনিয়াক সম্বোধন কৰি মোদীয়ে লিখিছে, ‘ছোনিয়া গান্ধীলৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ। তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো।” হিমাচল বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ জয়ৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ ভিতৰত সংঘাত  আৰম্ভ হৈছে যদিও  ৰাহুল আৰু প্ৰিয়ংকাৰ সৈতে এইবাৰ ৰাজস্থানৰ ছাৱাই মাধোপুৰৰ ৰন্থামবৌৰ ব্যঘ্ৰ প্ৰকল্পত জন্মদিন উদযাপন কৰিব ছোনিয়াই।

দৰাচলতে গুজৰাট-হিমাচলত ভোটগণনা চলি থকাৰ সময়তে বৃহস্পতিবাৰে ৰন্থাম্বোৰত উপস্থিত হৈছিল ছোনিয়া। ভাৰত জোৰো যাত্ৰাৰ পৰা সাময়িক বিৰতি লৈ ৰাহুল গান্ধীও তাত উপস্থিত হয়। ব্যঘ্ৰ প্ৰকল্পটো দর্শনৰ সময়ত প্ৰিয়ংকা আৰু তেওঁৰ স্বামী ৰবাৰ্টেও ছোনিয়াৰ সৈতে থাকিব বুলি কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে দাবী কৰা মতে, ৰবাৰ্টৰ এজন বন্ধুৰ ৰিজ’ৰ্টত ঘৰুৱা ধৰণেৰে ছোনিয়াৰ জন্মদিন পালন কৰা হ’ব।

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

৪৯% মহিলা ভোটাৰ, মহিলাৰ ভোটাদানৰ হাৰো বেছি, তৎসত্বেও হিমাচলত বিজয় সাৱ্যস্ত কৰিলে মাত্ৰ এগৰাকী মহিলা প্ৰার্থীয়েহে

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
৪৯% মহিলা ভোটাৰ, মহিলাৰ ভোটাদানৰ হাৰো বেছি, তৎসত্বেও  হিমাচলত বিজয় সাৱ্যস্ত কৰিলে মাত্ৰ এগৰাকী মহিলা প্ৰার্থীয়েহে

৪৯% মহিলা ভোটাৰ, মহিলাৰ ভোটাদানৰ হাৰো বেছি, তৎসত্বেও হিমাচলত বিজয় সাৱ্যস্ত কৰিলে মাত্ৰ এগৰাকী মহিলা প্ৰার্থীয়েহে

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7