VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
December 9, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট স্বাধীনতা সংগ্ৰামী চন্দ্ৰনাথ শৰ্মাৰ ওপজা দিন । ১৮৮৯ চনৰ আজিৰ দিনটোতে শোণিতপুৰ জিলাৰ বিহগুৰিৰ মেকনত তেওঁৰ জন্ম হৈছিল । ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগশাৰীৰ নেতা আছিল তেওঁ । তেওঁ আছিল অসমত অসহযোগ আন্দোলনৰ প্ৰথমগৰাকী অসহযোগকাৰী । অসমত কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাপক আছিল তেওঁ । তেওঁ এগৰাকী বাগ্মীপুৰুষ আছিল । তেওঁৰ প্ৰচেষ্টাতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসমত পদাৰ্পণ কৰিছিল । নেতাগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ স্মৃতি দিৱস । ১৯৫৬ চনত তেওঁ সহকাৰী প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি ১৯৬৭ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত সহকাৰী সম্পাদক (পাণ্ডুলিপি) হিচাপে যোগদান কৰি পিছলৈ নাট্য প্ৰযোজক হয় । তেওঁ আকাশবাণী কলিকতাৰ সহকাৰী কেন্দ্ৰ সঞ্চালকো হৈছিল । ১৯৯৩ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে । আকাশবাণী গুৱাহাটীৰ পৰা এসময়ত প্ৰচাৰিত জনপ্ৰিয় ব্যংগাত্মক অনুষ্ঠান ‘নোকোৱাই ভাল’ৰ স্ৰষ্টা আছিল তেওঁ । স্কুলীয়া দিনতে তেওঁ লাচিত বৰফুকন নামৰ এখন নাটক লিখিছিল । কলেজত পঢ়ি থাকোঁতে মকৰাজাল নামৰ এখন একাংকিকা নাট লিখিছিল । ১৯৭১ চনত জন্ম নামৰ এখন পূৰ্ণাংগ নাট লিখি উলিয়ায় । ১৯৮১ চনত শিমলু চন্দন নামৰ নাটকেৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত প্ৰৱেশ কৰে । শৰাগুৰি চাপৰি, দধীচি, মুখ্যমন্ত্ৰী আদি তেওঁৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় নাট । আজলী নবৌ, ককাদেউতা নাতি আৰু হাতীকে ধৰি কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ চিত্ৰনাট্য, সংলাপ তেওঁ লিখিছিল । তেওঁ অসম নাট্য সন্মিলনৰ সভাপতিও (২০০১-২০০৩) আছিল । ১৯৮৯ চনত তেওঁ মুখ্যমন্ত্ৰী নাটকৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ শ্ৰেষ্ঠ নাটকৰ বঁটা লাভ কৰিছিল । ২০০১ চনত তেওঁ অসম শিল্পী দিৱস বঁটাৰে সন্মানিত হৈছিল । ২০০৫ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । নাট্যকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

৭৬ বছৰ সম্পূর্ণ কৰিলে ছোনিয়া গান্ধীয়ে, শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ, ৰাজস্থানৰ ৰিজর্টত উদযাপন কৰিব জন্মদিন

Related Posts

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
Next Post
৭৬ বছৰ সম্পূর্ণ কৰিলে ছোনিয়া গান্ধীয়ে, শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ, ৰাজস্থানৰ ৰিজর্টত উদযাপন কৰিব জন্মদিন

৭৬ বছৰ সম্পূর্ণ কৰিলে ছোনিয়া গান্ধীয়ে, শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ, ৰাজস্থানৰ ৰিজর্টত উদযাপন কৰিব জন্মদিন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7