VOICE 24x7
Wednesday, February 8, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰত চৰকাৰৰ সেউজকৰণৰ শ্লোগান বনাম ডবকাৰ ৬০০০ জোপা শাল গছ

শিৱানী বৰা by শিৱানী বৰা
October 27, 2021
in অভিমত, মুখ্য সংবাদ
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সংস্থাই চাৰি লেনযুক্ত ঘাই পথ নিৰ্মাণৰ বাবে ৬০০০ জোপা শাল গছ কাটিবলৈ ওলোৱাৰ ঘটনাই সমগ্ৰ অসমতে তোলপাৰ লগাইছে। 

সেউজকৰণ, বহনক্ষম উন্নয়ন, প্ৰকৃতি ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বি জে পি শাসনাধীন চৰকাৰৰ এনে আজৱ কাণ্ডত সকলোৰে চকু কঁপালত উঠিছে। কেৱল প্ৰকৃতি ৰক্ষাৰ শ্লোগান দি বিশ্ব পৰিৱেশ দিৱস দিনা বৃক্ষ ৰোপণ কৰিয়েই চৰকাৰৰ দায়িত্ব শেষ নেকি বুলিও সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে। 

বৰ্তমান সময়ত বৰ ভয়ানক ভাবে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। উত্তৰ মেৰুৰ লাষ্ট আইচত বৃহৎ গহ্বৰৰ সৃষ্টি হৈছে। অতি ক্ষিপ্ৰ গতিত বৰফ গলিবলৈ ধৰিছে। বিজ্ঞানীসকলে এই দ্ৰুত পৰিৱৰ্তন দেখি অনুমান কৰাতকৈও বহুত আগতেই পৃথিৱী ধ্বংস বুলি সন্দেহ প্ৰকাশ কৰিছে।

উষ্ণতাৰ তাৰতম্য ঘটিছে। পূজাৰ সময়ত জেঠ মাহৰ দৰে পৰিৱেশ বিৰাজ কৰিছে। জলবায়ুৰ পৰিৱৰ্তনৰ ফলত দেশৰ কৃষি ব্যৱস্থা ধ্বংস হৈছে। অসমত চাহ পাতৰ উৎপাদন নিম্নগামী হৈছে।

 বতাহত কভিদৰ দৰে ভয়াবহ বীজাণু উপঙি ফুৰিছে। মুকলিকৈ উশাহ ল’বলৈ নোৱাৰা হ’ল। ৰোগৰ সংখ্যা বাঢ়িছে। মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাইছে।

পৰিৱেশ ধ্বংসৰ বাবে সংঘটিত হোৱা এনে ক্ষিপ্ৰ পৰিবৰ্তনৰ পিছতো ৬০০০ জোপাতকৈ অধিক শাল গছ কাটি অৰণ্য ধ্বংস কৰিবলৈ যোৱা পদক্ষেপ নিসন্দেহে গৰিহণাযোগ্য। চৰকাৰে এই ক্ষেত্ৰত আগভাগ লৈ প্ৰকৃতি ৰক্ষা কৰা উচিত।

Previous Post

কামৰূপ মহানগৰত ভয়াবহ ৰূপত বৃদ্ধি পাইছে কভিদ ১৯

Next Post

পাঞ্জাৱটো হ’ব নেকি কংগ্রেছৰ দুৰ্দশা: প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে গঠন কৰিব নতুন দল

Related Posts

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান
মুখ্য সংবাদ

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?
সংবাদ গুঞ্জন

আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?

February 7, 2023
জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ
মুখ্য সংবাদ

জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ

February 7, 2023
নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য
মুখ্য সংবাদ

নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য

February 7, 2023
হিণ্ডেনবার্গৰ প্ৰতিবেদনৰ পাছত সাম্ৰাজ্য খহিলেও ধনী ব্যক্তিৰ তালিকাতে আছে গৌতম আদানি, ৪০০ কোটিৰ ঘৰ, ব্যয়বহুল একাধিক বিলাসী গাড়ী-বিমান-জাহাজকে ধৰি কি কি সম্পত্তিৰ মালিক জানেনে ?

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু
মুখ্য সংবাদ

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু

February 7, 2023
Next Post
পাঞ্জাৱটো হ’ব নেকি কংগ্রেছৰ দুৰ্দশা: প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে গঠন কৰিব নতুন দল

পাঞ্জাৱটো হ'ব নেকি কংগ্রেছৰ দুৰ্দশা: প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে গঠন কৰিব নতুন দল

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

February 8, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

February 8, 2023
নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7