VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

পাঞ্জাৱটো হ’ব নেকি কংগ্রেছৰ দুৰ্দশা: প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে গঠন কৰিব নতুন দল

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 27, 2021
in মুখ্য সংবাদ, ৰাজনীতি
পাঞ্জাৱটো হ’ব নেকি কংগ্রেছৰ দুৰ্দশা: প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে গঠন কৰিব নতুন দল
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

2014 চনৰ লোকসভা নিৰ্বাচনৰ পাছত দেশত এখনৰ পাছত আন এখন ৰাজ্যত শোচনীয়ভাবে পৰাজিত হৈছে কংগ্রেছ। আঙুলিৰ মূৰত লেখিব পৰাকৈ মাত্ৰ কেইখন মান ৰাজ্যতহে আছে কংগ্ৰেছৰ চৰকাৰ। এই ৰাজ্য সমূহৰ অন্যতম উল্লেখযোগ্য ৰাজ্য হৈছে পঞ্জাৱ ।

কিন্তু ৰাজ্য খনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ অধিক দুৰ্দশা হোৱাৰ আশংকাই দেখা দিছে। দলীয় অন্তৰকন্দলৰ বাবে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ  বাধ্য কৰোৱা অমৰিন্দৰ সিঙে নতুন দল গঠনৰ কথা আজি ঘোষণা কৰিছে।

এখন সংবাদমেলৰ জৰিয়তে  নতুনকৈ দল গঠনৰ কথা তেওঁ ঘোষণা কৰে। অৱশ্যে এতিয়াও দলৰ নাম ৰাজহুৱা কৰা নাই তেওঁ। নিৰ্বাচন আয়োগৰ অনুমোদন লাভ কৰিলেই দলৰ নাম আৰু চিহ্ন প্ৰকাশ কৰা হব বুলিও তেওঁ জানিবলৈ দিয়ে। সংবাদমেলখনত তেওঁ প্ৰকাশ কৰা অনুসৰি বিধানসভা নিৰ্বাচনত 117 টা সমষ্টিতে দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিব। তদুপৰি বিজেপি অথবা আন আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰিবলৈ দলটো সাজু আছে।

কংগ্ৰেছক পৰাজিত কৰিবলৈ তেওঁ বদ্ধপৰিকৰ বুলি উল্লেখ কৰি সিঙে নবজিৎ সিং সিদ্ধুক আক্রমনৰ লক্ষ্য কৰি লয়। এই প্ৰসংগত তেওঁ কয় যে নবজিৎ সিং সিদ্ধুয়ে একো নাজানে। কেৱল মুখেৰে আবোল তাবোল বলকি থাকে। সু প্ৰশাসনৰ কথা নবজিৎ সিং সিদ্ধুয়ে নাজানে।লগতে যিটো সমষ্টিতেনবজিৎ সিং সিদ্ধুয়ে প্ৰতিদ্বন্দিতা কৰিব তাতেই তেওঁ যুঁজিব বুলিও সকীয়াই দিলে অমৰিন্দৰ সিঙে।

উল্লেখযোগ্য যে কিছুদিন পূর্বে সিঙৰ স্থানত চৰণ জিত সিং  চানিক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। পাঞ্জাৱৰ দুবাৰকৈ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা সিঙৰ নতুন দল গঠনে স্বাভাৱিক ভাবে কংগ্রেছৰ ভোটবেংকত বিভাজন অনাৰ সম্ভাৱনাই অধিক। কাইলৈ সিঙে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

Previous Post

ভাৰত চৰকাৰৰ সেউজকৰণৰ শ্লোগান বনাম ডবকাৰ ৬০০০ জোপা শাল গছ

Next Post

টি 20 বিশ্বকাপত পাকিস্তানৰ জয় উদযাপন কৰি গ্ৰেপ্তাৰ মেডিকেলৰ ছাত্র

Related Posts

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী
ৰাজনীতি

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
অসম জাতীয় পৰিষদ ত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ
ৰাজনীতি

অসম জাতীয় পৰিষদ ত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ

May 27, 2022
Next Post
টি 20 বিশ্বকাপত পাকিস্তানৰ জয় উদযাপন কৰি গ্ৰেপ্তাৰ মেডিকেলৰ ছাত্র

টি 20 বিশ্বকাপত পাকিস্তানৰ জয় উদযাপন কৰি গ্ৰেপ্তাৰ মেডিকেলৰ ছাত্র

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7