VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এষাৰি প্ৰেৰণাদায়ক কথাই হওঁক নৱবৰ্ষৰ শুভকামনা

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
December 31, 2021
in অভিমত
এষাৰি প্ৰেৰণাদায়ক কথাই হওঁক নৱবৰ্ষৰ শুভকামনা
0
SHARES
96
VIEWS
Share on FacebookShare on Twitter

এষাৰ প্ৰেৰণাদায়ক উক্তি ‘তুমি পাৰিবা’।এই সাধাৰণ কথা ফাঁকিত হয়তো কাৰোবাৰ স্তব্ধ হৈ যোৱা জীৱনে আকৌ যাত্ৰা আৰম্ভ কৰিব পাৰে। সকলোৰে কিছুমান প্ৰতিভা সুপ্ত হৈ থাকে জনা- নজনাকৈ। কোনোবাই নাচিব পাৰিছিল বা কোনোবাই গান গাব জানিছিল।ঠিক কোনোবাই ছবি আঁকি ভাল পাইছিল আৰু আন কোনোবাই হাতৰ কাম কৰি আনন্দ লভিছিল।

সংসাৰৰ ব্যস্ততাত বা চাকৰিৰ মেৰপাকত সোমাই হয়তো নিজৰ ভাল লগা বা কৰিব পৰা কামবোৰৰ কথা পাহৰি গৈছিল। সেই সময়ত যদি কোনো ভাল বন্ধু বা কোনো শুভচিন্তকে বা কোনো মৰমৰ জনে আহি উৎসাহ দিয়ে’তুমি দেখোন এইটো কৰিব পাৰা’।প্ৰথম শুনিয়ে হয়তো আমি কথাষাৰ অনুধাৱন কৰিব নোৱাৰিবও পাৰো কিন্তু আহৰি সময়ত কথাখিনি যেতিয়া হৃদয়ঙ্গম কৰিম তেতিয়া উক্ত কথাষাৰিয়ে আমাক যথেষ্ট প্ৰেৰণা দিব।

অতদিনে নোৱাঁৰো বুলি ভাবি থকা মনটোৱে কিবা এটা কৰিবলৈ মন মেলিব। আমি সাঁচি থৈ দিয়া হাৰমনিয়ামটো উলিয়াই আনিবলৈ বা পেলাই দিয়া কলমটো পুনৰাই হাতত তুলি লবলৈ এই এষাৰি কথা কিমান মূল্যবান সেৱা সময়ে কব। জীৱনত ভাগৰি পৰা জনে আপোনাৰ এষাৰ কথাত যেতিয়া জীৱনৰ ছন্দ বিচাৰি পাব তেতিয়া আপোনাক ধন্যবাদ দিব অন্তৰৰ পৰা ।

গতিকে আহকচোন পুৰণিক বিদায় দি নতুন বছৰক আদৰি অনাৰ মুহুৰ্তত আমি আপোনজনক এষাৰ প্ৰেৰণা দায়ক , উৎসাহিত কৰা মাতেৰে আদৰণি জনাও । নতুন বছৰত মৰমৰ জনক , প্ৰিয় জনক আৰু অতি আপোন জনক উপহাৰ দিওঁ ,উৎসাহিত কৰো প্ৰেৰণা দায়ক মৰমৰ এষাৰি মাতেৰে।

Previous Post

ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈসকলক টেটু কৰাত নিষেধাজ্ঞা আৰোপ চীনৰ

Next Post

বছৰৰ শেষ নিশাৰ ৰাজপথত স্বয়ং মূখ্যমন্ত্ৰী

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
বছৰৰ শেষ নিশাৰ ৰাজপথত স্বয়ং মূখ্যমন্ত্ৰী

বছৰৰ শেষ নিশাৰ ৰাজপথত স্বয়ং মূখ্যমন্ত্ৰী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7