VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি মহাঅষ্টমী । নৱৰাত্ৰিৰ অষ্টম দিনত মহাগৌৰী পূজা

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
October 3, 2022
in অভিমত
আজি মহাঅষ্টমী । নৱৰাত্ৰিৰ অষ্টম দিনত মহাগৌৰী পূজা
0
SHARES
39
VIEWS
Share on FacebookShare on Twitter

আজি মহাঅষ্টমী । প্ৰতিখন দেৱালয়তে আৰু প্ৰতিটো পূজা মণ্ডপতে মা দশভূজাৰ পূজা -অৰ্চণা চলি আছে।ভক্ত সকলে মা ৰ আৰ্শীবাদ বিচাৰি সৰ্ব শক্তিৰ অধিকাৰী , শক্তিৰূপিনী দেৱীক পুস্পাঞ্জলি যাঁচিছে।

দেৱী দূৰ্গাৰ অষ্টম ৰূপটো হ’ল মহাগৌৰী। দেৱীৰ শৰীৰ সম্পূৰ্ণ গৌৰ বৰ্ণ। তেওঁৰ বেশ-ভূষা শ্বেত বৰ্ণৰ।মহাগৌৰী দেৱী বৃষভ বাহনা আৰু চতুৰ্ভূজা। দেৱীৰ সোঁফালৰ ওপৰৰ হাতত অভয় মুদ্ৰা , তলৰ হাতত ত্ৰিশূল , বাওঁফালৰ ওপৰৰ হাতত ডম্বৰু আৰু তলৰ হাতত বৰমূদ্ৰা ধাৰণ কৰে। এই গৰাকী দেৱীয়ে ভগৱান শিবক পতি ৰূপে লাভ কৰাৰ কাৰণে পাৰ্বতী ৰূপে বহু বছৰ কঠোৰ তপস্যা কৰিছিল। কঠোৰ তপস্যাৰ ফলত দেৱীৰ শৰীৰ একেবাৰে ক’লা বৰণৰ হৈ পৰিছিল। ভগৱান শিবই দেৱীৰ এইকঠোৰ তপস্যাত সন্তুষ্ট হৈ গঙ্গাৰ পৱিত্ৰ জলেৰে দেৱীক স্নান কৰায় আৰু লগে লগে দেৱীৰ দেহ জ্যোতিষ্মান আৰু গৌৰ বৰ্ণৰ হৈপৰে।তেতিয়াৰ পৰাই এই গৰাকী দেৱী মহাগৌৰী নামেৰে অভিহিত। নৱ ৰাত্ৰিৰ লগতে দূৰ্গাপূজাৰ অষ্টমীৰ দিনাখন মহাগৌৰী দেৱীৰ পূজা-অৰ্চণা কৰা হয়। দেৱীৰ ধ্যান-স্মৰণ , পূজা-আৰাধনা ভক্তৰ কাৰণে সকলো ফালৰ পৰা কল্যাণময়। মহাগৌৰী দেৱীৰ কৃপাত ভক্তৰ অলৌকিক সিদ্ধি লাভ হয়। লগতে সকলো দোষ নাশ হয় আৰু সৰ্ব পাপ ভয় দূৰ হয়। মহাগৌৰী দেৱী সন্তুষ্ট হলে ভক্তক কোনো দিনে দুখ-দৈন্য পাপ-সন্তাপ আদিয়ে স্পৰ্শ কৰিব নোৱাৰে। ভক্তগণ সকলো প্ৰকাৰৰ পৱিত্ৰ আৰু অক্ষয় পূৰ্ণৰ অধিকাৰী হয়। সেয়েহে , মহাগৌৰী দেৱীৰ আৰাধনা কৰা ভক্তগণৰ বাবে বাঞ্চনীয়।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7