VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

কৰ্মক্ষেত্ৰত সাজপোচাক বাধ্যতামূলক কৰাতো কিমান যুক্তিসংগত ?

voicedesk by voicedesk
August 21, 2023
in অভিমত
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
0
SHARES
462
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত অসমৰ সংবাদ মাধ্যমৰ এক জলন্ত বিষয় শিক্ষানুষ্ঠানত শিক্ষকৰ সাজ-পোচাক ৷ শিক্ষানুষ্ঠানলৈ পাঠদান কৰিবলৈ যোৱাৰ সময়ত কি সাজ পৰিধান কৰিব শিক্ষক সকলে ৷ যাক লৈ সামাজিক মাধ্যমতো বিভিন্ন তৰ্ক-বিতৰ্ক চলা দেখা গৈছে ৷ আনহাতে শাসনাধিস্থিত চৰকাৰ খনেও এই বিষয়টোত যথেষ্ট গুৰুত্ব আৰোপ কৰাৰ লগতে শিক্ষক সকলৰ সাজ-পোচাকৰ ক্ষেত্ৰত এখন তালিকা প্ৰস্তুত কৰা দেখা গৈছে ৷

কিন্তু বৰ্তমান সময়ত এই সন্দৰ্ভত সকলোৰে মনত উদয় হোৱা প্ৰশ্নটো হ’ল যে এখন দেশৰ শৈক্ষিক পৰিবেশক প্ৰকৃতাৰ্থত কিহে পৰিচালিত কৰে?

প্ৰকৃত শিক্ষাই নে শিক্ষক সকলে পৰিধান কৰা সাজ পোচাকে?

অৱশ্যেই অসমত উত্থাপিত হোৱা জাতীয় সাজ-পাৰৰ প্ৰসংগ অমূলক নহয় ৷ নিজৰ জাতীয় সাজযোৰক নিশ্চয় কোনেও ঘৃণাৰ চকুৰে নাচাই বা পিন্ধিও বেয়া নাপাই ৷ কিন্তু প্ৰশ্ন হ’ল যেতিয়া এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে এক দূৰণিবটীয়া অঞ্চললৈ পাঠদানৰ বাবে যাব লগীয়া হয় সেই সময়ত তেওঁ কি কৰিব ?

জাতীয়তাবোধক প্ৰাধান্য দিব নে নিজৰ জাতীয় সাজ যোৰক ৷
এই বিষয়টোক লৈ ইতিমধ্যেই সামাজিক মাধ্যম সমূহতো বহু বাক-বিতণ্ডা হোৱা দেখা গৈছে ৷ কোনোৱে যদি কৈছে যে মেখেলা-চাদৰ পৰিধান কৰি বিদ্যালয়লৈ যাওঁতে বাটত তেওঁ বিভিন্ন সমস্যাৰ সন্মূখীন হৈছে,কোনোবা হয়তো দুৰ্ঘটনাতো পতিত হৈছে কিন্তু আনফালে আকৌ হয়তো কোনোবাই কৈছে যে বিদ্যালয়লৈ মেখেলা-চাদৰযোৰ পিন্ধি যোৱাটোহে অধিক গ্ৰহণ যোগ্য ৷
কিন্তু যি সময়ত আমাৰ শাসনাধিস্থিত চৰকাৰ খনকে আৰম্ভ কৰি সাধাৰণ ৰাইজে ব্যস্ত হৈ আছে শিক্ষকৰ সাজ-পোচাক পৰিধান কৰাৰ দৰে এটি বিষয়ত ঠিক তেনে সময়তে বিশ্বৰ উন্নত দেশ সমূহত হয়তো শিক্ষানুষ্ঠান সমূহত এটি এটি শিশুৱে হয়তো কৰিছে আমাৰ সাধাৰণ মগজুৱে ঢুকি নোপোৱা কিবা এক নতুন অৱিষ্কাৰ ৷

প্ৰকৃততে আমি কিহত গুৰুত্ব দিয়া উচিত বাৰু?
শিক্ষাত নে সাজ-পোচাকত ?
অৱশ্যেই শিক্ষানুষ্ঠানলৈ এযোৰ মাৰ্জিত সাজ পৰিধান কৰি যোৱা কথাটোৱে এক সুন্দৰ শৈক্ষিক পৰিবেশ সৃষ্টি কৰে শিশুসকলৰ ওপৰতো প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে যাৰ প্ৰভাৱ পৰে নিশ্চয়কৈ ৷
কিন্তু বৰ্তমান অসমৰ যি পৰিস্থিতি বা শিক্ষা বা অন্যান্য ক্ষেত্ৰ সমূহতো চৰ্চাৰ যি বিষয় সেই বিষয়সমূহৰ ফলত নৱপ্ৰজন্ম কিমান উপকৃত হ’ব সেয়া অতিকৈ চিন্তনীয় ৷
মেখেলা-চাদৰ নাইবা ধূতি-কূৰ্তা পিন্ধি হয়তো প্ৰতিজন অসমীয়াই ভাল পাই ,গৌৰৱ অনুভৱ কৰে ৷কিন্তু বহু সময়ত দূৰণিবটীয়া যাত্ৰা অতিক্ৰম কৰি এনে সাজৰ পৰা যেতিয়া  এজন ব্যক্তি অসুবিধাৰ সন্মূখীন হয় তেতিয়া তেওঁৰ কাষত হয়তো কোনো নাথাকে৷

জাতীয় উৎসৱ নাইবা সময় সাপেক্ষে জাতীয় সাজযোৰ পিন্ধা শোভনীয় যি আমাৰ সভ্যতা সংস্কৃতিকো প্ৰতিফলিত কৰে ৷ কন্তু সেইবুলি কৰ্মক্ষেত্ৰত এই সাজ বাধ্যতামূলক কৰাতো কিমান যুক্তিসংগত ?
ই কেনে প্ৰভাৱ পেলাব পাৰে সমাজত?
কি ভাৱে আপুনি?

Previous Post

কাৰ্বি আংলঙৰ হাওৰাঘাটৰ যুৱক ৰূপাল নমঃশূদ্ৰ সন্ধানহীন

Next Post

বিশ্বৰ সৰ্ববৃহৎ ৰাজপ্ৰসাদ হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে এইজন চুলতানৰ ৰাজপ্ৰসাদ

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!
অভিমত

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

March 30, 2023
Next Post
বিশ্বৰ সৰ্ববৃহৎ ৰাজপ্ৰসাদ হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে এইজন চুলতানৰ ৰাজপ্ৰসাদ

বিশ্বৰ সৰ্ববৃহৎ ৰাজপ্ৰসাদ হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে এইজন চুলতানৰ ৰাজপ্ৰসাদ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7