VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নৱদুৰ্গাৰ নৱম ৰূপ ‘সিদ্ধিদাত্ৰী’। আজি নৱৰাত্ৰিৰ নৱমী পূজা

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
October 4, 2022
in অভিমত
পূজালৈ বুলি খুচুৰা পইচা গোটাই থোৱা দিনবোৰ
0
SHARES
53
VIEWS
Share on FacebookShare on Twitter

আদ্যাশক্তি মহামায়া দেৱী দূৰ্গাৰ নৱম ৰূপ হ’ল—” সিদ্ধিদাত্ৰী “। এইগৰাকী দেৱীয়ে সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে। মাৰ্কেণ্ডেও পূৰাণ অনুাযায়ী সিদ্ধি আঠ প্ৰকাৰৰ যেনে —অনিমা , লঘিমা , প্ৰাপ্তি , প্ৰাকাশ্য, মহিমা , ঈশিত্ব , বাশিত্ব ,সৰ্বকাম বসায়িতা আৰু সৰ্বজ্ঞতা। ব্ৰহ্মবৈৰ্বত পূৰাণত শ্ৰীকৃষ্ণ জন্মখণ্ডত আৰু দহ প্ৰকাৰৰ সিদ্ধিৰ কথা উল্লেখ কৰাহৈছে। সেইবোৰ যথাক্ৰমে —দূৰ শ্ৰৱণ ,পৰকায়ো প্ৰবেশন , বাক- সিদ্ধি ,কল্প বৃক্ষত্ব , সৃষ্টি , সংহাৰ কৰণ সামৰ্থ , অমযত্ব , সৰ্ব ন্যায়কত্ব , ভাৱনা , ষিদ্ধি ।

গতিকে সৰ্বমুঠ ওঠৰো প্ৰকাৰৰ সিদ্ধিৰ কথা জানিব পাৰি। মাতা সিদ্ধিদাত্ৰীয়েভক্তগণক এই সৰ্বপ্ৰকাৰৰ সিদ্ধি প্ৰদান কৰিবলৈ সমৰ্থ ।দেৱী পূৰাণ অনুসাৰে ভগৱান শিবহে এই সৰ্বপ্ৰকাৰৰ সিদ্ধি প্ৰাপ্ত। সিদ্ধিদাত্ৰী দেৱী কোনো কোনো সময়ত পদ্মাসনা আৰু কোনো কোনো সময়ত সিংহবাহনা। এইগৰাকী দেৱী চৰ্তুভূজা। সিদ্ধিদাত্ৰী দেৱীৰ সোঁফালৰ ওপৰৰ হাতত গদা আৰু তলৰ হাতত চক্ৰ , বাওঁফালৰ ওপৰৰ হাতত পদুম ফুল আৰু তলৰ হাতত শংখ বিৰাজমান। নৱৰাত্ৰিৰ অন্তিম দিনা অৰ্থাৎ নৱম দিনা আৰু দূৰ্গা পূজাৰ নৱমী তিথিত সিদ্ধিদাত্ৰী দেৱীৰ পূজা কৰা হয়। নৱ দূৰ্গাৰ এই গৰাকী সিদ্ধিদাত্ৰী দেৱী হ’ল অন্তিম ৰূপ।

দেৱী দূৰ্গাৰ অন্যান্য অষ্টৰূপ শাস্ত্ৰ , বিধি অনুসাৰে পূজা পাঠ ক ৰি নৱম দিনা সাদ্ধিদাত্ৰী দেৱীৰ পূজা উপাসনা কৰা বিধেও। ভক্তি সহকাৰে যিয়ে সিদ্ধিদাত্ৰী দেৱীৰ আৰাধনা কৰে তেওঁৰ সকলো প্ৰকাৰৰ সিদ্ধি প্ৰাপ্ত হয় । পূজা কৰা হয়। নৱ দূৰ্গাৰ এই গৰাকী সিদ্ধিদাত্ৰী দেৱী হ’ল অন্তিম ৰূপ। দেৱী দূৰ্গাৰ অন্যান্য অষ্টৰূপ শাস্ত্ৰ , বিধি অনুসাৰে পূজা পাঠ ক ৰি নৱম দিনা সাদ্ধিদাত্ৰী দেৱীৰ পূজা উপাসনা কৰা বিধেও। ভক্তি সহকাৰে যিয়ে সিদ্ধিদাত্ৰী দেৱীৰ আৰাধনা কৰে তেওঁৰ সকলো প্ৰকাৰৰ সিদ্ধি প্ৰাপ্ত হয় ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7