VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শ্ৰদ্ধাঞ্জলি

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
October 31, 2022
in অভিমত
শ্ৰদ্ধাঞ্জলি
0
SHARES
1.6k
VIEWS
Share on FacebookShare on Twitter

মৃত্যু চিৰসত্য। জন্মিলে মৃত্যু হ’বই । কিন্তু কিছুমান মৃত্যুই আমাক বহুত কষ্ট দি যোৱাৰ দৰে আকৌ কিছুমান মৃত্যু আমাৰ বাবে আদৰ্শ হৈ ৰ’য়।
গৌৰীপুৰ নিবাসী অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ৺শান্তি চক্ৰৱৰ্তীৰ ২১/১০/২০২২/ তাৰিখত ৮৬ বছৰ বয়সত পৰলোক প্ৰাপ্তি হয়। গোটেই জীৱন শিক্ষকতা কৰাৰ উপৰিও ঘৰখন সুচাৰুৰূপে পৰিচালনা কৰি স্বামীক প্ৰতিটো ক্ষেত্ৰতে সহায় সহযোগ কৰিছিল। স্বামীৰ বৃদ্ধ অৱস্থাত প্ৰতিটো দিন প্ৰতিটো মূহুৰ্তত আন্তৰিক সহযোগ আৰু সু স্বাস্থ্যৰ পতি দৃঢ় প্ৰচেষ্টাৰ ফলত ৯৯ বছৰ বয়সতো তেখেতক সুস্থ কৰি ৰাখিবলৈ সক্ষম হৈছিল। ।

কিছুদিনৰ পৰা তেওঁ অসুস্থ হৈ পৰাত স্বামী শ্ৰী যুত মুনিন্দ্ৰ চক্ৰৱৰ্তীয়ে সকলো আলপৈচান ধৰি আহিছিল আৰু অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানি স্বামীৰ কোলাতেই শেষ নিশ্বাস ত্যাগ কৰে । তেখেতৰ ঐকান্তিক চেষ্টাৰ ফলত ৯৯ বছৰ বয়সতো স্বামী সুস্থ হৈ থাকি পত্নীৰ শেষ অৱস্থাত যত্ন ল’ব পৰাটো সঁচাকৈয়ে গৌৰৱৰ বিষয়। পতী-পত্নীৰ এনে সম্পৰ্ক সমাজৰ আদৰ্শ হৈ ৰওঁক ।
আজি ইং ৩১/১০/২০২২/ তাৰিখ সোমবাৰে তেখেতৰ আদ্যশ্ৰাদ্ধৰ দিনা যাঁচিলো একাজলি শ্ৰদ্ধাঞ্জলি । য’তেই থাকক শান্তিৰে থাকক সুখেৰে থাকক।

Previous Post

হৃদৰোগত আক্ৰান্ত জনপ্ৰিয় বলীউড অভিনেতা আমিৰ খানৰ মাতৃ

Next Post

অষ্ট্ৰেলিয়াত কোহলিৰ অজ্ঞাতে হোটেলৰ কোঠাৰ ভিডিঅ’ ভাইৰেল, ক্ষুব্ধ হৈ ক্ৰিকেটাৰ গৰাকীয়ে প্ৰকাশ কৰিলে এই প্ৰতিক্ৰিয়া !

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
অষ্ট্ৰেলিয়াত কোহলিৰ অজ্ঞাতে হোটেলৰ কোঠাৰ ভিডিঅ’ ভাইৰেল, ক্ষুব্ধ হৈ ক্ৰিকেটাৰ গৰাকীয়ে প্ৰকাশ কৰিলে এই প্ৰতিক্ৰিয়া !

অষ্ট্ৰেলিয়াত কোহলিৰ অজ্ঞাতে হোটেলৰ কোঠাৰ ভিডিঅ’ ভাইৰেল, ক্ষুব্ধ হৈ ক্ৰিকেটাৰ গৰাকীয়ে প্ৰকাশ কৰিলে এই প্ৰতিক্ৰিয়া !

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7