VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
December 28, 2021
in অভিমত
সুন্দৰতাৰ ৰম্যভূমি উকিয়াম
0
SHARES
1.3k
VIEWS
Share on FacebookShare on Twitter

শীতকাল মানেই যেন বনভোজৰ সময়। ডিচেম্বৰ মাহ পৰিলেই যেন বনভোজ খাবলৈ মনবোৰে থৌকি বাথৌ কৰে । কৰ’ণাৰ ভয়াবহতাত মানুহৰ বনভোজৰ প্ৰতি উদ্যম কমিছে যদিও তাৰ মাজতে সাৱধানতাৰে নীতি-নিয়ম মানি পৰিয়ালৰ সকলোৱে মিলি নাইবা বন্ধু-বান্ধৱ একগোট হৈ আনন্দ -ধেমালি কৰি জুতি লগাই ভাত এসাজ খাবলৈ সকলোৱে হেঁপাহ কৰে।
আমাৰ পৰিয়ালৰ সকলোৱে মিলি পৱিত্ৰ খীষ্টমাচৰ দিনাখন ছয়গাৱঁৰ অসম -মেঘালয়ৰ সীমান্তৰ উকিয়ামলৈ যাবলৈ মনস্থ কৰিলোঁ।

আমি যাত্ৰা আৰম্ভ কৰিছিলো গুৱাহাটীৰ পৰা।গুৱাহাটীৰ পৰা পশ্চিম দিশত প্ৰায় ৬০ কিঃ মিঃ গৈ ছয়গাঁও পোৱা যায়। ছয়গাৱঁৰ গ’ল্ড ডিজিটেল চিনেমা হলৰ বিপৰীত দিশে প্ৰায় ২৭ কিঃ মিঃ গ’লে উকিয়াম পোৱা যায়। ৰাষ্টাৰ কাষৰ টিলাবোৰত থকা সৰু সৰু ঘৰবোৰ , কহুঁৱা বন আৰু মনোমোহা সেউজীয়াৰে আৱৰা শাৰী শাৰী শাল , চেগুন গছৰ মাজেৰে উকিয়ামৰ যাত্ৰা পথটো সচাঁকৈয়ে অতি মনোৰম।
সুন্দৰতাৰ ৰম্যভূমি উকিয়ামৰ বুকুত থকা কুলচী নদীৰ ওলমা দলং খনে সংযোগ কৰিছে অসম আৰু মেঘালয়ক। কুলচী নদীৰ বুকুত সুন্দৰক বিচাৰি ফুৰা প্ৰকৃতি প্ৰেমী সকলক হাঁহি আনন্দৰে নাৱঁৰীয়াই যেতিয়া নাও বাই বাই ঘূৰাই ফুৰে , সেই দৃশ্য দেখিলে আপোনাৰো মন নাচি উঠিব আনন্দত। কুলচী নদীৰ শীতল পানীয়ে আপোনাৰো দেহ-মন শীতল কৰি তুলিব যদিহে আপুনি কুলচীৰ ঠাণ্ডা পানীত ঠিয় হৈ অনুভৱ কৰিব পাৰে কুলচীৰ স্বচ্ছতা আৰু শীতলতা। কুলচী নদীত নাৱেঁৰে যাতায়ত কৰি আপুনি যেতিয়া নান্দনিক দৃশ্য উপভোগ কৰিব তেতিয়া উপলদ্ধি কৰিব পাৰিব পানীৰ স্বচ্ছতা য’ত আপোনাৰ প্ৰতিবিম্বই মন পুলকিত কৰি তুলিব। উকিয়াম বনভোজৰ অতি মনোৰম স্থান। এবাৰ উকিয়ামলৈ গ’লে আপুনি পাহৰিব নোৱাৰিব প্ৰকৃতিৰ মনোমহা ৰূপ। উকিয়ামে যেন হাত বাউল দি মাতে প্ৰতিজন প্ৰকৃতি প্ৰেমিক । মাতিব আপোনাক , মোক , সকলোকে। যান্ত্ৰিক ব্যস্ততাৰ পৰা আতৰি বনভোজ স্থলীত প্ৰাকৃতিক সৌন্দৰ্য বিচাৰি ফুৰা মনে লাভ কৰে অনাবিল সুখ আৰু শান্তি ।

গোটেই দিনটো পৰিয়ালৰ সৈতে বা বন্ধু -বান্ধৱৰ সৈতে এটা ভাল লগা পৰিবেশত আনন্দ -ফুৰ্তি কৰি জুতি লগাই এসাজ খাবলৈ মানুহে বনভোজলৈ যায়। এই নিভাজ সৌন্দৰ্যত যাতে কৃত্ৰিমতাই স্থান নাপায় তাৰ প্ৰতি আমি সচেতন হৈ থাকিব লাগিব। অপূৰ্ব সৌন্দৰ্যৰে ভৰপূৰ উকিয়ামত আনন্দ মেলাৰ দৰে যান্ত্ৰিক আনন্দই যেন সঁচা সৌন্দৰ্য ম্লান কৰিব নোৱাৰে। কণ , কণ ল’ৰা- ছোৱালীক আনন্দ দিবলৈ আৰু আকৰ্ষিত কৰিবলৈ এই বোৰ ব্যৱস্থা কৰা হৈছে যদিও শিশু সকলক বঞ্চিত নকৰিব সুন্দৰতা উপভোগ কৰাৰ পৰা।শিশু মনে বিচাৰি পাওঁক প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত নিজকে। যান্ত্ৰিকতাৰ পৰা আতৰি এটা দিনৰ বাবে হ’লেও উপভোগ কৰক সুন্দৰ পৃথিৱী খনৰ সুন্দৰ সৃষ্টি ৰাজ্যিক।

Previous Post

শুভ জন্মদিন ‘পাপৰি কবি’

Next Post

ছাত্ৰীক কি পৰামর্শ দি পুনৰ বিতর্কত জে এন ইউ

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
ছাত্ৰীক কি পৰামর্শ দি পুনৰ  বিতর্কত জে এন ইউ

ছাত্ৰীক কি পৰামর্শ দি পুনৰ বিতর্কত জে এন ইউ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7