VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 14, 2023
in ৰাজনীতি
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুৰ্থ দিনা এগৰাকী জ্যেষ্ঠমন্ত্ৰীৰ অশোভনীয় আচৰণৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অশোভনীয়  আচৰণক লৈ উত্তাল হৈ পৰে বিধানসভাৰ মজিয়া । এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিধায়ক অখিল গগৈক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংগুষ্ঠ প্ৰদর্শন কৰাক লৈ এই বিতর্কৰ সৃষ্টি হয় ৷

 

 

উল্লেখ্য যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংখ্যালঘু উন্নয়ন বিভাগৰ পুঁজিৰ ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল ৷ এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ  মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধীৰ ফালে অংগুষ্ঠ প্ৰদর্শন কৰি বিধানসভাৰ মৰ্যাদা ম্লান কৰিলে। এগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ এনে আচৰণৰ পিছতে উত্তাল হৈ পৰে বিধানসভাৰ মজিয়া । ইয়াৰ পাছতে সদন ত্যাগ কৰে কংগ্ৰেছে।

 

 

বিভাগীয় মন্ত্ৰী গৰাকীয়ে বিৰোধীৰ  প্ৰশ্নৰ সঠিক উত্তৰ দিয়া নাই বুলি অভিযোগ কৰে ৷ পাটোৱাৰীৰ উত্তৰৰ সময়তে অখিল গগৈয়ে মন্ত্ৰীয়ে বেয়া উত্তৰ দিছে বুলি প্ৰকাশ কৰে ৷ অখিল গগৈৰ কথাত জাঙুৰ খাই উঠে পাটোৱাৰী। তাৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে থিয় হৈ কয়, ‘‘অখিল গগৈ, আপুনি মোক একো নাজানো বুলি কৈছে। মোক অখিল গগৈৰ চাৰ্টিফিকেট নালাগে’’ ৷ ইয়াৰ পাছতে  দুয়োখন হাত দাঙি মন্ত্ৰী গৰাকীয়ে অংগুষ্ঠ প্ৰদর্শন কৰে  ৷ পাটোৱাৰীৰ এই আচৰণৰ পিছতে উভতি ধৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

 

 

 

 

 

 

 

 

Previous Post

বহুবিবাহ-লাভ জেহাদ বিৰোধী আইনৰ খচৰা প্ৰস্তুতৰ বাবে কমিটী গঠন ৰাজ্যপালৰ

Next Post

জোনমণি ৰাভাৰ দূর্ঘটনাস্থলীত চিবিআইৰ ছজনীয়া দল, অব্যাহত তদন্ত

Related Posts

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক
ৰাজনীতি

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক

September 28, 2023
নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
ৰাজনীতি

নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

September 27, 2023
আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ
ৰাজনীতি

বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ

September 11, 2023
Next Post
জোনমণি ৰাভাৰ দূর্ঘটনাস্থলীত চিবিআইৰ ছজনীয়া দল, অব্যাহত তদন্ত

জোনমণি ৰাভাৰ দূর্ঘটনাস্থলীত চিবিআইৰ ছজনীয়া দল, অব্যাহত তদন্ত

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7