VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কংগ্ৰেছে আৰম্ভ কৰিলে সদস্য ভৰ্তি অভিযান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 1, 2021
in ৰাজনীতি
কংগ্ৰেছে আৰম্ভ কৰিলে সদস্য ভৰ্তি অভিযান
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্রেছ কমিটিৰ উদ্যোগত আজিৰ পৰা অহা ৩১ মাৰ্চলৈ বিশেষ সদস্য ভৰ্তি অভিযানৰ উন্মোচন কৰা হয়। প্ৰদেশ কংগ্রেছৰ উপ সভাপতি ৰাণা গোস্বামীয়ে এই অভিযানৰ উন্মোচন কৰে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি অসম কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই নিজৰ দলীয় সদস্যতাৰ পুনৰ্নবীকৰণ কৰি আজিৰ এই সদস্য ভৰ্তি অভিযানৰ শুভাৰম্ভনী কৰে।

সদস্য ভৰ্ত্তি অভিযান উন্মোচন কৰি প্ৰদেশ কংগ্রেছ কমিটিৰ উপ সভাপতি ৰাণা গোস্বামীয়ে কয় যে নিৰ্ধাৰিত অহা ৫ মাহৰ ভিতৰত সমগ্ৰ অসমত ৩৩ লাখতকৈ অধিক সদস্য ভাৰতীয় জাতীয় কংগ্রেছ দলত ভৰ্তি কৰোৱা হ’ব।

প্ৰদেশ কংগ্রেছ কমিটিৰ সম্পাদক, মুখপাত্ৰ তথা এই বিশেষ সদস্য ভৰ্ত্তি অভিযানৰ ৰাজ্যিক সমন্বয়ক পাৰ্থপ্ৰতিম বৰাই আঁত ধৰা কংগ্রেছ দলৰ এই বিশেষ সদস্য ভৰ্ত্তি অভিযানৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ নেতা হিৰণ্য বৰা, অসম প্ৰদেশ যুৱ কংগ্রেছৰ সভাপতি কমৰুল ইছলাম চৌধুৰী, প্ৰাক্তন মন্ত্ৰী আবু চালেহ নজমুদ্দিনৰ লগতে বহু জ্যেষ্ঠ নেতা উপস্থিত থাকে।

Previous Post

অসমীয়াৰ তামোল-পাণ

Next Post

ভাৰতীয় মূলৰ হলিউডৰ অভিনেতা কল পেনৰ বিবাহ

Related Posts

বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
ৰাজনীতি

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত
ৰাজনীতি

সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত

May 27, 2023
অনিমন্ত্ৰিত ৰাষ্ট্ৰপতি মুর্মুঃ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৯টা বিৰোধী দলে বর্জন কৰিব নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান
ৰাজনীতি

বিৰোধীয়ে বর্জন কৰিলেও মোদীৰ সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত থাকিব ১৭ টা ৰাজনৈতিক দল

May 25, 2023
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?
ৰাজনীতি

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?

May 20, 2023
অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ, কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামায়া , উপ-মুখ্যমন্ত্ৰী হ’ব শিৱকুমাৰ
ৰাজনীতি

অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ, কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামায়া , উপ-মুখ্যমন্ত্ৰী হ’ব শিৱকুমাৰ

May 18, 2023
কৰ্ণাটকৰ ৯৭ শতাংশ  বিধায়ক কোটিপতি ! ৫৫ শতাংশৰ বিৰুদ্ধে আছে  অপৰাধমূলক গোচৰ
ৰাজনীতি

কৰ্ণাটকৰ ৯৭ শতাংশ বিধায়ক কোটিপতি ! ৫৫ শতাংশৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

May 17, 2023
Next Post
ভাৰতীয় মূলৰ হলিউডৰ অভিনেতা কল পেনৰ বিবাহ

ভাৰতীয় মূলৰ হলিউডৰ অভিনেতা কল পেনৰ বিবাহ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7