VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিজেপিত চামিল হ’ল কংগ্ৰেছ নেতা কুলদ্বীপ বৰুৱা- কমল কুমাৰ মেধি

voicedesk by voicedesk
February 5, 2024
in ৰাজনীতি
বিজেপিত চামিল হ’ল কংগ্ৰেছ নেতা কুলদ্বীপ বৰুৱা- কমল কুমাৰ মেধি
0
SHARES
94
VIEWS
Share on FacebookShare on Twitter

বিজেপিত যোগদান কৰিলে প্ৰাক্তন কংগ্ৰেছ নেতা কুলদ্বীপ বৰুৱা আৰু আপ নেতা কমল কুমাৰ মেধিয়ে ৷ আজি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দুয়োজন নেতাই বিজেপিত আনুষ্ঠানিভাৱে যোগদান কৰে ৷ ইয়াৰ লগতে কেইবাজনো ৱার্ড কাউন্সিল, কংগ্ৰেছ কর্মী আৰু তৃণমূল কংগ্ৰেছ কর্মীয়েও বিজেপিত যোগদান কৰে ৷

 

উল্লেখ্য যে আজি বিজেপিত যোগদান কৰা কুলদ্বীপ বৰুৱা কংগ্ৰেছৰ এজন শক্তিশালী নেতা হিচাপে পৰিচিত ৷ ২০১৯ চনত তেওঁ ছিপাঝাৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল ৷ সেই সময়ত তেওঁ ৭ হেজাৰ ভোটৰ ব্যৱধানত পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে পৰাজিত হৈছিল ৷ তেওঁৰ বিজেপিত যোগদান কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে ৷

 

 

ইপিনে যুৱনেতা কমল মেধি ইতিমধ্যে ৰাইজৰ দল, কংগ্ৰেছ,   আৰু আম আদমী পার্টীত যোগদান কৰিছিল ৷ কিন্তু তেওঁ কোনো এটা দলতে টিকিব পৰা নাছিল ৷ অৱশেষত তেওঁ আজি বিজেপিত যোগদান কৰে ৷ যোগদান কৰিয়েই দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত  বিশ্ব শর্মা  আৰু বিজেপি চৰকাৰৰ কাম কাজৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷ আজিৰ অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিধায়ক পৰমানন্দ ৰাজবংশী,ৰাজ্যিক বিজেপিৰ প্ৰভাৰী ৰাবীন্দ্ৰ ৰাজুকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে ৷

Previous Post

তীব্ৰবেগী ডাম্পাৰৰ বাবে ডিব্ৰুগড়-বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুই

Next Post

কেতিয়াৰ পৰা আৰম্ভ হ’ব ২০২৬ চনৰ ফুটবল বিশ্বকাপ ?

Related Posts

৯৩ বছৰ বয়সত নাম সন্নিৱিষ্ট হ’ল ভোটাৰ তালিকাত, প্ৰথম স্বাধীনতা দিৱস উদযাপন স্বচক্ষে দেখা বৃদ্ধজন কিদৰে বাদ পৰিল ভোটাৰ তালিকাৰ পৰা ?
ৰাজনীতি

ছেপ্তেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত উপ-নির্বাচন, ৩০ জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা

July 19, 2024
আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে
ৰাজনীতি

আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে

June 24, 2024
দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ  হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান
ৰাজনীতি

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান

June 15, 2024
সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
ৰাজনীতি

সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

April 3, 2024
পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা
ৰাজনীতি

পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা

March 1, 2024
লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান  কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ
ৰাজনীতি

লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ

February 19, 2024
Next Post
কেতিয়াৰ পৰা আৰম্ভ হ’ব ২০২৬ চনৰ ফুটবল বিশ্বকাপ ?

কেতিয়াৰ পৰা আৰম্ভ হ’ব ২০২৬ চনৰ ফুটবল বিশ্বকাপ ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7