VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 15, 2023
in ৰাজনীতি
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য এবাৰতে আধাতকৈ অধিক হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে ১ ছেপ্টেম্বৰ আৰু তাৰ পিছত ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা’ আৰু ‘মুখ্যমন্ত্ৰী লাডলী বাহেনা’ আঁচনিত  ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰা সকলোৱে এই চৰকাৰী ৰাজসাহায্য লাভ কৰিব।

 

যিসকলে এতিয়াও ‘মুখ্যমন্ত্ৰী লাডলী বাহেনা’ আঁচনিৰ বাবে পঞ্জীয়ন কৰা নাই, তেওঁলোকে ব্লক পৰ্যায়ত সংশ্লিষ্ট কেন্দ্ৰলৈ গৈ ৰাজ্য চৰকাৰৰ পৰা ৰাজসাহায্য লাভ কৰিব বুলি শিৱৰাজ সিং চৌহানে কয়। প্ৰসংগক্ৰমে নৰেন্দ্ৰ মোডী চৰকাৰে খোদ আগষ্ট মাহতে প্ৰতি চিলিণ্ডাৰত ৰন্ধন গেছৰ মূল্য ২০০ টকালৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। বিৰোধীয়ে দাবী কৰিছে যে আগন্তুক পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু অহা বছৰৰ লোকসভা নিৰ্বাচনৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

শিৱৰাজ চৰকাৰে কয় যে যিসকলে কেন্দ্ৰীয় ৰাজসাহায্য লাভ কৰিব তেওঁলোকক ৰাজ্য চৰকাৰে প্ৰদান কৰা সুবিধা লাভ কৰাত কোনো সমস্যা নহ’ব। ৪৫০ টকাত সকলোৱে পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। নৱেম্বৰ-ডিচেম্বৰ মাহত মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। তাৰ আগতে ৰাজনৈতিক বিশ্লেষকৰ এটা অংশই ভাবে যে ৰাজ্যখনৰ বিজেপি চৰকাৰৰ এই পদক্ষেপ নির্বাচনকেন্দ্ৰিক ৷ প্ৰসংগক্ৰমে যোৱা এপ্ৰিল মাহতহে ৰাজস্থানৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী অশোক গেহলটে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক ৫০০ টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰিবলৈ আৰম্ভ কৰিছিল।

Previous Post

মণিপুৰত অব্যাহত আছে হিংসাত্মক পৰিস্থিতি, এতিয়াও মৰ্গত পৰি আছে ৯৬টা অচিনাক্ত মৃতদেহ

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক
ৰাজনীতি

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক

September 28, 2023
নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
ৰাজনীতি

নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

September 27, 2023
আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ
ৰাজনীতি

বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ

September 11, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7