VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 21, 2023
in ৰাজনীতি
আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

সমাগত লোকসভা নির্বাচন ৷ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নির্বাচনী কুচকাৱাজ ৷ পিছপৰি ৰোৱা নাই আঞ্চলিক দল অসম জাতীয় পৰিষদ ৷  অসম জাতীয় পৰিষদে  সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত আজিৰে পৰা আৰম্ভ কৰিব এক অসম যাত্ৰা ৷ ধুবুৰীৰ পৰা শদিয়ালৈ এই যাত্ৰা কৰা হ’ব ৷ আজি ধুবুৰীৰ নেতাই ধুবুনী ঘাটৰ পৰা এই যাত্ৰা আৰম্ভ কৰা হ’ব ৷

 

এই সন্দর্ভত লদলটোৰ সভাপতি লুৰিণজয়োতি গগৈয়ে কয় যে উজনিৰ সৈতে নামনিৰ, পাহাৰৰ সৈতে ভৈয়ামৰ, বৰাকৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ মানসিকতাক পুনৰুজ্জীৱিত কৰাৰ লগতে জনসাধাৰণৰ অধিকাৰ আদায়ৰ চেতনাক জাগ্ৰত কৰি, চৰকাৰৰ ভ্ৰষ্টাচাৰী তথা ফেচিষ্ট কৰ্মকাণ্ডৰ বিৰুদ্ধে জনমত গঠন কৰাটো হ’ব যাত্ৰাৰ মূল উদ্দেশ্য ৷

 

তেওঁ কয় – “জনসাধাৰণৰ মাজত সম্প্ৰীতি আৰু গণতান্ত্ৰিক চেতনাক জাগ্ৰত কৰাটো এই যাত্ৰাৰ লক্ষ্য হ’ব৷ মত-পথ ভিন্ন হ’ব পাৰে, কিন্তু অসমৰ স্বাৰ্থত আমি সকলো এক – এয়াই হ’ব যাত্ৰাৰ দৰ্শন ৷ “

 

‘এক অসম যাত্ৰা’ৰ পূৰ্বে কালি  ঐতিহাসিক মধুপুৰ সত্ৰত শৰাই আগবঢ়াই গুৰুদুজনাক স্মৰণ কৰে লুৰিণজয়োতি গগৈয়ে ৷ এক অসম যাত্ৰা’ৰ বাবে প্ৰতিগৰাকী অসমবাসীৰ শুভাশীৰ্বাদ কামনা কৰিছে দলটোৱে ৷

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

বাইকেৰে অহা যুৱকে চুৰি কৰিলে নীলাচল উৰণ সেঁতুৰ লাইট, কেমেৰাত বন্দী হ’ল দৃশ্য

Related Posts

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন
ৰাজনীতি

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
দলীয় অন্তঃকন্দল!!ধেমাজি জিলা সভাপতিৰ পদত্যাগ
ৰাজনীতি

দলীয় অন্তঃকন্দল!!ধেমাজি জিলা সভাপতিৰ পদত্যাগ

December 2, 2023
বিটিএডিত বিজেপিয়ে বজাইছে লোকসভা নির্বাচনৰ ৰণডংকা, ৰণোজ পেগুৰ উপস্থিতিত মাজবাটত বিশাল বাইক ৰেলী
ৰাজনীতি

বিটিএডিত বিজেপিয়ে বজাইছে লোকসভা নির্বাচনৰ ৰণডংকা, ৰণোজ পেগুৰ উপস্থিতিত মাজবাটত বিশাল বাইক ৰেলী

November 29, 2023
বজালী-নলবাৰীৰ তৃণমূল কংগ্ৰেছৰ নেতা-কর্মীৰ কংগ্ৰেছত যোগদান
ৰাজনীতি

বজালী-নলবাৰীৰ তৃণমূল কংগ্ৰেছৰ নেতা-কর্মীৰ কংগ্ৰেছত যোগদান

November 20, 2023
কার্বি আংলং বিজেপিত জোকৰনি, কার্বি স্বায়ত্ব শাসিত পৰিষদৰ তিনি প্ৰাক্তন কার্যবাহী সদস্যই যোগদান কৰিব কংগ্ৰেছত
ৰাজনীতি

কার্বি আংলং বিজেপিত জোকৰনি, কার্বি স্বায়ত্ব শাসিত পৰিষদৰ তিনি প্ৰাক্তন কার্যবাহী সদস্যই যোগদান কৰিব কংগ্ৰেছত

November 15, 2023
নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি, স্থায়ী সভাপতিৰ তালিকা এআইচিচিলৈ অনুমোদনৰ বাবে প্ৰেৰণ
ৰাজনীতি

নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি, স্থায়ী সভাপতিৰ তালিকা এআইচিচিলৈ অনুমোদনৰ বাবে প্ৰেৰণ

November 13, 2023
Next Post
বাইকেৰে অহা যুৱকে চুৰি কৰিলে নীলাচল উৰণ সেঁতুৰ লাইট, কেমেৰাত বন্দী হ’ল দৃশ্য

বাইকেৰে অহা যুৱকে চুৰি কৰিলে নীলাচল উৰণ সেঁতুৰ লাইট, কেমেৰাত বন্দী হ’ল দৃশ্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7