VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিজেপিৰ বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ ‘মন্ত্ৰ’ প্ৰধানমন্ত্ৰী মোদীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 7, 2023
in ৰাজনীতি
বিজেপিৰ বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ ‘মন্ত্ৰ’ প্ৰধানমন্ত্ৰী মোদীৰ
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দলীয় সাংসদসকলৰ বৈঠকত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বলৈ  কি নিৰ্বাচনী মন্ত্ৰ অনুসৰন কৰিব লাগিব সেয়া প্ৰকাশ কৰে ৷ তেওঁ কয় যে যদি দলৰ বিধায়কসকলে ভোটাৰৰ ওচৰলৈ যায় তেন্তে কোনো ধৰণৰ চৰকাৰ বিৰোধী ঢৌৰ সৃষ্টি নহ’ব ৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দলীয় সাংসদসকলে নিজৰ সমষ্টিলৈ গৈ ৰাইজৰ সৈতে সংযোগ স্থাপন কৰিব লাগে।

১ ফেব্ৰুৱাৰীত বাজেট ঘোষণাৰ পিছত বিজেপিৰ প্ৰথমখন সংসদীয় দলৰ বৈঠকত তেওঁ ভাষণ প্ৰদান কৰে ।  মোদীয়ে কয় যে যদিও পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ পূৰ্বে এইখন শেষ পূৰ্ণাংগ বাজেট, “কোনোৱেই ইয়াক নির্বাচনকেন্দ্ৰিক বাজেট বুলি অভিহিত কৰিব নোৱাৰে ৷

সকলো সাংসদক নিজৰ সমষ্টিলৈ গৈ “বাজেটৰ পৰা কি পাইছে সেই বিষয়ে মানুহৰ সৈতে কথা পাতিবলৈ” পৰামর্শ দিয়ে ৷তেওঁ  কয় যে দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলক উপকৃত কৰাটোৱেই বাজেটৰ মুল লক্ষ্য ৷ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ভোটাৰৰ কাষ চপাত গুৰুত্ব আৰোপ কৰিছিল ৷ বিগত মাহত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত তেওঁ দলৰ নেতাসকলক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাবলৈ আহ্বান জনাইছিল ৷

দুদিনীয়া বৈঠকত বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাৰনভিছে তেওঁৰ উদ্ধৃতি দি কয়, “আমাৰ হাতত ৪০০ দিন আছে (বৃহৎ লোকসভা নিৰ্বাচনলৈকে) আৰু আমি ৰাইজৰ সেৱাৰ বাবে সকলো কৰিব লাগিব। ইতিহাস ৰচনা কৰিব লাগিব।”প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ সদস্যসকলক সমাজৰ প্ৰতিটো স্তৰলৈ হাত আগবঢ়াবলৈ কয়। অধিৱেশনত অংশগ্ৰহণ কৰা ৩৫০ জন দলীয় সদস্যক কয় যে বিজেপি এতিয়া কেৱল ৰাজনৈতিক আন্দোলন নহয় বৰঞ্চ আৰ্থ-সামাজিক পৰিস্থিতি সলনিৰ বাবে কাম কৰা এক সামাজিক আন্দোলন।

 

অহা বছৰৰ নিৰ্বাচনত বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকাল বিচাৰিব আৰু দহ বছৰীয়া শাসনকালত চৰকাৰ বিৰোধী আৱেগক অতিক্ৰম কৰাৰ আশা কৰিছে। ডিচেম্বৰ মাহত বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজয়ী হ’বলৈ “কঠিন” লোকসভাৰ আসনৰ সংখ্যা ১৪৪ৰ পৰা ১৬০লৈ বৃদ্ধি কৰিছিল। এই সংযোজনসমূহৰ এটা ডাঙৰ অংশ বিহাৰৰ পৰা আহিছে য’ত ই বেছিভাগ সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব  ৷ জেডি(ইউ)ৰ সৈতে বিভাজনৰ পিছত নিজাববীয়াকৈ বিজেপিয়ে বিহাৰত নির্বাচনত অৱতীর্ণ হ’ব ।

 

২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়েও একেধৰণৰ তালিকা প্ৰস্তুত কৰিছিল আৰু ইয়াৰে বহু সংখ্যক আসনত জয়ী হৈছিল। ২০১৯ চনত ৫৪৩ জনীয়া সংসদত ৩০৩খন আসন লাভ কৰাৰ বিপৰীতে ২০১৪ চনত ২৮২খন আসন লাভ কৰিছিল বিজেপিয়ে।

Previous Post

নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য

Next Post

মহিলা আই পি এলৰ আৰম্ভণিৰ তাৰিখ ঘোষণা ব’ৰ্ডৰ, কেতিয়াৰ পৰা, ক’ত হ’ব এই প্ৰতিযোগিতা?

Related Posts

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন
ৰাজনীতি

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?
ৰাজনীতি

লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?

March 29, 2023
সাংসদ পদ নাকচ হোৱাৰ পিছত এইবাৰ বাংলো খালী কৰিব লাগিব ৰাহুল গান্ধীয়ে, জাননী জাৰি কৰি দিলে এমাহৰ সময়
ৰাজনীতি

সাংসদ পদ নাকচ হোৱাৰ পিছত এইবাৰ বাংলো খালী কৰিব লাগিব ৰাহুল গান্ধীয়ে, জাননী জাৰি কৰি দিলে এমাহৰ সময়

March 28, 2023
ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!
ৰাজনীতি

ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!

March 22, 2023
আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই  “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন
ৰাজনীতি

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন

March 20, 2023
মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ  প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!
ৰাজনীতি

মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!

March 17, 2023
Next Post
মহিলা আই পি এলৰ আৰম্ভণিৰ তাৰিখ ঘোষণা ব’ৰ্ডৰ, কেতিয়াৰ পৰা, ক’ত হ’ব  এই প্ৰতিযোগিতা?

মহিলা আই পি এলৰ আৰম্ভণিৰ তাৰিখ ঘোষণা ব’ৰ্ডৰ, কেতিয়াৰ পৰা, ক’ত হ’ব এই প্ৰতিযোগিতা?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7