VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৰ্ণাটকৰ ৯৭ শতাংশ বিধায়ক কোটিপতি ! ৫৫ শতাংশৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 17, 2023
in ৰাজনীতি
কৰ্ণাটকৰ ৯৭ শতাংশ  বিধায়ক কোটিপতি ! ৫৫ শতাংশৰ বিৰুদ্ধে আছে  অপৰাধমূলক গোচৰ
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকৰ নতুন বিধায়কৰ ৯৭ শতাংশই কোটিপতি। আনহাতে, এই নৱনিৰ্বাচিত বিধায়কৰ ভিতৰত ৫৫ শতাংশৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। এছ’চিয়েশ্যন অৱ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ (এডিআৰ) বিশ্লেষণাত্মক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে এই বিষয়ত শাসকীয় কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ মাজত বিশেষ পাৰ্থক্য নাই। আনকি কোটিপতি হোৱাৰ দৌৰত পিছ পৰি থকা নাই ৰাজ্যৰ তৃতীয় ৰাজনৈতিক শক্তি জেডিএছ!

 

নিয়ম অনুসৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে প্ৰাৰ্থীসকলে শপতনামাৰ আকাৰত নিৰ্বাচন আয়োগক শিক্ষাগত অৰ্হতা, সম্পত্তি আদিৰ বিষয়ে অৱগত কৰে। সেই তথ্য বিশ্লেষণ কৰি এডিআৰে এই প্ৰতিবেদন প্ৰকাশ কৰিছিল। প্ৰতিবেদন অনুসৰি ৰাজ্যৰ ২২৩ জন বিধায়কৰ ভিতৰত ২১৭ জন কোটিপতি! আনকি সেই প্ৰতিবেদনতো কোৱা হৈছে যে ২০১৮ চনত বিধায়কৰ গড় সম্পত্তি আছিল ৩৪.৫৯ কোটি টকা, ২০২৩ চনত ই ৬৪ কোটি টকালৈ বৃদ্ধি পাইছে ৷

 

১৩৫ জন কংগ্ৰেছ বিধায়কৰ ভিতৰত ১৩২ জন বিধায়ক কোটিপতি। আনহাতে, ৬৬ জন বিজেপি বিধায়কৰ ভিতৰত ৬৩ জন কোটিপতি। ১৯ জন জেডিএছ বিধায়কৰ ভিতৰত ১৮ জন কোটিপতি। নতুন বিধায়কৰ মাত্ৰ দুগৰাকীৰ সম্পত্তি ৫০ লাখ টকাৰ তলৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত থকা কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰে সম্পত্তিৰ ক্ষেত্ৰত শীর্ষস্থানত আছে ৷ তেওঁৰ ঘোষিত সম্পত্তিৰ মূল্য ১৪১৩ কোটি!

 

আনহাতে এডিআৰৰ প্ৰতিবেদনত কোৱা হৈছে যে নতুন বিধায়কৰ এক তৃতীয়াংশই গুৰুতৰ অপৰাধমূলক দোষী সাব্যস্ত হৈছে। কংগ্ৰেছৰ ৩০ শতাংশ বিধায়ক গুৰুতৰ গোচৰত অভিযুক্ত। এই হাৰ বিজেপিৰ বাবে ৩৫ শতাংশ আৰু জেডিএছৰ ৩৭ শতাংশ।

Previous Post

অংকিতা দত্তৰ গোচৰত জামিন লাভ শ্ৰীনিবাস বিভিৰ

Next Post

মাজ আকাশত হঠাৎ তীব্ৰ জোকাৰণি! চিডনী অভিমুখী বিমানৰ যাত্ৰী আহত

Related Posts

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক
ৰাজনীতি

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক

September 28, 2023
নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
ৰাজনীতি

নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

September 27, 2023
আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
Next Post
মাজ আকাশত হঠাৎ তীব্ৰ জোকাৰণি! চিডনী অভিমুখী বিমানৰ যাত্ৰী আহত

মাজ আকাশত হঠাৎ তীব্ৰ জোকাৰণি! চিডনী অভিমুখী বিমানৰ যাত্ৰী আহত

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7