VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এফালে শিশু,আনফালে মোদী, মাজতে কাইটীয়া তাঁৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 3, 2023
in ৰাজনীতি
এফালে শিশু,আনফালে মোদী, মাজতে কাইটীয়া তাঁৰ
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনমুখী কৰ্ণাটকত পূৰ্ণ গতিত প্ৰচাৰ চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। খোদ মঙলবাৰে কালাবুৰাগীত এক বিশাল ৰোড শ্ব’ত অংশ লৈছিল। তাৰ ঠিক আগতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কেইটামান শিশুৰ সৈতে অন্তৰংগ কথা-বতৰা পাতে । কিন্তু  প্ৰধানমন্ত্ৰী মোদী আৰু শিশুসকলৰ মাজত  আছিল কাঁইটীয়া তাঁৰৰ বেৰ ।  যিয়ে নতুন বিতৰ্কৰ সূচনা কৰিছে ৷

 

ঘটনাৰ বিবৰণী অনুসৰি কলাবুৰাগী ৰোড শ্ব’ত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল প্ৰধানমন্ত্ৰী মোদী। বাটত তেওঁ কেইটামান  শিশুৱে তেওঁৰ নাম লৈ থকা দেখা পায় ৷  মোদীয়ে লগে লগে  তেওঁলোকৰ ফালে আগবাঢ়ি আহে ৷  দুয়োপক্ষৰ মাজত কথা-বতৰা লাহে লাহে আৰম্ভ হ’ল। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সুধিলে, “আপুনি জীৱনত কি হ’ব বিচাৰে? ” কিছুমান শিশুৱে ক’লে, “মই ডাক্তৰ হ’ব বিচাৰো, বা আৰক্ষী বিষয়া হ’ব বিচাৰো।” সেই কথাত হাঁহি হাঁহি মোদীয়ে উত্তৰ দিলে, “তোমালোকৰ কোনোৱেই প্ৰধানমন্ত্ৰী হ’ব নিবিচাৰেনে?”এটা শিশুৱে ক’লে, “মই আপোনাৰ দৰে হ’ব বিচাৰো”। প্ৰধানমন্ত্ৰীয়ে ল’ৰা-ছোৱালীকেইটাৰ সৈতে প্ৰায় দুমিনিটমান সময় কটালে। ইয়াৰ পিছত তেওঁ আকৌ ৰোড শ্ব’লৈ ওভতি যায় ৷

 

গোটেই কথোপকথন আছিলধেমেলীয়া। মোদী আৰু শিশুকেইটাই কথা বতৰা পতাৰ সময়ত তেওঁলোকৰ মাজত আছিল কাঁইটীয়া তাঁৰৰ বেৰ । এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী নেতাসকলে। কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাথৰ কটুক্তি, “বিমানবন্দৰৰ প্ৰৱঞ্চক সঞ্জয় শ্বেৰপুৰীয়াক সাক্ষাৎ কৰি সুখ-আদান-প্ৰদান কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে, কণ কণ ল’ৰা-ছোৱালীক লগ পাওঁতে মোদীয়ে কিয় কাঁইটীয়া তাঁৰৰ বেৰ লগাব লগা হয়! মোদীয়ে শিশুক ইমান ভয় কৰে নেকি?” বিজেপিয়ে অৱশ্যে এই অভিযোগ খাৰিজ কৰে। গেৰুৱা শিবিৰে দাবী কৰে যে প্ৰধানমন্ত্ৰীয়ে কাঁইটীয়া তাঁৰৰ ব্যৱস্থা কৰা নাছিল। ইতিমধ্যে কাঁইটীয়া তাঁৰৰ বেৰ এখন আছিলেই । কংগ্ৰেছে তেওঁ শিশুৰ সৈতে সময় কটোৱাৰ ধৰণৰ পৰা শিকিব লাগে।

Previous Post

কৰ্মচাৰীৰ সকাহ! ইপিএফঅ’ই কৰ্মচাৰী ভৱিষ্য নিধিৰ বৰ্ধিত পেঞ্চনৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি

Next Post

শনিবাৰে ৰজা তৃতীয় চাৰ্লছৰ কাৰ্যভাৰ গ্ৰহণ, লণ্ডনত ভাৰতৰ প্ৰতিনিধি উপ-ৰাষ্ট্ৰপতি ধনখৰ

Related Posts

২২ হাজাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপিয়ে! কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক আক্ৰমণ
ৰাজনীতি

২২ হাজাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপিয়ে! কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক আক্ৰমণ

June 10, 2023
কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি
ৰাজনীতি

কেন্দ্ৰীয় মন্ত্ৰীত্ব হেৰুৱাব ৰামেশ্বৰ তেলীয়ে !! সন্মুখত চাৰিখন ডাঙৰ ৰাজ্যৰ বিধানসভা আৰু লোকসভা নির্বাচনক লৈ তৎপৰ বিজেপিয়ে কৰিব সালসলনি

June 8, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ
ৰাজনীতি

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল
ৰাজনীতি

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

June 1, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
ৰাজনীতি

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত
ৰাজনীতি

সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত

May 27, 2023
Next Post
শনিবাৰে ৰজা তৃতীয় চাৰ্লছৰ কাৰ্যভাৰ গ্ৰহণ, লণ্ডনত ভাৰতৰ প্ৰতিনিধি উপ-ৰাষ্ট্ৰপতি ধনখৰ

শনিবাৰে ৰজা তৃতীয় চাৰ্লছৰ কাৰ্যভাৰ গ্ৰহণ, লণ্ডনত ভাৰতৰ প্ৰতিনিধি উপ-ৰাষ্ট্ৰপতি ধনখৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7